< اول تواریخ 25 >
داوود پادشاه و رهبران قوم اشخاصی را از خاندان آساف و هیمان و یِدوتون انتخاب کردند تا به همراهی بربط و عود و سنج پیامهای خدا را اعلان کنند. اسامی آنها و نوع خدمتشان به شرح زیر است: | 1 |
১দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
زکور، یوسف، نتنیا و اشرئیله (پسران آساف) که تحت سرپرستی آساف بودند. آساف به دستور پادشاه، پیام خداوند را اعلان میکرد؛ | 2 |
২আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
جدلیا، صری، اشعیا، حشبیا و مَتّیتیا (پسران یِدوتون) که به سرپرستی پدرشان و با نوای چنگ پیام خداوند را اعلان میکردند و او را با سرود ستایش مینمودند؛ | 3 |
৩যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।
هیمان: بقیا، متنیا، عزیئیل، شبوئیل، یریموت، حننیا، حنانی، الیاته، جدلتی، روممتی عزر، یشبقاشه، ملوتی، هوتیر و محزیوت (پسران هیمان). | 4 |
৪হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
خدا این چهارده پسر را به هیمان که نبی مخصوص پادشاه بود، بخشیده بود تا طبق وعدهاش به هیمان به او عزت و قدرت داده باشد. هیمان سه دختر نیز داشت. | 5 |
৫ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।
تمام این مردان به سرپرستی پدرانشان در خانهٔ خداوند سنج و عود و بربط مینواختند و به این ترتیب خدا را خدمت میکردند. آساف و یِدوتون و هیمان مستقیما از پادشاه دستور میگرفتند. | 6 |
৬তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
تمام این افراد و لاویانی که با ایشان همکاری میکردند برای سراییدن در وصف خداوند تربیت شده و در نواختن سازها ماهر بودند. تعداد کل گروه آنها ۲۸۸ نفر بود. | 7 |
৭তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।
وظایف مخصوص سرایندگان، بدون در نظر گرفتن سن و تجربه، به قید قرعه تعیین شد. | 8 |
৮তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।
قرعهٔ اول به نام یوسف از خاندان آساف افتاد. دوم: جدلیا و پسران و برادرانش، ۱۲ نفر؛ سوم: زکور و پسران و برادرانش، ۱۲ نفر؛ چهارم: یصری و پسران و برادران او، ۱۲ نفر؛ پنجم: نتنیا و پسران و برادران وی، ۱۲ نفر؛ ششم: بقیا و پسران و برادران او، ۱۲ نفر؛ هفتم: یشرئیله و پسران و برادرانش، ۱۲ نفر؛ هشتم: اشعیا و پسران و برادران او، ۱۲ نفر؛ نهم: متنیا و پسران و برادرانش، ۱۲ نفر؛ دهم: شمعی و پسران و برادران وی، ۱۲ نفر؛ یازدهم: عزیئیل و پسران و برادران او، ۱۲ نفر؛ دوازدهم: حشبیا و پسران و برادران او، ۱۲ نفر؛ سیزدهم: شبوئیل و پسران و برادرانش، ۱۲ نفر؛ چهاردهم: مَتّیتیا و پسران و برادران وی، ۱۲ نفر؛ پانزدهم: یریموت و پسران و برادران او، ۱۲ نفر؛ شانزدهم: حننیا و پسران و برادران او، ۱۲ نفر؛ هفدهم: یشبقاشه و پسران و برادران وی، ۱۲ نفر؛ هجدهم: حنانی و پسران و برادرانش، ۱۲ نفر؛ نوزدهم: ملوتی و پسران و برادران وی، ۱۲ نفر؛ بیستم: ایلیاته و پسران و برادران او، ۱۲ نفر؛ بیست و یکم: هوتیر و پسران و برادرانش، ۱۲ نفر؛ بیست و دوم: جدلتی و پسران و برادران او، ۱۲ نفر؛ بیست و سوم، محزیوت و پسران و برادران او، ۱۲ نفر؛ بیست و چهارم، روممتی عزر و پسران و برادرانش، ۱۲ نفر. | 9 |
৯এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;
১০তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;
১১চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
১২পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
১৩ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
১৪সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
১৫অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;
১৬নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
১৭দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
১৮একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
১৯দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২০ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;
২১চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২২পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৩ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৪সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৫অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৬ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৭বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৮একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
২৯দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
৩০ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
৩১চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;