< Filipian 3 >
1 Dalej mówiąc, bracia moi! radujcie się w Panu. Jedneż rzeczy wam pisać mnie nie mierzi, a wam jest bezpiecznie.
১শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰক। এই একে কথাকে আপোনালোকলৈ লিখিবৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই আৰু সেইবোৰে আপোনালোকক নিৰাপদে ৰাখিব৷
2 Upatrujcie psy, upatrujcie złych robotników, upatrujcie rozerwanie.
২সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হওক আৰু যি সকলে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতলৈকো সাৱধানে থাকক।
3 Albowiem my jesteśmy obrzezaniem, którzy duchem służymy Bogu i chlubimy się w Chrystusie Jezusie, a w ciele nie ufamy.
৩কিয়নো আমি হে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
4 Aczci i ja w ciele mam ufanie; jeźli kto inszy zda się mieć ufanie w ciele, bardziej ja,
৪তথাপি মই হ’লে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ৷ কোনোৱে যদি মাংসত ভাৰসা কৰিব পাৰে বুলি ভাবে, তেনেহলে তাতকৈ মই অধিক ভাৰসা কৰিব পাৰোঁ।
5 Obrzezany będąc ósmego dnia, z narodu Izraelskiego, z pokolenia Benjaminowego, Żyd z Żydów, według zakonu Faryzeusz;
৫মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজৰ এজন আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
6 Według gorliwości prześladowca kościoła, według sprawiedliwości onej, która jest z zakonu, będąc bez przygany.
৬মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷
7 Ale to, co mi było zyskiem, tom poczytał dla Chrystusa za szkodę.
৭কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;
8 Owszem i wszystko poczytam sobie za szkodę dla zacności znajomości Chrystusa Jezusa, Pana mojego, dla któregom wszystko utracił i mam to sobie za gnój, abym Chrystusa zyskał,
৮মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
9 I był znaleziony w nim, nie mając sprawiedliwości mojej, tej która jest z zakonu, ale tę, która jest przez wiarę Chrystusową, to jest sprawiedliwość z Boga, która jest przez wiarę;
৯আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
10 Żebym go poznał i moc zmartwychwstania jego, i społeczność ucierpienia jego, przykształtowany będąc śmierci jego,
১০এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;
11 Owabym jakimkolwiek sposobem doszedł do powstania z martwych.
১১যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
12 Nie iżbym już uchwycił, albo już doskonałym był; ale ścigam, ażbym też uchwycił to, na com też od Chrystusa Jezusa uchwycony.
১২মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক নিয়ন্ত্ৰণ কৰা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ অধীনত কৰিব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ।
13 Bracia! jać o sobie nie rozumiem, żebym już uchwycił.
১৩হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
14 Ale jedno czynię, że tego, co za mną jest, zapamiętywając, a do tego się, co przede mną jest, spiesząc, bieżę do kresu ku zakładowi powołania onego Bożego, które jest z góry w Chrystusie Jezusie.
১৪খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।
15 Ile tedy nas doskonałych, toż rozumiejmy; a jeźli co inaczej rozumiecie, i toć wam Bóg objawi.
১৫এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।
16 Wszakże w tem, czegośmy doszli, według jednegoż sznuru postępujmy i jednoż rozumiejmy.
১৬যি কাৰণতেই হওক, আমি যি পথত এইখিনি পালন কৰোঁ, তাতেই যেন অনুসৰণ কৰি চলোঁ।
17 Bądźcież wespół naśladowcami moimi, bracia! a upatrujcie tych, którzy tak chodzą, jako nas za wzór macie.
১৭হে ভাই সকল, আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেখেত সকলক অনুসৰণ কৰক।
18 Albowiem wiele ich chodzi, o którychem wam często powiadał, a teraz i z płaczem mówię, iż są nieprzyjaciołmi krzyża Chrystusowego;
১৮মই আপোনালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো তুকিয়েই কওঁ, আপোনালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছে;
19 Których koniec jest zatracenie, których Bóg jest brzuch, a chwała w hańbie ich, którzy się o rzeczy ziemskie starają.
১৯তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
20 Aleć nasza rzeczpospolita jest w niebiesiech, skąd też zbawiciela oczekujemy, Pana Jezusa Chrystusa.
২০কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ;
21 Który przemieni ciało nasze podłe, aby się podobne stało chwalebnemu ciału jego, według skutecznej mocy, którą też wszystkie rzeczy sobie podbić może.
২১তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।