< 1 UPhetro 3 >
1 Ngokunjalo, bafazi zehliseni kubomkenu ukuze kuthi lanxa abanye babo bengalikholwa ilizwi, baphenduke ngokuziphatha kwabomkabo kungekho kukhuluma,
১সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই,
2 lapho bebona ukuhlanzeka lenhlonipho yokuphila kwenu.
২আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হওক।
3 Ubuhle benu kabungaveli ekuziceciseni kwangaphandle, okunjengenwele ezelukiweyo lokugqiza izigqizo zegolide kanye lokugqoka izigqoko ezinhle.
৩কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।
4 Kodwa kumele bube ngobangaphakathi kwenu, ubuhle obungapheliyo bomoya omnene lothuleyo, oligugu elikhulu emehlweni kaNkulunkulu.
৪কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷
5 Ngoba le yiyo indlela abesifazane abangcwele bakudala ababethembe uNkulunkulu bejayele ukuzicola ngayo. Babezehlisa kubomkabo,
৫কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেখেত সকলেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেইদৰে নিজক বিভূষিত কৰিলে;
6 njengoSara owalalela u-Abhrahama wambiza ngokuthi yinkosi yakhe. Lingamadodakazi kaSara nxa lisenza okulungileyo njalo lingavumeli ukwesaba.
৬সেইদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা মানিলে। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে আপোনালোক তেওঁৰ জীয়ৰী৷
7 Ngokufanayo, madoda ekuphileni kwenu labomkenu wobani lozwelo, libaphathe ngenhlonipho njengababuthakathaka labazindlalifa kanye lani zesipho sokuphila esomusa, ukuze kungabi lalutho oluzavimbela imikhuleko yenu.
৭সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
8 Okokucina lonke hlalisanani ngokuthula; wobani lozwelo, lithandane njengabazalwane, libe lesihawu kanye lokuthobeka.
৮অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷
9 Lingaphindiseli okubi ngokubi loba inhlamba ngenhlamba, kodwa ngesibusiso, ngoba labizelwa ukuze lizuze ilifa lokubusiswa.
৯অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
10 Ngoba, “Lowo othanda ukuphila abone lensuku ezinhle kumele anqande ulimi lwakhe kokubi lezindebe zakhe ekukhulumeni inkohliso.
১০“কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;
11 Kumele batshiye ububi benze okulungileyo; kumele bafune ukuthula njalo bakunxwanele.
১১কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷
12 Ngoba amehlo kaThixo akhangele abalungileyo lezindlebe zakhe ziyezwa, imikhuleko yabo, kodwa ubuso bukaJehova bumelana lalabo abenza okubi.”
১২প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷”
13 Ngubani ozalilimaza nxa litshisekela ukwenza okulungileyo na?
১৩যি ভাল, তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহলে আপোনালোকক কোনে ক্ষতি কৰিব?
14 Kodwa lanxa lingahlupheka ngenxa yokulungileyo, libusisekile. “Lingakwesabi lokho abakwesabayo; kalingethuswa.”
১৪কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷
15 Kodwa yamukelani uKhristu ezinhliziyweni zenu njengeNkosi engcwele. Hlalani lilungele ukuphendula loba ngubani olibuza isizatho ngethemba elilalo.
১৫ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
16 Kodwa lokhu kwenzeni ngobumnene langenhlonipho, lilesazela esihle, ukuze kuthi labo abakhuluma okubi ngokuziphatha kwenu okuhle kuKhristu bayangeke ngokuhlambaza kwabo.
১৬যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।
17 Ngoba kungcono nxa kuyintando kaNkulunkulu, ukuhlupheka ngenxa yokwenza okulungileyo kulokwenza okubi.
১৭কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷
18 Ngoba uKhristu wafela izono zenu kwaba kanye, olungileyo efela abangalunganga, ukuze alise kuNkulunkulu. Wabulawa emzimbeni, kodwa wavuswa nguMoya,
১৮খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
19 wahamba ngaye wayatshumayela emimoyeni eyayisentolongweni yona
১৯সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷
20 engalalelanga kudala lapho uNkulunkulu alinda khona ngokubekezela ensukwini zikaNowa umkhumbi usakhiwa. Phakathi kwawo abantu abalutshwana nje kuphela, abayisificaminwembili bebonke, basindiswa ngamanzi,
২০সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷
21 njalo amanzi la afanekisa umbhaphathizo osusilisa lani futhi, kungayisikho kususa ingcekeza emzimbeni kodwa kuyisibambiso sesazela esihle kuNkulunkulu. Siyalisilisa ngokuvuka kwabafileyo kukaJesu Khristu,
২১সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷
22 oseye ezulwini njalo usesandleni sokunene sikaNkulunkulu, lezingilosi, leziphathamandla kanye lezikhulu ekuzehliseni kuye.
২২তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷