< 2 Wakorintho 4 >

1 Kwa ele, ndabha tuye ni huduma eye, na kutya katuipokili rehema, tikata lepi tamaa.
এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
2 Badala yaki, tubelili njela syoa sya soni na sasijifighili. Tuishi lepi kwa hila, na tukalitumila lepi vibaya lilobhi la K'yara. Kwa kulifikisya laliyele la ukueli, tukajilasya tayhoto kwa zamila ya kila munu palongolo pa K'yara.
কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
3 Lakini kutya injili ya yhoto ijisighili kwa bhala tu bhabhiangamila.
কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
4 Kup'etela kuchagula kwa bhene, K'yara wa ulimwengu obho abhapofuili uyelebhwa wa bhene wa ubekili kuamini. Matokeo ghaki, bhibhuesya lepi kubhona nulu ya injili ya utukufu wa Kristu, yaayele ndo mfuano wa K'yara. (aiōn g165)
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে। (aiōn g165)
5 Kwa ndabha tukakitangasya lepi tayhoto, bali kristu Yesu kutya Bwana, ni tete kabhele kutya bhutumishi bha yhomo kup'etela Yesu.
কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।
6 Kwa ndabha muendo ndo aghajobhilo, “muenga alalangasya ku kitita.” Alangese kuhomela mu miteema yhitu, kupisya muanga wa maarifa wa utukufu wa K'yara kup'etela uwepo wa Yesu Kristu.
যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
7 Lakini tuye ni hazina ya ele kup'etela fhenu fya undongo, ili ndabha iyelewekai kwa nghofo ibhaa ya K'yara nasoyatete.
শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;
8 Titaabika kup'etela kila hali, tisongibhwa lepi tibhona mashaka ila tijasi bhwa lepi ni kukata tamaa.
আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
9 Titesibhwa ila tutetekisibhu hee. Titaghibhwa pasi lakini tiangamisibhwa hee.
তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
10 Magono ghoa tip'enda mibhele ya yhoto kifo kya Yesu, yakuwa usima wa Yesu ubhonekanai kabhele mu mibhele ya yhoto.
১০আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়।
11 Tete yatuyele hai magono ghoa tupisibhu kufua kwajia ya Yesu, yakuwa uhai wa Yesu ubhonekanai mu mibhele ya yhoto kibinadamu.
১১কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ।
12 Kwa ndabha eye, kifo kibhomba mbhombho mugati mwa yhoto, bali ni usima wibhombha mbhombho mugati mwa yhomo.
১২এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।
13 Ila tuyele ni roho yelayela ya imani kulengana ni khela ka kiyandikibhu: “Naamini, nikabhele nanenili.” Tete kabhele tiamini, ni kabhele linena.
১৩কিন্তু যেনেকৈ লিখা আছে, বোলে “মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক’লোঁ”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ৷
14 Timanyili kabhele yhola ya afufuili Bwana Yesu kabhele alatufufula tete pamonga ni muene. Tumanyili ya kuwa alatuleta tete pamonga ni muenga kup'etela ubhuepo bhuake.
১৪কাৰণ যি জনে প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো।
15 Kila khenu ni kwa jia ya yhomo ili ndabha, kadili ya neema kayizidi kuenela kwa bhanu bhingi, shukrani sizidiayi kuyongeseka kwa utukufu wa K'yara.
১৫কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
16 Efu tikata lepi tamaa. Japokuwa kwa kwibhala tuyenikichaka, kwa mugati tiketibhua upya magono hadi magono.
১৬এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
17 Kwa kipindi kifupi eke, mateso agha malaini ghakatuyandala tete kwa jia ya umilele ubhaa wa utukufu wa uzidili fipemu fyoa. (aiōnios g166)
১৭আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। (aiōnios g166)
18 Kwa ndabha tilangalepi kwajia ya fhenu fya fibhonekana, bali kwajia ya fhenu fya fibela kubhonekana. Fhenu fafibhuesya kubhonekana ni fya muda tu, bali fhenu fafibela kubhonekana ndo fya milele. (aiōnios g166)
১৮এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। (aiōnios g166)

< 2 Wakorintho 4 >