< Nehemiasza 7 >
1 A gdy mur został odbudowany i wstawiłem wrota, gdy ustanowiono odźwiernych, śpiewaków i Lewitów;
১দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
2 Nad Jerozolimą postawiłem Chananiego, swojego brata, a Chananiasza [ustanowiłem] dowódcą pałacu. On bowiem był wiernym człowiekiem i bał się Boga bardziej niż wielu [innych];
২মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
3 I powiedziałem do nich: Niech nie otwierają bram Jerozolimy, aż słońce będzie dopiekać; a póki tam stoją, niech zamkną bramy i zaryglują je. Należy ustanowić straż spośród mieszkańców Jerozolimy, każdego na jego posterunku i każdego naprzeciwko własnego domu.
৩মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
4 A miasto [było] przestronne i wielkie, ale ludu w jego murach było niewiele, a domy [jeszcze] nie zostały odbudowane.
৪এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
5 I mój Bóg położył mi na sercu, abym zebrał dostojników, przełożonych i lud, aby zostali spisani według rodowodów. Wtedy znalazłem księgę rodowodów tych, którzy pierwsi powrócili, a znalazłem w niej taki zapis.
৫প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
6 Oto ludzie tej prowincji, którzy przybyli z niewoli, dokąd zostali uprowadzeni, których uprowadził Nabuchodonozor, król Babilonu, a powrócili do Jerozolimy i do Judy, każdy do swego miasta.
৬“প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
7 Przyszli z Zorobabelem, z Jeszuą, Nehemiaszem, Azariaszem, Raamiaszem, Nachamanim, Mardocheuszem, Bilszanem, Misperetem, Bigwajem, Nechumem i Baaną. Oto liczba mężczyzn ludu Izraela:
৭তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
8 Synów Parosza – dwa tysiące stu siedemdziesięciu dwóch;
৮পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
9 Synów Szefatiasza – trzystu siedemdziesięciu dwóch;
৯চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
10 Synów Aracha – sześciuset pięćdziesięciu dwóch;
১০আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
11 Synów Pachat-Moaba, synów Jeszuy i Joaba – dwa tysiące ośmiuset osiemnastu;
১১যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
12 Synów Elama – tysiąc dwustu pięćdziesięciu czterech;
১২এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
13 Synów Zattua – ośmiuset czterdziestu pięciu;
১৩জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
14 Synów Zakkaja – siedmiuset sześćdziesięciu;
১৪জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
15 Synów Binnuja – sześciuset czterdziestu ośmiu;
১৫বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
16 Synów Bebaja – sześciuset dwudziestu ośmiu;
১৬বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
17 Synów Azgada – dwa tysiące trzystu dwudziestu dwóch;
১৭অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
18 Synów Adonikama – sześciuset sześćdziesięciu siedmiu;
১৮অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
19 Synów Bigwaja – dwa tysiące sześćdziesięciu siedmiu;
১৯বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
20 Synów Adina – sześciuset pięćdziesięciu pięciu;
২০আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
21 Synów Atera, z [linii] Ezechiasza – dziewięćdziesięciu ośmiu;
২১হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
22 Synów Chaszuma – trzystu dwudziestu ośmiu;
২২হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
23 Synów Besaja – trzystu dwudziestu czterech;
২৩বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
24 Synów Charifa – stu dwunastu;
২৪হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
25 Synów z Gibeonu – dziewięćdziesięciu pięciu.
২৫গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
26 Mężczyźni z Betlejem i Netofy – stu osiemdziesięciu ośmiu;
২৬বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
27 Mężczyźni z Anatot – stu dwudziestu ośmiu;
২৭অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
28 Mężczyźni z Bet-Azmawet – czterdziestu dwóch;
২৮বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
29 Mężczyźni z Kiriat-Jearim, Kefiry i Beerot – siedmiuset czterdziestu trzech;
২৯কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
30 Mężczyźni z Rama i Geba – sześciuset dwudziestu jeden;
৩০ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
31 Mężczyźni z Mikmas – stu dwudziestu dwóch;
৩১মিকমচৰ লোকসকল এশ বাইশ জন।
32 Mężczyźni z Betel i Aj – stu dwudziestu i trzech;
৩২বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
33 Mężczyźni z drugiego Nebo – pięćdziesięciu dwóch;
৩৩অন্য নবোতৰ লোকসকল বাৱন্ন জন।
34 Synów drugiego Elama – tysiąc dwustu pięćdziesięciu czterech;
৩৪অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
35 Synów Charima – trzystu dwudziestu;
৩৫হাৰীমৰ লোকসকল তিনি শ বিশ জন।
36 Synów Jerycha – trzystu czterdziestu pięciu;
৩৬যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
37 Synów z Lod, Chadida i Ono – siedmiuset dwudziestu jeden;
৩৭লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
38 Synów Senai – trzy tysiące dziewięciuset trzydziestu.
৩৮চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
39 Kapłani: synów Jedajasza, z domu Jeszuy – dziewięciuset siedemdziesięciu trzech;
৩৯পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
40 Synów Immera – tysiąc pięćdziesięciu dwóch;
৪০ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
41 Synów Paszchura – tysiąc dwustu czterdziestu siedmiu;
৪১পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
42 Synów Charima – tysiąc siedemnastu.
৪২হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
43 Lewici: synów Jeszuy, Kadmiela, z synów Hodwy – siedemdziesięciu czterech.
৪৩লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
44 Śpiewacy: synów Asafa – stu czterdziestu ośmiu.
৪৪গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
45 Odźwiernych: synów Szalluma, synów Atera, synów Talmona, synów Akkuba, synów Chatity, synów Szobaja – stu trzydziestu ośmiu.
৪৫চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
46 Netinici: synowie Sichy, synowie Chaszufy, synowie Tabbaota;
৪৬মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
47 Synowie Kerosa, synowie Sii, synowie Padona;
৪৭কেৰোচ, চীয়া, পাদোন,
48 Synowie Lebana, synowie Chagaby, synowie Szalmaja;
৪৮লবানা, হগাবা, চলম্য়,
49 Synowie Chanana, synowie Giddela, synowie Gachara;
৪৯হানন, গিদ্দেল, গহৰ,
50 Synowie Reajasza, synowie Resina, synowie Nekody;
৫০ৰায়া, ৰচীন, নকোদা,
51 Synowie Gazzama, synowie Uzzy, synowie Paseacha;
৫১গজ্জম, উজ্জা, পাচেহ,
52 Synowie Besaja, synowie Meunitów, synowie Nefisytów;
৫২বেচয়, মিয়ূনীম, নফূচীম,
53 Synowie Bakbuka, synowie Chakufy, synowie Charchura;
৫৩বকবুক, হকুফা, হৰ্হূৰ,
54 Synowie Baslita, synowie Mechidy, synowie Charszy;
৫৪বচলীৎ, মহীদা, হৰ্চা,
55 Synowie Barkosa, synowie Sisery, synowie Tamacha;
৫৫বৰ্কোচ, চীচৰা, তেমহ,
56 Synowie Nesjacha, synowie Chatify;
৫৬নচীহ, আৰু হটীফাৰ বংশধৰসকল।
57 Synowie sług Salomona: synowie Sotaja, synowie Sofereta, synowie Peridy;
৫৭চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
58 Synowie Jaali, synowie Darkona, synowie Giddela;
৫৮যালা, দৰ্কোণ, গিদ্দেল,
59 Synowie Szefatiasza, synowie Chattila, synowie Pocheret-Hassebaima, synowie Amona.
৫৯চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
60 Wszystkich Netinitów i synów sług Salomona – trzystu dziewięćdziesięciu dwóch.
৬০সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
61 A oto ci, którzy przybyli z Tel-Melach, Tel-Charsza, Kerub, Addan i Immer, ale nie mogli wykazać domu swoich ojców i swego potomstwa – [tego], czy pochodzą z Izraela.
৬১এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
62 Synów Delajasza, synów Tobiasza, synów Nekody – sześciuset czterdziestu dwóch.
৬২দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
63 A z kapłanów: synowie Chobajasza, synowie Kosa, synowie Barzillaja, który pojął za żonę jedną z córek Barzillaja Gileadczyka i przybrał ich imię.
৬৩পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
64 Ci szukali swego spisu według rodowodu, ale nie znaleźli, toteż zostali wykluczeni z kapłaństwa.
৬৪বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
65 Tirszata zakazał im spożywać z pokarmów najświętszych, dopóki nie pojawi się kapłan z Urim i Tummim.
৬৫আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
66 Całe to zgromadzenie [liczyło] czterdzieści dwa tysiące trzysta sześćdziesiąt [osób];
৬৬সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
67 Nie licząc ich sług i służących, których było siedem tysięcy trzysta trzydzieścioro siedmioro. A wśród nich [było] dwieście czterdzieścioro pięcioro śpiewaków i śpiewaczek.
৬৭তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
68 Ich koni – siedemset trzydzieści sześć. Ich mułów – dwieście czterdzieści pięć.
৬৮তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
69 Wielbłądów – czterysta trzydzieści pięć. Osłów – sześć tysięcy siedemset dwadzieścia.
৬৯চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
70 A niektórzy z naczelników rodów dali na prace. Tirszata dał do skarbca tysiąc drachm złota, pięćdziesiąt czasz i pięćset trzydzieści szat kapłańskich.
৭০পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
71 Niektórzy też z przedniejszych rodów dali do skarbca na pracę dwadzieścia tysięcy drachm złota i dwa tysiące dwieście min srebra.
৭১পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
72 A to, co dała reszta ludu, [wynosiło] dwadzieścia tysięcy drachm złota, dwa tysiące min srebra i sześćdziesiąt siedem szat kapłańskich.
৭২অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
73 Tak więc kapłani, Lewici, odźwierni, śpiewacy, część ludu, Netinici i cały Izrael osiedlili się w swoich miastach. A [gdy] nastał siódmy miesiąc, synowie Izraela mieszkali w swoich miastach.
৭৩পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।