< Imbombo zya Atume 23 >
1 U Paulo wabhenya alonzi bhi baraza waga bhaholo bhane ane ihiye mwa Ngulubhi nu mwoyo ugwinza paka asanyunu ishi.”
১পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
2 Ugosi wishibhanza wabhabhuula huje bhakhome ilomu lyakwe.
২এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
3 U Paulo wagamula waga Ungulubhi abhahukhome nawe, ulubhuumba lwa bhapishe ichokaa(uloongo). Ukhiye andonje, nahuje ihomwe wenee?”
৩তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”
4 Bhaala bhabhahimiliye nawo bhaga esho shuhuliga ugosi wishibhanza sha Ngulubhi?”
৪তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”
5 U Paulo waga, “munsajile sigaiminye huje gosi neshi shisimbilwe huje usahayanje shibhibhi ugosi wa bhantu bhaho.”
৫পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
6 U Paulo nawalola huje bhamo bhali na Sadukayo na bhamwabho bhali na Farisayo, wayanga huje ane endi Farisayo mwana wa Farisayo. Eshi esubhila uluzyuho lwa bhafwe na bhahoma husababu iyo nalongwe.”
৬পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
7 Nawayanga shila, bhanda adalisanye bheene, ubhungano gwagabhanyiha.
৭তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
8 Abheene aSadukayo bhaiga nalumo uluzyuho, antumi roho, lelo Afarisayo bhahwitiha izyo zyonti.
৮কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
9 Ulwumvwano lwabha nalumo asimbi bhabhali na Farisayo, bhaga ate sigati lilolile ibhibhi nalimo hwa muntu unu eshi untumi, nu Mpepo nkayanjile nawo?”
৯তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
10 Uludalisanyo na lwabha lugosi ugosi wikeya wabhatuma abhikeya huje bhamweje u Paulo ahogope huje bhabhahuzembulanje, bhabhakwizya abhikeya huje bhinze, abhikeya bhinza nanali bhamwega u Paulo nahutwale hu ngome.
১০তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
11 Nu siku Ugosi wayanga nu Paulo waga uganje hwogope unjanjile hu Yerusalemu eshi ubhanjanje na hu Roma.”
১১তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
12 Nahwasha, Ayahudi bhamo bhahitiline bhafinga huje sigatibhaalye wala amwele nkahamo paka tigoje uPaulo.
১২পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
13 Bhahali abhantu amalongo gane bhabhahitihine hwizyoo.
১৩সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
14 Bhabhala hwa gosi wishibhanza na bhazee huje tihwibhishile humakhosi sigatilya na mwele paka tibude u Paulo.
১৪তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
15 Eshi alonzi bhabhuule ujemedari amweje uPaulo alete palonzi. ate tibhahubude shasile nahwinze epa.”
১৫এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”
16 Lelo umwana wa yilumbu wakwe uPaulo wumvwa zyabhapanjile wabhala mungoma wabhuula uPaulo.
১৬কিন্তু পৌলৰ ভাগিনিয়েকে তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷
17 U Paulo wakwizya uakida waga twale umwana unu hwa jemedari, alinenongwa ezyayanje.
১৭তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”
18 U akida wamwega umwana ula watwala hwa jemedari ugosi wabhuula waga, “u Paulo ula yamufunjile ankwizizye ahanzaga huje iletele, ukijana unu bhashi ali ne nongwa izyahubhuule.”
১৮তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”
19 Ula ujemedari wakhata ukhono wa bhala nawo panshinje, wabhuugya waga nongwa wili zyuhwanza ambuule?”
১৯হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”
20 Ula ukijana waga Ayahudi bhapatine huje bhalaabha awe utwale u Paulo hwibaraza shandao, nu haibhamwidala uhutwala, abhene bhaihumwubhila bhaihubuda uPaulo.
২০ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
21 Bhapatine abhantu amalongo gane bhahwipinyile mufinje ulwa mumakhosi huje sigabhabhalye, siga bhabhamwele paka bhabude, eshi awe usahitishe esala ezi bhahugula awe huje uyitishe hutwale.”
২১এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
22 Ula ujemedari waleha ula ukijana abhalaje wasunda huje asahabhuula umuntu uwinji huje umbulile ezi.”
২২তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”
23 Wabhakwizya abhaakida bhabhili wabhalajizya mweje asikari emyazibhili, bhabhale hu Kaisaria na bhala asikari bhabhapanda efarasi amalongo saba, nabhimpalala imya zibhili, mubhasogole nu siku.
২৩তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”
24 Wabhabhuula huje bhaibhishe ifarasi yabhapande uPaulo abhe salama paka hwa Feliki Ugavana.
২৪আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
25 Wasimba ikalata yeiga,
২৫পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
26 Klaudio Lisia hwa Liwali utuntumu u Feliki, ehulamuha.
২৬“মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷
27 Umuntu unu akhiitwe na yahudi bhahandile hubude, nabhala ni puga lya asikari humwokole, nanapata ehabari huje umuntu unu wa hu rumi.
২৭এই মানুহ জনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয়া মানুহ বুলি জানি, মই এওঁক উদ্ধাৰ কৰিলোঁ৷
28 Ihanzaga amanyezyabhakhatiye na hulonje natwala hwibalaza.
২৮পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷
29 Nalola bhahushitaka hu mambo ge sheria zyabho nantele nalimo ikosa elyalongwe huje afwe na fungwe.
২৯তাতে প্ৰাণদণ্ড বা কাৰাদণ্ডৰ বন্ধন পোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ-বিচাৰ কৰি কোনো দোষ ধৰা যেনহে পালোঁ৷
30 Nantele zyamanyiha huje bhali na njama nu Paulo nalola huje ilete huliwe nanali nkabhalinizya hulonje bhalete amshataka huliwe. Bhalagana.”
৩০পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
31 Bhala asikari bhayeteha endajizyo: bhatwala u Paulo nu siku hu Antipatri.
৩১পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷
32 Shandabho lwakwe bhabhaleha asikari bhaala bhabhapinde ifarasi bhabhale nawo u Paulo, abhene bhawela hu ngomeni.
৩২কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুর্গলৈ উলটি আহিল৷
33 Bhaala bhabhapinde efarasi bhafiha ahu Kaisaria, nu Paulo bhapela uliwali ela ekalata bhabhiha u Paulo hwitagalila lyakwe.
৩৩পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷
34 Uliwali pawabhazya ila ikalata wabhuuzya u Paulo afuma lijimbo wili; nawamanya huje afuma hu Kilikia,
৩৪তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,
35 waga, “Embahutejelezye nkashele bhinza bhabhahushitaki,” watwala hwikulu ya Herode.
৩৫তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷