< Езекиел 36 >
1 Ту, фиул омулуй, пророчеште асупра мунцилор луй Исраел ши спуне: ‘Мунць ай луй Исраел, аскултаць кувынтул Домнулуй!
১এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!
2 Аша ворбеште Домнул Думнезеу: «Пентру кэ врэжмашул а зис деспре вой: ‹Ха! Ха! Ачесте ынэлцимь вешниче ау ажунс моштениря ноастрэ!›»’,
২প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।”
3 пророчеште ши зи: ‘Аша ворбеште Домнул Думнезеу: «Да, пентру кэ дин тоате пэрциле ау воит сэ вэ пустияскэ ши сэ вэ ынгитэ, ка сэ ажунӂець моштениря алтор нямурь, ши пентру кэ аць фост де батжокура ши де окара попоарелор,
৩এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় থ’লো।
4 де ачея, мунць ай луй Исраел, аскултаць кувынтул Домнулуй Думнезеу! Аша ворбеште Домнул Думнезеул мунцилор ши дялурилор, рыурилор ши вэилор, дэрымэтурилор пустий ши четэцилор пэрэсите, каре ау ажунс де прада ши де рысул челорлалте нямурь димпрежур,
৪এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে -
5 аша ворбеште Домнул Думнезеу: ‹Да, ын фокул ӂелозией Меле, ворбеск ымпотрива челорлалте нямурь ши ымпотрива ынтрегулуй Едом, каре шь-ау ынсушит цара Мя ши с-ау букурат дин тоатэ инима лор ши ку тот диспрецул суфлетулуй лор, ка сэ-й жефуяскэ роаделе.›»’
৫সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
6 Де ачея, пророчеште деспре цара луй Исраел ши спуне мунцилор ши дялурилор, рыурилор ши вэилор: ‘Аша ворбеште Домнул Думнезеу: «Ятэ, ворбеск ын ӂелозия ши урӂия Мя, пентру кэ суфериць окарэ дин партя нямурилор!»
৬এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।
7 Де ачея, аша ворбеште Домнул Думнезеу: «Ымь ридик мына ши жур кэ нямуриле каре вэ ынконжоарэ ышь вор пурта еле ынселе окара!
৭এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
8 Яр вой, мунць ай луй Исраел, вець да кренӂь ши вэ вець пурта роаделе пентру попорул Меу Исраел, кэч лукруриле ачестя сунт апроапе сэ се ынтымпле.
৮কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে।
9 Ятэ кэ вой фи биневоитор, Мэ вой ынтоарче спре вой ши вець фи лукраць ши семэнаць.
৯কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
10 Вой пуне сэ локуяскэ пе вой оамень ын маре нумэр, тоатэ каса луй Исраел, пе тоць! Четэциле вор фи локуите ши се вор зиди ярэшь дэрымэтуриле.
১০আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
11 Вой ынмулци пе вой оамений ши вителе каре вор креште ши се вор ынмулци; вой фаче сэ фиць локуиць ка ши май ынаинте ши вэ вой фаче май мулт бине декыт одиниоарэ ши вець шти кэ Еу сунт Домнул.
১১আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
12 Вой фаче сэ умбле пе вой оамень, ши ануме попорул Меу Исраел; ей те вор стэпыни ши ту вей фи моштениря лор ши ну-й вей май нимичи.»
১২এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।
13 Аша ворбеште Домнул Думнезеу: «Пентру кэ ци се зиче: ‹Ту, царэ, ай мынкат оамень, ць-ай нимичит кяр ши нямул тэу›,
১৩প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়;
14 дин причина ачаста де акум ынколо ну вей май мынка оамень ши ну-ць вей май нимичи нямул», зиче Домнул Думнезеу.
১৪এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা।
15 «Де акум, ну те вой май фаче сэ аузь батжокуриле нямурилор ши ну вей май пурта окара попоарелор; ну-ць вей май нимичи нямул», зиче Домнул Думнезеу.’”
১৫আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।
16 Кувынтул Домнулуй мь-а ворбит астфел:
১৬তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
17 „Фиул омулуй, чей дин каса луй Исраел, кынд локуяу ын цара лор, ау спуркат-о прин пуртаря лор ши прин фаптеле лор; аша кэ пуртаря лор а фост ынаинтя Мя ка спуркэчуня уней фемей ын тимпул некурэцией ей.
১৭“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল।
18 Атунч Мь-ам вэрсат урӂия песте ей дин причина сынӂелуй пе каре-л вэрсасерэ ын царэ ши дин причина идолилор ку каре о спуркасерэ.
১৮এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।
19 Й-ам рисипит принтре нямурь ши ау фост ымпрэштияць ын фелурите цэрь; й-ам жудекат дупэ пуртаря ши фаптеле лор реле.
১৯আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।
20 Кынд ау венит принтре нямурь, орьынкотро се дучяу, пынгэряу Нумеле Меу чел сфынт, аша ынкыт се зичя деспре ей: ‘Ачеста есте попорул Домнулуй, ей ау требуит сэ ясэ дин цара лор.’
২০তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
21 Ши ам врут сэ скап чинстя Нумелуй Меу челуй сфынт, пе каре-л пынгэря каса луй Исраел принтре нямуриле ла каре се дусесе.
২১কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।
22 Де ачея, спуне касей луй Исраел: ‘Аша ворбеште Домнул Думнезеу: «Ну дин причина воастрэ фак ачесте лукрурь, каса луй Исраел, чи дин причина Нумелуй Меу челуй сфынт, пе каре л-аць пынгэрит принтре нямуриле ла каре аць мерс.
২২এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।
23 Де ачея вой сфинци Нумеле Меу чел маре, каре а фост пынгэрит принтре нямурь, пе каре л-аць пынгэрит ын мижлокул лор. Ши нямуриле вор куноаште кэ Еу сунт Домнул», зиче Домнул Думнезеу, «кынд вой фи сфинцит ын вой суб окий лор.
২৩আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।
24 Кэч вэ вой скоате динтре нямурь, вэ вой стрынӂе дин тоате цэриле ши вэ вой адуче ярэшь ын цара воастрэ.
২৪কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম।
25 Вэ вой стропи ку апэ куратэ ши вець фи курэциць; вэ вой курэци де тоате спуркэчуниле воастре ши де тоць идолий воштри.
২৫তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
26 Вэ вой да о инимэ ноуэ ши вой пуне ын вой ун дух ноу; вой скоате дин трупул востру инима де пятрэ ши вэ вой да о инимэ де карне.
২৬মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।
27 Вой пуне Духул Меу ын вой ши вэ вой фаче сэ урмаць порунчиле Меле ши сэ пэзиць ши сэ ымплиниць леӂиле Меле.
২৭আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।
28 Вець локуи ын цара пе каре ам дат-о пэринцилор воштри; вой вець фи попорул Меу ши Еу вой фи Думнезеул востру.
২৮আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
29 Вэ вой избэви де тоате некурэцииле воастре. Вой кема грыул ши-л вой ынмулци; ну вой май тримите фоаметя песте вой.
২৯মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।
30 Вой ынмулци родул помилор ши венитул кымпулуй, ка сэ ну май пуртаць окара фоаметей принтре нямурь.
৩০তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।
31 Атунч вэ вець адуче аминте де пуртаря воастрэ чя ря ши де фаптеле воастре каре ну ерау буне; вэ ва фи скырбэ де вой ыншивэ дин причина нелеӂюирилор ши урычунилор воастре.
৩১তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
32 Ши тоате ачесте лукрурь ну ле фак дин причина воастрэ», зиче Домнул Думнезеу, «сэ штиць! Рушинаци-вэ ши рошиць де пуртаря воастрэ, каса луй Исраел!»
৩২প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’
33 Аша ворбеште Домнул Думнезеу: «Ын зиуа кынд вэ вой курэци де тоате нелеӂюириле воастре, вой фаче ка четэциле воастре сэ фие локуите ши дэрымэтуриле вор фи зидите дин ноу;
৩৩প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।
34 цара пустиитэ ва фи лукратэ ярэшь, де унде пынэ аич ера пустие ын окий тутурор трекэторилор.
৩৪আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।
35 Ши се ва спуне атунч: ‹Цара ачаста пустиитэ а ажунс ка о грэдинэ а Еденулуй ши четэциле ачестя дэрымате, каре ерау пустий ши сурпате, сунт ынтэрите ши локуите!›
৩৫আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”
36 Ши нямуриле каре вор май рэмыне ын журул востру вор шти кэ Еу, Домнул, ам зидит дин ноу че ера сурпат ши ам сэдит че ера пустиит. Еу, Домнул, ам ворбит ши вой ши фаче.»
৩৬তেতিয়া মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।’
37 Аша ворбеште Домнул Думнезеу: «Ятэ ын че привинцэ Мэ вой лэса ындуплекат де каса луй Исраел ши ятэ че вой фаче пентру ей: вой ынмулци пе оамень ка пе о турмэ де ой.
৩৭প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
38 Четэциле дэрымате се вор умпле ку турме де оамень, ка турмеле ынкинате Домнулуй, ку турме каре сунт адусе ла Иерусалим ын тимпул сэрбэторилор челор марь. Ши вор шти кэ Еу сунт Домнул.»’”
৩৮পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”