< Ihaia 47 >
1 Haere iho, e noho ki te puehu, e te tamahine wahine a Papurona: e noho ki te whenua, kahore he torona, e te tamahine a nga Karari; e kore hoki koe e kiia i muri he kiri angiangi, he whakatarapi.
১হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
2 E mau ki nga kohatu mira, hurihia he paraoa: tangohia ake tou arai, huhua ake te waewae, kia takoto kau te huha; e whiti i nga awa.
২জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা, তোমাৰ তললৈকে ওলমি যোৱা কাপোৰ সোলোকাই থোৱা, তোমাৰ ভৰিৰ আৱৰণ গুচাই নদী পাৰ হোৱা।
3 Ka kitea ou wahi e takoto tahanga ana, ae ra ka kitea tou mea e whakama ai koe: ka rapu utu ahau, e kore ano e whakaae ki tetahi tangata.
৩তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
4 Ko to tatou kaihoko, ko Ihowa o nga mano tona ingoa, ko te Mea Tapu o Iharaira.
৪আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
5 Noho kupukore, haere ki te pouri, e te tamahine a nga Karari; e kore hoki koe e kiia i muri, ko te wahine rangatira o nga kingitanga.
৫হে কলদীয়া জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা; কাৰণ তোমাক আৰু ৰাজ্যবোৰৰ ৰাণী বুলি মতা নহ’বা।
6 I riri ahau ki taku iwi, i whakapokea toku kainga tupu; tukua ana e ahau ki tou ringa; kihai i puta tou aroha ki a ratou, whakataimahatia rawatia iho e koe tau ioka ki te kaumatua.
৬মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলোঁ, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
7 I mea ano koe, Hei wahine rangatira ahau ake ake: na kihai noa iho tou ngakau i mea ki enei mea; kihai koe i mahara ki tona mutunga.
৭তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।
8 Na whakarongo aianei ki tenei, e te wahine e whai na ki nga ahuareka, e noho kore wehi na, e mea na i roto i tou ngakau, Tenei ahau, kahore atu hoki, ko ahau anake; e kore ahau e noho pouaru, e kore ahau e mohio ki te matenga o nga tamariki.
৮নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”
9 Otira ka pa whakarere enei e rua ki a koe i te ra kotahi, te matenga o nga tamariki, te pouarutanga; ka pa enei ki a koe i tona tonuitanga, ahakoa te nui o au mahi makutu, te maha rawa o au whaiwhaia.
৯কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
10 I whakawhirinaki hoki koe ki tou kino, i mea, Kahore he kaititiro moku: ko ou whakaaro nui me tou mohio, na ena koe i whakangau ke; i mea ai koe i tou ngakau, Ko ahau tenei, kahore ke atu, ko ahau anake.
১০তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”
11 Mo reira ka tae mai te kino ki a koe, e kore tona putanga e mohiotia e koe, ka taka ano te he ki a koe, e kore e taea e koe te karo; ka tae hohoro mai ano ki a koe te whakangaro, e kore e mohiotia e koe.
১১বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।
12 Tena ra, e tu, me au whaiwhaia, me au makutu maha, i mahia ra e koe i tou tamarikitanga ake, me kahore koe e whai pai, me kahore tau e taea.
১২যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
13 Kua hoha koe i te maha o nga whakaaro i whakatakotoria e koe. Tena ra, kia tu nga kaiwhakaaro ki nga rangi, nga kaititiro ki nga whetu, nga mea mohio ki nga marama, kia whakaorangia koe e ratou i nga mea meake tupono ki a koe.
১৩তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।
14 Nana, ka rite ratou ki te kakau witi, ka wera i te ahi; e kore ratou e ora i te ngaunga a te ahi: ehara i te ngarahu hei whakamahanatanga, ehara hoki i te ahi hei painatanga.
১৪চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
15 Na ka pera nga mea ki a koe, i mahi ai koe ki reira: ko te hunga i hokohoko ki a koe mai i tou taitamarikitanga, ka kotiti atu ratou ki tona wahi, ki tona wahi; kahore he kaiwhakaora mou.
১৫সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে, তেওঁলোক প্ৰতিজনে দিহাদিহি গুচি যাব, তোমাক উদ্ধাৰকৰিবলৈ কোনো নাথাকিব।