< པྲཀཱཤིཏཾ 8 >
1 ཨནནྟརཾ སཔྟམམུདྲཱཡཱཾ ཏེན མོཙིཏཱཡཱཾ སཱརྡྡྷདཎྜཀཱལཾ སྭརྒོ ནིཿཤབྡོ྅བྷཝཏ྄།
১পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।
2 ཨཔརམ྄ ཨཧམ྄ ཨཱིཤྭརསྱཱནྟིཀེ ཏིཥྛཏཿ སཔྟདཱུཏཱན྄ ཨཔཤྱཾ ཏེབྷྱཿ སཔྟཏཱུཪྻྱོ྅དཱིཡནྟ།
২আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল।
3 ཏཏཿ པརམ྄ ཨནྱ ཨེཀོ དཱུཏ ཨཱགཏཿ ས སྭརྞདྷཱུཔཱདྷཱརཾ གྲྀཧཱིཏྭཱ ཝེདིམུཔཱཏིཥྛཏ྄ ས ཙ ཡཏ྄ སིཾཧཱསནསྱཱནྟིཀེ སྠིཏཱཡཱཿ སུཝརྞཝེདྱཱ ཨུཔརི སཪྻྭེཥཱཾ པཝིཏྲལོཀཱནཱཾ པྲཱརྠནཱསུ དྷཱུཔཱན྄ ཡོཛཡེཏ྄ ཏདརྠཾ པྲཙུརདྷཱུཔཱསྟསྨཻ དཏྟཱཿ།
৩পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।
4 ཏཏསྟསྱ དཱུཏསྱ ཀརཱཏ྄ པཝིཏྲལོཀཱནཱཾ པྲཱརྠནཱབྷིཿ སཾཡུཀྟདྷཱུཔཱནཱཾ དྷཱུམ ཨཱིཤྭརསྱ སམཀྵཾ ཨུདཏིཥྛཏ྄།
৪তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
5 པཤྩཱཏ྄ ས དཱུཏོ དྷཱུཔཱདྷཱརཾ གྲྀཧཱིཏྭཱ ཝེདྱཱ ཝཧྣིནཱ པཱུརཡིཏྭཱ པྲྀཐིཝྱཱཾ ནིཀྵིཔྟཝཱན྄ ཏེན རཝཱ མེགྷགརྫྫནཱནི ཝིདྱུཏོ བྷཱུམིཀམྤཤྩཱབྷཝན྄།
৫পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
6 ཏཏཿ པརཾ སཔྟཏཱུརཱི རྡྷཱརཡནྟཿ སཔྟདཱུཏཱསྟཱུརཱི ཪྻཱདཡིཏུམ྄ ཨུདྱཏཱ ཨབྷཝན྄།
৬পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
7 པྲཐམེན ཏཱུཪྻྱཱཾ ཝཱདིཏཱཡཱཾ རཀྟམིཤྲིཏཽ ཤིལཱཝཧྣཱི སམྦྷཱུཡ པྲྀཐིཝྱཱཾ ནིཀྵིཔྟཽ ཏེན པྲྀཐིཝྱཱསྟྲྀཏཱིཡཱཾཤོ དགྡྷཿ, ཏརཱུཎཱམཔི ཏྲྀཏཱིཡཱཾཤོ དགྡྷཿ, ཧརིདྭརྞཏྲྀཎཱནི ཙ སཪྻྭཱཎི དགྡྷཱནི།
৭পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
8 ཨནནྟརཾ དྭིཏཱིཡདཱུཏེན ཏཱུཪྻྱཱཾ ཝཱདིཏཱཡཱཾ ཝཧྣིནཱ པྲཛྭལིཏོ མཧཱཔཪྻྭཏཿ སཱགརེ ནིཀྵིཔྟསྟེན སཱགརསྱ ཏྲྀཏཱིཡཱཾཤོ རཀྟཱིབྷཱུཏཿ
৮পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
9 སཱགརེ སྠིཏཱནཱཾ སཔྲཱཎཱནཱཾ སྲྀཥྚཝསྟཱུནཱཾ ཏྲྀཏཱིཡཱཾཤོ མྲྀཏཿ, ཨརྞཝཡཱནཱནཱམ྄ ཨཔི ཏྲྀཏཱིཡཱཾཤོ ནཥྚཿ།
৯আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।
10 ཨཔརཾ ཏྲྀཏཱིཡདཱུཏེན ཏཱུཪྻྱཱཾ ཝཱདིཏཱཡཱཾ དཱིཔ ཨིཝ ཛྭལནྟཱི ཨེཀཱ མཧཏཱི ཏཱརཱ གགཎཱཏ྄ ནིཔཏྱ ནདཱིནཱཾ ཛལཔྲསྲཝཎཱནཱཉྩོཔཪྻྱཱཝཏཱིརྞཱ།
১০পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
11 ཏསྱཱསྟཱརཱཡཱ ནཱམ ནཱགདམནཀམིཏི, ཏེན ཏོཡཱནཱཾ ཏྲྀཏཱིཡཱཾཤེ ནཱགདམནཀཱིབྷཱུཏེ ཏོཡཱནཱཾ ཏིཀྟཏྭཱཏ྄ བཧཝོ མཱནཝཱ མྲྀཏཱཿ།
১১সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।
12 ཨཔརཾ ཙཏུརྠདཱུཏེན ཏཱུཪྻྱཱཾ ཝཱདིཏཱཡཱཾ སཱུཪྻྱསྱ ཏྲྀཏཱིཡཱཾཤཤྩནྡྲསྱ ཏྲྀཏཱིཡཱཾཤོ ནཀྵཏྲཱཎཱཉྩ ཏྲྀཏཱིཡཱཾཤཿ པྲཧྲྀཏཿ, ཏེན ཏེཥཱཾ ཏྲྀཏཱིཡཱཾཤེ ྅ནྡྷཀཱརཱིབྷཱུཏེ དིཝསསྟྲྀཏཱིཡཱཾཤཀཱལཾ ཡཱཝཏ྄ ཏེཛོཧཱིནོ བྷཝཏི ནིཤཱཔི ཏཱམེཝཱཝསྠཱཾ གཙྪཏི།
১২পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
13 ཏདཱ ནིརཱིཀྵམཱཎེན མཡཱཀཱཤམདྷྱེནཱབྷིཔཏཏ ཨེཀསྱ དཱུཏསྱ རཝཿ ཤྲུཏཿ ས ཨུཙྩཻ རྒདཏི, ཨཔརཻ ཪྻཻསྟྲིབྷི རྡཱུཏཻསྟཱུཪྻྱོ ཝཱདིཏཝྱཱསྟེཥཱམ྄ ཨཝཤིཥྚཏཱུརཱིདྷྭནིཏཿ པྲྀཐིཝཱིནིཝཱསིནཱཾ སནྟཱཔཿ སནྟཱཔཿ སནྟཱཔཤྩ སམྦྷཝིཥྱཏི།
১৩পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।