< 2 Johani 1 >
1 Kuzwa kumukulwana kuya kumwanakazi yoketetwe nivana vakwe, uzo unisaka mubuniti- mi isiñi fera ime, Linu nikwavo bonse vezi buniti-
১ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
2 Vakenyi chavuniti bwikalilile kwentu nintato iyenda kusamani. (aiōn )
২কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷ (aiōn )
3 Imi chisemu, kuluka, inkozo muive naswe niku nsuna kuzwa kwa Ireeza kuzwa kwe Shetu kuzwila kwa Jesu Kereste, mwana weshetu, muvuniti nirato.
৩পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
4 Nisanga chavu kando kuti nivawani vamwi vanavenu bayenda mwiniti, sina mutuvatambwili iyi intayelo izwila kweshetu.
৪আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ৷
5 Imi hanu niku kumila, mwanakazi- isikuti niku ñolela intayelo ihya, kona itubazuwi kuzwa kutazi-mukuti tusakane,
৫হে ভদ্ৰ মহিলা, এতিয়া মই আপোনাক মিনতি কৰোঁ যে, আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত।
6 Imi ilinji rato, Ilikuti tuyende chetaelo yakwe. Iyi nji ntayelo, sina hamubazuwi kumatangilo kuti muyenda muyili.
৬আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷ এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
7 Mukuti vangi vachengi bachi vavayendi mwikanda, linu kavawambi kuti Jesu kereste avezi mwinyma, uzu njimuchengi mukuti kahena nji Jesu.
৭কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
8 Mulilole inwe muvene, ilikuti kanji musinyehelwa icho chitu vasevelezi. kono Ilikuti tuka tambule mupuzo wizwile.
৮আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
9 Yense yoyenda havunsu nasekali mwituto za Jesu kena Ireeza. imi wikala mwitunto, Linu uzu njiwina Ishentu ni mwanakwe,
৯যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
10 linu iye wiza kwenu nasena yinu itunto, kanji mu mutambuli mwizuvo yenu kanji mu mulumeresa.
১০যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
11 Mukuti iyemwine yo mutambula uwanika muchive cha mitendo yakwe.
১১যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
12 Nikwete zintu zingi zinilukela kuminolela, nina zintu zingi kono kani nsuni kuzi nola hepapili ni inke. Nihakuvabulyo, nilakaza kwiza kwenu zeni wambole nitulilolete, Ilikuti kusanga kwentu.
১২আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ।
13 Bana vamwachako wachikazana vakurumelesa.
১৩আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে।