< 1 Imilando 24 >
1 Njalo izigaba zamadodana kaAroni. Amadodana kaAroni: ONadabi, loAbihu, uEleyazare, loIthamari.
১হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
2 Kodwa oNadabi loAbihu bafa mandulo kuloyise, njalo bengelabantwana; ngakho oEleyazare loIthamari basebenza njengabapristi.
২তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।
3 UDavida wasebehlukanisa, loZadoki emadodaneni kaEleyazare, loAhimeleki emadodaneni kaIthamari, ngokwesikhundla sabo enkonzweni yabo.
৩দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।
4 Kwatholakala emadodaneni kaEleyazare inhloko zamaqhawe amanengi okwedlula emadodaneni kaIthamari mhla bewehlukanisa; emadodaneni kaEleyazare kwakulenhloko ezilitshumi lesithupha zendlu yaboyise, lemadodaneni kaIthamari ngokwendlu yaboyise, eziyisificaminwembili.
৪ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
5 Basebezehlukanisa ngezinkatho, lezi laleziyana, ngoba izinduna zendlu engcwele lezinduna zikaNkulunkulu zazivela emadodaneni kaEleyazare lemadodaneni kaIthamari.
৫একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।
6 UShemaya indodana kaNethaneli umbhali, ovela kumaLevi, wasezibhala phambi kwenkosi leziphathamandla loZadoki umpristi loAhimeleki indodana kaAbhiyatha, lenhloko zaboyise zabapristi lezamaLevi; indlu kayise eyodwa yathathelwa uEleyazare, leyodwa yathathelwa uIthamari.
৬লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।
7 Inkatho yokuqala yasiphumela uJehoyaribi, eyesibili uJedaya,
৭প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,
8 eyesithathu uHarimi, eyesine uSeworimi,
৮তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,
9 eyesihlanu uMalikiya, eyesithupha uMijamini,
৯পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,
10 eyesikhombisa uHakhozi, eyesificaminwembili uAbhiya,
১০সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
11 eyesificamunwemunye uJeshuwa, eyetshumi uShekaniya,
১১নৱম যেচূয়াৰ, দশম চখনিয়াৰ,
12 eyetshumi lanye uEliyashibi, eyetshumi lambili uJakimi,
১২একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,
13 eyetshumi lantathu uHupha, eyetshumi lane uJeshebeyabi,
১৩ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,
14 eyetshumi lanhlanu uBiliga, eyetshumi lesithupha uImeri,
১৪পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
15 eyetshumi lesikhombisa uHeziri, eyetshumi lesificaminwembili uHaphizezi,
১৫সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,
16 eyetshumi lesificamunwemunye uPhethahiya, eyamatshumi amabili uJehezekeli,
১৬ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,
17 eyamatshumi amabili lanye uJakini, eyamatshumi amabili lambili uGamuli,
১৭একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,
18 eyamatshumi amabili lantathu uDelaya, eyamatshumi amabili lane uMahaziya.
১৮ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।
19 Isikhundla salaba enkonzweni yabo sasiyikungena endlini yeNkosi ngokwesimiso sabo ngesandla sikaAroni uyise, njengalokho iNkosi uNkulunkulu kaIsrayeli yayimlayile.
১৯যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল।
20 Labaseleyo emadodaneni kaLevi: Emadodaneni kaAmramu: NguShubayeli; emadodaneni kaShubayeli: NguJehideya.
২০লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।
21 NgoRehabhiya: Emadodaneni kaRehabhiya, inhloko kwakunguIshiya;
২১অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।
22 kwabakoIzihari, uShelomothi; emadodaneni kaShelomothi, uJahathi.
২২যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।
23 Lamadodana kaHebroni, uJeriya owokuqala, uAmariya owesibili, uJahaziyeli owesithathu, uJekameyamu owesine.
২৩হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
24 Amadodana kaUziyeli, uMika; emadodaneni kaMika, uShamiri.
২৪উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
25 Umfowabo kaMika nguIshiya; emadodaneni kaIshiya, uZekhariya.
২৫মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।
26 Amadodana kaMerari: OMahli loMushi; amadodana kaJahaziya: UBheno.
২৬মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।
27 Amadodana kaMerari: KuJahaziya: OBheno loShohama loZakuri loIbiri.
২৭মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।
28 KuMahli: UEleyazare, owayengelamadodana.
২৮মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।
29 NgoKishi: Amadodana kaKishi: UJerameli.
২৯কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।
30 Lamadodana kaMushi: OMahli loEderi loJerimothi. La ngamadodana amaLevi ngokwendlu yaboyise.
৩০মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।
31 Lalaba labo benza inkatho yokuphosa njengabafowabo, amadodana kaAroni, phambi kukaDavida inkosi loZadoki loAhimeleki lenhloko zaboyise babapristi labamaLevi, inhloko yaboyise njengomfowabo omnciyane.
৩১দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।