< ১ সামুয়েল 29 >
1 ১ পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।
Összegyűjtötték a filiszteusok egész táborukat Afékba, Izrael pedig táborozott a forrás mellett, mely Jizreélnél van.
2 ২ যেতিয়া পলেষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ’ল, তেতিয়া সকলোৰে শেষত আখীচৰ লগত দায়ুদ আৰু তেওঁৰ লোকসকলো গ’ল।
A filiszteusok fejedelmei vonultak százak szerint és ezrek szerint; Dávid pedig és emberei utoljára vonultak Ákhíssal.
3 ৩ তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে পলেষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ুদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।”
Ekkor mondták a filiszteusok vezérei: Mire valók ezek a héberek? Szólt Akhís a filiszteusok vezéreihez: Hiszen ez Dávid, Sáulnak, Izrael királyának szolgája, ki nálam van immár napok vagy már évek óta és nem találtam rajta semmit azon naptól fogva, hogy átszökött, mind e mai napig.
4 ৪ কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
Megharagudtak rá a filiszteusok vezérei és mondták neki a filiszteusok vezérei: Küldd vissza ez embert, hogy visszamenjen helyére, ahova rendelted, s ne vonuljon velünk a háborúba, hogy ne legyen nekünk akadályozóúl a háborúban, hisz mivel teheti ez magát kedvessé az uránál, nem amaz emberek fejeivel-e?
5 ৫ দায়ুদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক, ই জানো সেই দায়ুদ নহয়?’”
Nem ez a Dávid, kiről énekeltek körtáncban, mondván: megverte Sául ezreit, Dávid meg tízezreit?
6 ৬ তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়।
Erre hívta Ákhís Dávidot és szólt hozzá: Él az Örökkévaló, bizony becsületes vagy és jónak tetszik szemeimben, hogy velem ki és bevonulsz a táborban, mert nem találtam rajtad rosszat azon naptól fogva, hogy hozzám jöttél mind e mai napig; de a fejedelmek szemeiben nem tetszel jónak.
7 ৭ এতেকে পলেষ্টীয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে, এতিয়া তুমি কুশলে উভটি যোৱা।”
Most tehát térj vissza és menj békével, hogy rosszat ne tégy a filiszteusok fejedelmeinek szemeiben.
8 ৮ তেতিয়া দায়ূদে আখীচক ক’লে, “কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ, তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দোষ পালে যে, মই মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ?”
Szólt Dávid Ákhíshoz: Ugyan mit tettem és mit találtál szolgádon azon naptól fogva, hogy előtted vagyok mind e mai napig, hogy ne menjek és harcoljak uramnak, a királynak ellenségei ellen?
9 ৯ তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি পলেষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’
Felelt Ákhís és szólt Dávidhoz: Tudom, hogy jónak tetszel szemeimben mint Isten angyala; csakhogy a filiszteusok vezérei mondták ne vonuljon velünk a háborúba.
10 ১০ এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”
Most tehát, kelj föl korán reggel te meg urad szolgái, akik veled jöttek; keljetek föl korán reggel és amint rátok virrad, menjetek.
11 ১১ তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল।
És korán fölkelt Dávid, ő meg emberei, hogy menjenek reggel és visszatérjenek a filiszteusok országába. A filiszteusok pedig fölvonultak Jizreélbe.