< پْرَکاشِتَں 8 >

اَنَنْتَرَں سَپْتَمَمُدْرایاں تینَ موچِتایاں سارْدّھَدَنْڈَکالَں سْوَرْگو نِحشَبْدوبھَوَتْ۔ 1
পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।
اَپَرَمْ اَہَمْ اِیشْوَرَسْیانْتِکے تِشْٹھَتَح سَپْتَدُوتانْ اَپَشْیَں تیبھْیَح سَپْتَتُورْیّودِییَنْتَ۔ 2
আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল।
تَتَح پَرَمْ اَنْیَ ایکو دُوتَ آگَتَح سَ سْوَرْنَدھُوپادھارَں گرِہِیتْوا ویدِمُپاتِشْٹھَتْ سَ چَ یَتْ سِںہاسَنَسْیانْتِکے سْتھِتایاح سُوَرْنَویدْیا اُپَرِ سَرْوّیشاں پَوِتْرَلوکاناں پْرارْتھَناسُ دھُوپانْ یوجَییتْ تَدَرْتھَں پْرَچُرَدھُوپاسْتَسْمَے دَتّاح۔ 3
পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।
تَتَسْتَسْیَ دُوتَسْیَ کَراتْ پَوِتْرَلوکاناں پْرارْتھَنابھِح سَںیُکْتَدھُوپاناں دھُومَ اِیشْوَرَسْیَ سَمَکْشَں اُدَتِشْٹھَتْ۔ 4
তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
پَشْچاتْ سَ دُوتو دھُوپادھارَں گرِہِیتْوا ویدْیا وَہْنِنا پُورَیِتْوا پرِتھِوْیاں نِکْشِپْتَوانْ تینَ رَوا میگھَگَرْجَّنانِ وِدْیُتو بھُومِکَمْپَشْچابھَوَنْ۔ 5
পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
تَتَح پَرَں سَپْتَتُورِی رْدھارَیَنْتَح سَپْتَدُوتاسْتُورِی رْوادَیِتُمْ اُدْیَتا اَبھَوَنْ۔ 6
পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
پْرَتھَمینَ تُورْیّاں وادِتایاں رَکْتَمِشْرِتَو شِلاوَہْنِی سَمْبھُویَ پرِتھِوْیاں نِکْشِپْتَو تینَ پرِتھِوْیاسْترِتِییاںشو دَگْدھَح، تَرُونامَپِ ترِتِییاںشو دَگْدھَح، ہَرِدْوَرْنَترِنانِ چَ سَرْوّانِ دَگْدھانِ۔ 7
পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
اَنَنْتَرَں دْوِتِییَدُوتینَ تُورْیّاں وادِتایاں وَہْنِنا پْرَجْوَلِتو مَہاپَرْوَّتَح ساگَرے نِکْشِپْتَسْتینَ ساگَرَسْیَ ترِتِییاںشو رَکْتِیبھُوتَح 8
পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
ساگَرے سْتھِتاناں سَپْراناناں سرِشْٹَوَسْتُوناں ترِتِییاںشو مرِتَح، اَرْنَوَیانانامْ اَپِ ترِتِییاںشو نَشْٹَح۔ 9
আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।
اَپَرَں ترِتِییَدُوتینَ تُورْیّاں وادِتایاں دِیپَ اِوَ جْوَلَنْتِی ایکا مَہَتِی تارا گَگَناتْ نِپَتْیَ نَدِیناں جَلَپْرَسْرَوَنانانْچوپَرْیّاوَتِیرْنا۔ 10
১০পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
تَسْیاسْتارایا نامَ ناگَدَمَنَکَمِتِ، تینَ تویاناں ترِتِییاںشے ناگَدَمَنَکِیبھُوتے تویاناں تِکْتَتْواتْ بَہَوو مانَوا مرِتاح۔ 11
১১সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।
اَپَرَں چَتُرْتھَدُوتینَ تُورْیّاں وادِتایاں سُورْیَّسْیَ ترِتِییاںشَشْچَنْدْرَسْیَ ترِتِییاںشو نَکْشَتْرانانْچَ ترِتِییاںشَح پْرَہرِتَح، تینَ تیشاں ترِتِییاںشے نْدھَکارِیبھُوتے دِوَسَسْترِتِییاںشَکالَں یاوَتْ تیجوہِینو بھَوَتِ نِشاپِ تامیواوَسْتھاں گَچّھَتِ۔ 12
১২পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
تَدا نِرِیکْشَمانینَ مَیاکاشَمَدھْیینابھِپَتَتَ ایکَسْیَ دُوتَسْیَ رَوَح شْرُتَح سَ اُچَّے رْگَدَتِ، اَپَرَے رْیَیسْتْرِبھِ رْدُوتَیسْتُورْیّو وادِتَوْیاسْتیشامْ اَوَشِشْٹَتُورِیدھْوَنِتَح پرِتھِوِینِواسِناں سَنْتاپَح سَنْتاپَح سَنْتاپَشْچَ سَمْبھَوِشْیَتِ۔ 13
১৩পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।

< پْرَکاشِتَں 8 >