< ହତ୍ତି 9 >
1 ତା ପାଚେ ପାଞ୍ଚଲମର୍ ଦୁତ୍ ମରି ଗାଜ୍ରାୟ୍ କିତିଲେ ଆନେଙ୍ଗ୍ ବାଦାଡ଼୍ତାଂ ର ହୁକା ପୁର୍ତିତ ଆର୍ଣ୍ଣାକା ହୁଡ଼୍ତାଂ; ହେଦେଲିଂ ପାତାଲ୍ କୁଣ୍ଡ୍ନି କୁଚି ହିୟାଜ଼ିମାଚାତ୍ । (Abyssos )
১তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল। (Abyssos )
2 ହେୱାନ୍ ହେ ପାତାଲ୍ କୁଣ୍ଡି ରିକ୍ତିଲେ ହେବେତାଂ ଗାଜା ବାଟିନି କଦା ଲାକେ କଦା ନିଙ୍ଗ୍ତାତ୍, ଆରେ ହେ ପାତାଲ୍ କୁଣ୍ଡିତ କଦା କାଜିଂ ୱେଡ଼ା ଆରେ ଆକାସ୍ ମାଜ୍ଗା ଆତାତ୍ । (Abyssos )
২তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল। (Abyssos )
3 କଦା ବିତ୍ରେତାଂ ପାମିଙ୍ଗ୍ ହସି ପୁର୍ତିତ ୱାତିକ୍, ହେୱେକାଂ ପୁର୍ତିନି କାଚାକୁପିନି ବିସ୍ ଲାକେ ସାକ୍ତି ହିତାନ୍ ।
৩সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।
4 ପୁର୍ତିନି କାଚ୍ରା କି କାଚାପାତ୍ରିୟା ବାନି କୁଚା କି ଇମ୍ଣାକା ପା ମାର୍ତିଂ ବୁଡାୟ୍ କିୱାଦାଂ, ଇମ୍ଣାକାର୍ତି ନିଦାଣ୍ତ ଇସ୍ୱର୍ତି ଚିନ୍ ହିଲ୍ୱିତିସ୍, କେବଲ୍ ହେୱାର୍ତି ବୁଡାୟ୍ କିଦେଙ୍ଗ୍ ହେୱାରିଂ ୱେଚ୍ଚାର୍ ।
৪আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।
5 ହେୱାରିଂ ଅହ୍ୟାୱାଦାଂ ପାଞ୍ଚ ମାସ୍ ପାତେକ୍ ହେୱାର୍ତି ନନାକା ଗିଟାୟ୍କିଦେଂ ହେୱାରିଂ ପା ମିଂ ଆଦିକାର୍ ହିତାନ୍, କାଚାକୁପି ମାନାୟ୍ତିଂ କାପ୍ତିତିସ୍ ଇନେସ୍ ନାନାତ୍, ଇ ନନାକା ହେ ଲାକେ ।
৫সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।
6 ହେ ସମୁତ ମାନାୟାର୍ ହାନାକା ଦାହ୍ନାର୍, ମାତର୍ ଇନେସ୍ କିଜ଼ି ପା ବାନି କିତିସ୍ ପା ପାୟା ଆଉର୍; ହେୱାର୍ ହାଦେଂ ମାନ୍ କିତାର୍, ମାତର୍ ହାକି ହେୱାର୍ତାଂ ହନ୍ନାତ୍ ।
৬সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।
7 ପାମିଂ ଜାଲ୍ଦି ଆତି ଜୁଜ୍ କିନି କାଜିଂ ଗଡ଼ା ଲାକେ ଚଞ୍ଜ୍ୟାଜ଼ି ମାଚିକ୍, ହେୱେକ୍ତି କାପ୍ଡ଼ାନି ପ୍ଡାକ୍ୟାତାକା ହନା ମୁକୁଟ୍ ଲାକେ ମାଚାତ୍, ଆରେ ହେୱେକ୍ତି ୱେଇ ମାନାୟାର୍ ୱେଇ ଲାକେ;
৭সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।
8 କଗ୍ଲେ ହିମ୍ଣାଂତି ତେମୁଲ୍ ଲାକେ ହେୱାଙ୍ଗ୍ ତେମୁଲ୍, ସିହଁ ଟାଡାଙ୍ଗ୍ ଲାକେ ହେୱେକ୍ତି ଟାଡାଙ୍ଗ୍ ମାଚିକ୍;
৮মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
9 ଲୱା ହାଜ ଉସ୍ପିତି ଲାକେ ହେୱେକ୍ତି ହାଜ ଉସ୍ପାନାକା, ଆରେ ଗଡ଼ାଗାଡ଼ି ଆରି ଜୁଜ୍ ବାହାତ ହନ୍ଞ୍ଚିମାନି ଜବର୍ ଗଡ଼ାଙ୍ଗ୍ ଗାଜ୍ରାନି ଲାକେ ହେୱେକ୍ତି ମାରାଂ ଗାର୍ଜାନାକା ହସି ମାଚାତ୍ ।
৯লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।
10 କାଚାକୁପିତି ନିଙ୍ଗୁଣ୍ ଆରି ବାଡ଼୍କାସ୍ ଲାକେ ହେୱେକ୍ତି ନିଙ୍ଗୁଣ୍ ଆରି ବାଡ଼୍କାସ୍; ପାଞ୍ଚ ମାସ୍ ପାତେକ୍ ମାନାୟାର୍ତି ବୁଡାୟ୍ କିଦେଙ୍ଗ୍ ହେୱେକ୍ ନିଙ୍ଗୁଣ୍ତ ସାକ୍ତି ମାଚାତ୍ ।
১০কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।
11 ପାତାଲ୍ କୁଣ୍ଡ୍ନି ଦୁତ୍ ହେୱାକାଂ ରାଜା, ତା ତର୍ ଏବ୍ରି ବାସାତ ଅବଦନ୍ ଆରି ଗ୍ରିକ୍ ବାସାତ ଅପଲ୍ଲିୟନ୍ ଇନେର୍ ଅରତ୍ ଅସ୍ପାନାକା । (Abyssos )
১১অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন। (Abyssos )
12 ପର୍ତୁମ୍ ଦୁକ୍ ୱିସ୍ତାତାତ୍, ହୁଡ଼ାଟ୍ ଇଦାଂ ପାଚେ ଆରେ ରିଣ୍ଡାଂ ଦୁକ୍ ୱାନାତା ।
১২এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷
13 ତାପାଚେ ଚଅ ଲମର୍ ଦୁତ୍ ମରିକାଟ୍ କିତିଲେ, ଆନେଙ୍ଗ୍ ଇସ୍ୱର୍ତି ମୁମ୍ଦ ହନା ଗାର୍ଣିନି ଚାରି କନାତାଂ ବିତ୍ରେତାଂ ର କାଟ୍ ୱେଚାଙ୍ଗ୍ ।
১৩পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।
14 ହେଦାଂ ମରି ଆସ୍ତି ମାନି ହେ ଚଅ ଲମର୍ ଦୁତ୍ତିଂ ଇଚାନ୍, ପରାତ୍ ଗାଜା ନାଗୁଡ଼୍ତ ବାନ୍ଦିମାନି ଚାରି ଦୁତ୍ତିଂ ମୁକ୍ଡ଼ାୟ୍ କିଜ଼ିହିୟାଟ୍,
১৪তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।
15 ହେବେ ମାନାୟାର୍ତି ର ତିନି ବାଗ୍ ଟୁଣି କାଜିଂ ଇ ଇମ୍ଣି ଚାରି ଦୁତ୍ ହେ ଡାଣ୍ଡ୍, ଦିନ୍, ମାସ୍ ଆରି ବାର୍ହୁ କାଜିଂ ଜାଲ୍ଦି କିୟା ଆଜ଼ି ମାଚିକ୍, ହେୱାର୍ ମୁକ୍ଡ଼ାୟ୍ କିୟାତାର୍ ।
১৫তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।
16 ପାଚେ ଆନ୍ ହୁଡ଼୍ତାଂ, ଗଡ଼ା ଦୁମ୍ତାକାର୍ ମେଲ୍ୟାର୍ତାଂ ଲମର୍ ୨୦୦,୦୦୦ ଲକ୍ୟ ରି କଟି; ଆନେଙ୍ଗ୍ ହେୱାର୍ ଗାଣ୍ତି ୱେଚାଙ୍ଗ୍ ।
১৬আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
17 ଆରେ ଆନେଙ୍ଗ୍ ହୁଡ଼୍ତାଂ ଗଡ଼ା ଆରି ହେୱାର୍ ଦୁମ୍ତାକାରିଂ ଇ ଲାକେ ହୁଡ଼୍ତାଂ, ହେୱାର୍ତି ଜିଦ୍ନି ହାଜ଼୍ଦ ନାଣିବାନି ନିଲିବାନି ଆରି ଗନ୍ଦକ୍ବାନି, ଗଡ଼ା କାପ୍ଡ଼ାଙ୍ଗ୍ ସିହଁ କାପ୍ଡ଼ା ଲାକେ ଆରେ ହେୱାଙ୍ଗ୍ ୱେଇଦାଂ ନାଣି, କଦା ଆରି ଗନ୍ଦକ୍ ହସି ମାଚାତ୍ ।
১৭আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।
18 ହେୱାଙ୍ଗ୍ତି ୱାଇଦାଂ ହତ୍ନି ନାଣି, କଦା ଆରି ଗନ୍ଦକ୍ ଲାକେ ଇ ତିନି ଦୁକ୍ ହୁକେ ମାନାୟାର୍ତି ର ତିନି ବାଗ୍ ଅହ୍ୟାତିକ୍ ।
১৮সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।
19 ଇନେକିଦେଂକି ଗଡ଼ାଙ୍ଗ୍ ସାକ୍ତି ହେୱେକ୍ତି ୱେଇ ଆରି ନିଙ୍ଗୁଣ୍ତ ମାଚାତ୍, ଲାଗିଂ ହେୱାଙ୍ଗ୍ତି ନିଙ୍ଗୁଣ୍ ରାଚ୍ ଲାକେ ଆରି କାପ୍ଡ଼ା, ଲାକେ ତା ହୁଦାଂ ହେୱାଙ୍ଗ୍ ବୁଡାୟ୍ କିନିକ୍ ।
১৯কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।
20 ଇମ୍ଣି ବାକି ମାନାୟାର୍ ଇ ୱିଜ଼ୁ ଦୁକ୍ ହୁକେ ଅହ୍ୟାୱାଦାଂ ମାଚିକ୍, ହେୱେକ୍ ଜାର୍ ଜାର୍ କେଇଦାଂ ରଚ୍ଚି କାମାୟ୍ତାଂ ମାନ୍ବାଦ୍ଲାୟ୍ କିୱିତିକ୍, ଇଚିସ୍ ବୁତ୍କୁତି ପୁଜା ଆରି ହୁଡ଼୍ନାକା, ୱେନାକା ଆରି ବୁଲାଚାଲାଦେଂ ଆଡ୍ୱିତି ହନା, ରୁପା, ପିତାଡ଼୍, କାଲ୍ ଆରି ୱେଜ଼୍ଗୁ ରଚ୍ଚି ପୁତ୍ଡ଼ାଂ ପୁଜା ପିସ୍ତେଙ୍ଗ୍ ଆଡ୍ୱିତିକ୍,
২০এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
21 ଆରେ ହେୱେକ୍ ଜାର୍ତିଂ ନାର୍ଟୁଣାକା, ପାଙ୍ଗାଣ୍, ଦାରି ଆରି ଗାଣ୍ଜୁ କାମାୟ୍ତାଂ ମାନ୍ବାଦ୍ଲାୟ୍ କିୱିତିକ୍ ।
২১তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।