< Izajasza 49 >
1 Słuchajcie mię wyspy, a narody dalekie pilnujcie! Pan zaraz z żywota wezwał mię, zaraz z żywota matki mojej uczynił wzmiankę imienia mego:
১হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
2 I uczynił usta moje jako miecz ostry, w cieniu ręki swej zakrył mię, a uczyniwszy mię strzałą wypolerowaną, do sajdaku swego schował mię;
২তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে; তেওঁ মোক শানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ তূণৰ ভিতৰত মোক লুকুৱাই ৰাখিলে।
3 I rzekł mi: Sługaś ty mój, w Izraelu tobą się chlubić będę.
৩তেওঁ মোক ক’লে, “ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।”
4 A Jam rzekł: Nadarmom pracował, próżnom i daremnie zniszczył siłę moję; wszakże sąd mój jest u Pana, a praca moja u Boga mego.
৪যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ, মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
5 A teraz mówi Pan, który mię zaraz z żywota za sługę sobie utworzył, abym zaś przywiódł do niego Jakóba. (Choćby Izrael nie był zebrany, sławnym jednak będę przed oczyma Pańskiemi; albowiem Bóg mój jest siłą moją.)
৫আৰু এতিয়া যিহোৱাই কৈছে, মই নিজৰ ওচৰলৈ যাকোবক পুনৰায় আনিবৰ বাবে, আৰু ইস্ৰায়েলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে, তেওঁৰ দাস হ’বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে, মই যিহোৱাৰ দৃষ্টিত মৰ্যদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ।
6 I rzekł: Małoby mi to było, abyś mi był sługą ku podźwignieniu pokoleń Jakóbowych, i ku nawróceniu ostatków z Izraela; przetoż dałem cię za światłość poganom, abyś był zbawieniem mojem aż do kończyn ziemi.
৬তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন: স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত: লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
7 Tak mówi Pan, odkupiciel Izraelowy, Święty jego, do tego, którym każdy gardzi, a którym się brzydzą narody, do sługi panujących: Królowie widząc cię powstaną, a książęta kłaniać ci się będą dla Pana, który jest wierny, dla Świętego Izraelskiego, który cię obrał.
৭ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
8 Tak mówi Pan: Czasu przyjemnego wysłucham cię, a w dzień zbawienia poratuję cię; nadto strzedz cię będę, i dam cię za przymierze ludowi, abyś utwierdził ziemię, a podał w osiadłość dziedzictwa spustoszałe;
৮যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উত্তৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম, আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
9 Abyś mówił więźniom: Wynijdźcie; a tym, co są w ciemnościach: Okażcie się. Podle dróg paść się będą, a po wszystkich miejscach wysokich będą pastwiska ich.
৯অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।
10 Nie będą łaknąć, ani pragnąć, i nie uderzy na nich gorącość, ani słońce, bo ten, który ma litość nad nimi, poprowadzi ich, i podle źródeł wód powiedzie ich.
১০তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।
11 Nadto sposobię na wszystkich górach moich drogę, a gościńce moje będą powyższone.
১১আৰু মই মোৰ পৰ্ব্বতবোৰ বাটলৈ পৰিনত কৰিম আৰু মোৰ ৰাজবাটবোৰ সমান কৰিম।”
12 Oto ci z daleka przyjdą, a oto drudzy od północy i od morza, a drudzy z ziemi Synim.
১২চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
13 Śpiewajcie niebiosa, rozraduj się ziemio, i głośno zabrzmijcie góry! albowiem Pan pocieszył lud swój, a nad ubogimi swoimi zmiłował się.
১৩হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
14 Ale Syon rzekł: Opuścił mię Pan, a Pan zapomniał na mię.
১৪কিন্তু চিয়োনে ক’লে, “যিহোৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে।”
15 Izali może zapomnieć niewiasta niemowlątka swego, aby się nie zlitowała nad płodem żywota swego? A choćby też i one zapomniały, wszakże Ja ciebie nie zapomnę.
১৫মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে, সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো।
16 Oto na dłoniach swoich wyrysowałem cię; mury twoje zawżdy są przedemną.
১৬চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।
17 Pospieszą się do ciebie synowie twoi, a ci, którzy cię burzyli i kazili, odejdą od ciebie.
১৭তোমাৰ সন্তান সকল যেতিয়া বেগাবেগি ঘুৰি আহিব; তেতিয়া তোমাক ধ্বংস কৰাসকল আঁতৰি যাব।
18 Podnieś w około oczy swe, a obacz; ci wszyscy zgromadziwszy się przyjdą do ciebie. Jakom żywy Ja, mówi Pan, że tymi wszystkimi jako ochędóstwem przyodziejesz się, i obłożysz się nimi jako oblubienica;
১৮চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছোঁ” এয়া যিহোৱাৰ ঘোষনা- “তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
19 Przeto, że pustynie twoje, i spustoszałe miejsca twoje, i ziemia zburzenia twego teraz będą ciasne dla obywateli, gdyż oddaleni będą ci, którzy cię pożerali.
১৯ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্চন্ন হৈছিলা, এতিয়া বাসিন্দা হ’বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত।
20 Tak, że rzeką w uszy twoje synowie sieroctwa twego: Ciasne mi jest to miejsce; ustąpże mi, abym mieszkać mógł.
২০তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তান সকলে তোমালোকে শুনাকৈ ক’ব, ‘এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰোঁ।’
21 I rzeczesz w sercu swem: Któż mi tych napłodził? bom ja była osierociała, i samotna, wygnanam była, i tułałam się; któż wżdy tych odchował? Otom Ja tylko sama pozostała była, gdzież ci byli?
২১তেতিয়া তোমালোকে নিজকে কবা, “কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে?” মই সন্তাপ আৰু বাঁজী, দেশান্তৰিত আৰু বিবাহ-বিচ্ছেদ ব্যক্তি আছিলোঁ। এই সন্তান সকলক কোনে প্রতিপালন কৰিলে? চোৱা, মোক অকলে এৰিলে; এইসকল ক’ৰ পৰা আহিলে?’”
22 Tak mówi panujący Pan: Oto wzniosę na narody rękę moję, a do ludzi podniosę choręgiew moję, aby przynieśli synów twoich na ręku, i córki twoje aby na ramionach przynoszone były.
২২প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মই দেশ নিবাসী সকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধ্বজা তুলিম। তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব, আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি অনিব।
23 I będą królowie piastunami twoimi, a księżny ich mamkami twemi; twarzą ku ziemi kłaniać ci się będą, i proch nóg twoich lizać będą; a dowiesz się, żem Ja Pan, a iż nie bywają zawstydzeni, którzy na mię oczekują.
২৩ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
24 I rzeczesz: Izali korzyść od mocarza odjęta będzie? Izali pojmany lud sprawiedliwego wybawiony będzie?
২৪যুদ্ধাৰোসকলে লুন্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল’ব পাৰি; বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ?
25 Owszem, tak mówi Pan: I pojmany lud mocarzowi odjęty będzie, i korzyść okrutnikowi wydarta będzie; albowiem przeciwnikowi twemu Ja się sprzeciwię, a synów twoich Ja wyswobodzę.
২৫কিন্তু যিহোৱাই এই কথা কৈছে: হ’য় যোদ্ধাৰোসকলৰ পৰা বন্দীসকলক উলিয়াই অনা হ’ব, আৰু লুন্ঠন কৰি অনা বস্তু উদ্ধাৰকৰা হ’ব; কাৰণ মই তোমালোকৰ প্রতিদ্বন্দীক বাধা দিম আৰু তোমালোকৰ সন্তান সকলক ৰক্ষা কৰিম।
26 I tych, którzy cię pustoszą, własnem ich ciałem nakarmię, a krwią swoją jako moszczem upiją się. I pozna wszelkie ciało, żem Ja Pan, zbawiciel twój, i odkupiciel twój, mocny Jakóbowy.
২৬আৰু তোমালোকক উপদ্ৰৱ কৰোঁতা সকলক মই তেওঁলোকৰ নিজৰেই মঙহ খুৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব।