< Luka 21 >
1 Wabhosya amaso gakwe wabhalola atakili bhaponya esadaka zyabho mwibogosi elye mbuto.
১পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে।
2 Walola ofwele omo pena aponya mla esenti zibhele.
২কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে।
3 Wayanga embabhora ono ofwele opena aponyizye zaidi ashile mwenti.
৩তাতে তেওঁ ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে।
4 Afwanaje ebho bhonti bhaponyizye esadaka eshoma shashonjelezye zaidi bali ono hupena wakwe aponyizye vyonti vyali navyo.”
৪কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”
5 Na bhantu bhamo bhamo nabhali bhayanga enongwa ezya shimanza ejinsi shari pambwilwe humawe aminza ne salama ezya bhantu ayanjire,
৫পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
6 “Ega gamgalola, insiku zyayenza ambapo selyaisagala iwe juu eiwe ambalyo salyaibozolwa.”
৬“এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”
7 Bhabhozya bhayanga, “Sambelezi, amambo ega gayibha ndii? Gape yenu ishara yakwe eyaje amabo ego gali papepe afumire?”
৭তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”
8 Wayanga, “Enyaji msije mgakhopelwa. Afwanaje bhinji bhayenza hwitawa lyane, bhayanga, 'Ane nene, 'antele 'Owakati uparamiye basi msabhabhenjezye ebho.
৮তাতে যীচুৱে ক’লে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা।কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।
9 Namwe namwayovwa enongwa ezye ibho nefitina, mgajetishiwe, afwanaje ego segali n ebudi afumire nasoti lelo ula oumalishoro seuhwenza nanali.”
৯যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”
10 Esho abhabhorere, “Itaifa lyaisogola akhomane ni taifa, na umwene na khomane no mwene.
১০তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;
11 Hwayibha na matesya amagosi agensi ne nzala ne tauni hwonti na mambo agatisye ne ishara engosi afume amwanya.
১১আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।
12 Lelo sagasele ego gonti afumire bhayibhakhata na bhavisye, bhayibhatwala hwitagalila eye mabhanza na bhaponye mwijela, natwalwe hwitagalila elya mwene na maliwali kwajili eyitawa lyane.
১২কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।
13 Na ego gayibha ushuda hwilimwe.
১৩সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।
14 Basi kusudiri humoyo genyu asinte asebhe sebhe asoti shambhajibu,
১৪এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;
15 afwanaje ane embabhapele ilomu ne hekima ambaya atisi bhenyu bhonti sebhayiwezya abhashinde yape wala ayipinje.
১৫কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
16 Namwe bhayibhalavya ayise bhenyu na horo bhenyu, na mwenyu ma rafiki bhenyu, wape bhayifisya bhamo bhamo.
১৬আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।
17 Namwe bhayibhavitu abhantu bhonti kwajili eyitawa lyane.
১৭তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।
18 Lelo selyayite hata lisisi limo elye mmatwe genyu.
১৮কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।
19 Namwe gagole hwenyu mwayiziponia enafisi genyu.
১৯তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।
20 Lelo epo namwayilola iboma elye Yerusalemu lizyongolelwe na bhanajeshi esho mmanyaje eyaje anachishe hwakwe huparamiye.
২০যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।
21 Esho bhabhali huyahuda na bhabhali pahati yakwe bhashembelelaje hwonze, na bhabhali humaganda bhaganjehujinjile.
২১তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।
22 Afwanaje isiku ezyo zyazyo ezye shizanye ili gatinuziwe gonti gage.
২২এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।
23 Ole wabho abhe lwanda na bhabhahwosya katika ensiku ezyo afwanaje hwabha eshida nyinji mnsi nae ihasira juu ye taifa eli.
২৩সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।
24 Bhayigwa hukhali owipanga wape bhayitekwa nyara na hwege katika amataifa gonti na eYerusalemu yayikhanywa na mataifa hata amajira age mataifa nagaitimiziwa.
২৪তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
25 Antale hwaibha ishara hwisanya no mwezi ne ntondwe na mnsi amalabha aga mataifa, bhaiswiga huvumi owe nongwa na maklabha labha gakwe.
২৫তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷
26 Abhantu bhaivunjiha amoyo huwoga na ahwenyelezye amambo gehagaga ensi. Afwanaje amaha aga mwanya zyayinga.
২৬পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
27 Epo esho pabhayihulola Umwana owa Adamu nahwenza mwibhengo pandwemo na maha no utukufu ogwinji.
২৭তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।
28 Basi amambo ego nagahwanda afumire changamhaji mbhosyaje amatwe genyu, afwanaje owaule wenyu uparamie.”
২৮কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
29 Wabhabhora ofwano, “Lyenyi ikwii na makwii agenje gonti.
২৯পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “ডিমৰু আদি সকলো গছ চোৱা;
30 Wakati nalimaliha apongore mlola na manye mwemwe yaje amajira oga konje gamalishe abha papepe.
৩০সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।
31 Namwe shesho namlola amambo ega gahwanda afumire manyaji yaje umwene owa Ngolobhe uli papepe.
৩১সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।
32 Amini, embabhora, eshikholo eshi seshashira hata ega gonti gatimile.
৩২মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।
33 Emwanya nensi zyaishila lelo amazu gane segaishira na mwaha.
৩৩স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।
34 Eshi hwiyinyaji amogo genyu isibhe egalemewa no ulyavi, no ulevi, namasumbufu ege maisha ega. Isiku lila lyabhenzera nanari neshe atego shahwonza
৩৪কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনাসেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
35 afwanaje esho. Shashayibhenzara abhantu bhonti bhabhakhara pamaso gedunia yonti.
৩৫কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।
36 Eshi gonezyaji amwe shila wakati mlabhaje, ili mpate ahwaulwe katikaa ego gonti gagaifumira na hwemilele hwitagalila elya Mwana owa Adamu.”
৩৬কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
37 Esho shira pasanya abhanga asambelezya maibhanza na nosiku abharaga agone mwigamba lyalihwetwa Mizeituni.
৩৭সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।
38 Na bhantu bhonti bhali hadamla khasha bhabhara mwibhanza ili hutejezye.
৩৮সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।