< Jozuas 12 >
1 Šie nu ir tās zemes ķēniņi, ko Israēla bērni ir kāvuši un viņu zemi ieņēmuši, viņpus Jardānes pret saules uzlēkšanu no Arnonas upes līdz Hermona kalnam un visu klajumu pret rītiem:
১বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
2 Sihons, Amoriešu ķēniņš, kas Hešbonā dzīvoja, valdīdams no Aroēra, kas Arnonas upes malā, un no tās upes vidus, un par vienu Gileādas pusi un līdz Jabokas upei, kas ir Amona bērnu robeža,
২চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
3 Un par to klajumu līdz Ķinerotes jūrai pret rītiem, un līdz tai klajuma jūrai, tai sāls jūrai pret rītiem, uz to ceļu līdz BetJezimotam, un dienvidu pusē apakš Pizgas kalna.
৩আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
4 Un Oga, Basanas ķēniņa, robežas; tas bija atlicis no tiem milžu ļaudīm, un dzīvoja Astarotā un Edrejā,
৪ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
5 Un valdīja par Hermona kalnu un par Zalku un par visu Basanu līdz Gešuriešu un Maāhatiešu robežām un tai vienā Gileādas pusē līdz Sihona, Hešbonas ķēniņa, robežām.
৫তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
6 Mozus, Tā Kunga kalps, un Israēla bērni tos kāva, un Mozus, Tā Kunga kalps, to deva Rūbeniešiem un Gadiešiem un Manasus pusciltij par daļu.
৬যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
7 Šie nu ir tās zemes ķēniņi, ko Jozuas un Israēla bērni kāva šaipus Jardānes pret vakariem, no Baāl-Gada Lībanus lejā līdz Ālaka kalnam, kas uz Seīru stiepjas, (un Jozuas to deva Israēla ciltīm par īpašumu pēc viņu daļām, )
৭চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
8 Kalnos un ielejās un klajumos un pakalnos un tuksnesī un pret dienasvidu: Hetieši, Amorieši, Kanaānieši, Ferezieši, Hivieši un Jebusieši.
৮ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
9 Jērikus ķēniņš viens; Ajas ķēniņš, kas sānis Bētelei, viens;
৯ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
10 Jeruzālemes ķēniņš viens; Hebrones ķēniņš viens;
১০যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
11 Jarmutes ķēniņš viens; Lākisas ķēniņš viens;
১১যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
12 Eglonas ķēniņš viens; Ģezeras ķēniņš viens;
১২ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
13 Debiras ķēniņš viens; Ģederas ķēniņš viens;
১৩দবীৰৰ ৰজা, গেদৰৰ ৰজা,
14 Hormas ķēniņš viens; Aradas ķēniņš viens;
১৪হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
15 Libnas ķēniņš viens; Adulamas ķēniņš viens;
১৫লিব্নাৰ ৰজা, অদুল্লমৰ ৰজা,
16 Maķedas ķēniņš viens; Bēteles ķēniņš viens;
১৬মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
17 Tapuas ķēniņš viens; Heferas ķēniņš viens;
১৭তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
18 Afekas ķēniņš viens; LāŠaronas ķēniņš viens;
১৮অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
19 Madonas ķēniņš viens; Hacoras ķēniņš viens;
১৯মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
20 Šimron-Meronas ķēniņš viens; Akšafas ķēniņš viens;
২০চিম্ৰোণ-মৰোণৰ ৰজা, অক্চফৰ ৰজা,
21 Taēnakas ķēniņš viens; Meģidus ķēniņš viens;
২১তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
22 Kēdesas ķēniņš viens; Jokneamas ķēniņš pie Karmeļa viens;
২২কেদচৰ ৰজা, কৰ্মিলত থকা যক্নীয়ামৰ ৰজা,
23 Doras ķēniņš Navat-Dorā viens; Gojimu ķēniņš Gilgalā viens;
২৩দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
24 Tircas ķēniņš viens; visi šie ķēniņi ir trīsdesmit un viens.
২৪অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷