< Umatiyu 9 >
1 Yeso ma ribe uzirgi umei ma kafa uraba udandang ma ha ukatar nahum, a ba sa ma uni.
১পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
2 A dusa a en unu koni uwono unu kira, ma rarri upenge. sa yeso ma ira u hem unu ruba muwe ma, ma gun me vana um nata iruba a vatte ucara uwe men.
২এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
3 Sa wa kunna ani me are anu nyirte udangara u musa wa wa gun ina cece unu ugeme mazin unu cara Asere a bangan.
৩তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
4 Yeso ma russi imum me sa wazin nu bassa me anu ruba, ma gun we, yanini ya wuna izin nu bassa imum ibur a mu ruba mushi me.
৪যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
5 Nyanini ireki a gun hu a vatte ucara uwe men nan a gun hu hira dusa?
৫কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
6 In nyara irusi vana unu mazin unu bari sa ma dake ma vette ucara unun une “ma dusa ma gun me zika upenge uwe me udusa akura”.
৬কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
7 Unu me ma hiri ma dusa akura ame. Sa ni gura nanu na ira anime wa kunna biyau, wa nenziko Asere sa a nya anu usandi uni gino nikara me.
৭তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
8 Sa Yeso ma re aje in tanu ma gurna nan uye sa a gusan me matiyu ma ciki ahira u kabsa ikirfi ima nyanga.
৮ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
9 Yeso ma gun me tarsam ma hiri matarsi me.
৯যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
10 Abini me sa Yeso mazin na re imum yare a kura a Matiyu, anu kabsa ikirfi imanyanga nan anu cara ababga gbardang wa eh wa cukuno nan me nan anu tarsa ume me.
১০ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
11 Sa anu bezi urussa wa ira ani me, wa gun anu tarsa ume me nyanini ya wuna unu dungara ushi me mazin nare imum yare nan anu kabsa ikirfi imanyanga nan anu carsa abangan?
১১ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
12 Sa Yeso ma kunna, ma gun we, “Ana ti kun wani wa nyarsa uka inzo ana ahuna ba.
১২এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
13 Hanani ika nyara urusa imum me sa ma buki shi, 'In nyara iruba ineze inzo u nya imum ba' Russani ma aye barki anu usizikime inzo barki any sa wa mu kem ba.
১৩“মই বলিদান নোখোজো, দয়াহে বিচাৰো,”শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
14 Abini me anu tarsa u Yohana unu baptismanwa eh a hira a Yeso wa iki me “Nyanini ya wuna haru nan anu bezi urusa ri wuza ba.
১৪তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
15 Yeso ma kabirka ma gun we “iruba inyani itiyon ida kee i curno me a ma nyani matiyon me nan wee? Tiye ti eze sa adi ziki manyani matiyon me a ceki we. A bini me ani wayi ribe ucenti.
১৫তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
16 Unu ma da ke ma wuzi ubarka udibi ukusu in nitira ni so ba, ubarka me udi nyungurko udibi me, u janika kang u akki aje me.
১৬“কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
17 Ba de sa ma di wu uwangu uso anyumo aru a kuzu, ingi ma a wunan aru me adi tuza, uwangu me ukpeko akuri a curso me. Uwangu uso awu uni aru aso. Ani me amda dirame uwangu me nan aru me ba.
১৭এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰসচামৰাৰ পুৰণি মোটতনথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
18 Yeso ma ra anyumo ubo uwe ani me urunu ukatuma ka Asere ma eh ma tunguno ma gun me “Uca um mara wono aye dara me, ma di hiri”.
১৮যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
19 Yeso ma hiri nan anu tarsa umeme wa dusa nan nunume.
১৯তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
20 A bini me une sa ma kem tiwe belum unu koni umaye, ma dari me udibi ana dumo.
২০সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
21 Ma mu hem iruba, ingi ma dari me udibi umeme indi huma.
২১তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
22 Yeso ma gamirka ma iri me, ma gun me, “Nata iruba iwe me uca um uhem uwe me wa human hu” abini me une me ma huma
২২যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
23 Sa Yeso ma hana akura una katuma me, makem ani shuruwa nan anu unu gbejere.
২৩তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
24 Ma gun we hirani abame uca me mazin moro mani daki ma wono ba. wa wu me tizuza ti bi izi.
২৪যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
25 Sa ma gido we ma ribe ma meki uca me tari, ma hiri.
২৫পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
26 Abanga me a samirka vat a manganga me.
২৬পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
27 Sa Yeso ma ceki ahira me, arubo wa re wa tarsi unu tisa ume inikara “usam u Dauda burau duru”.
২৭যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
28 Sa Yeso ma ribe ara kura, arubu wa tarsi me, ma gun we “ya hem in da ke ihuman shi? wa kabirka” ee Ugomo Asere.
২৮পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
29 Ma dari aje a we me ma gun we “Adi human shi barki u hem ushi me”.
২৯তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
30 Abini me aje awe me a pokkino, Yeso ma hunguko we titui “kati ibuki aye ba.
৩০সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
31 Sa wa suro wa samirka a banga me vat a manyanga me.
৩১কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
32 A ehn uye sa ugbergene ma karti me tizi awe tantu dusa.
৩২সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
33 Sa asusso ugbergene me unu me ma tubi tize. Anu sa wa gurna ahira me wa tubi gusa “Dakki ta mu ira ana me anyumo Isarila ba”.
৩৩যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
34 Anu bezi urusa wa gu “Ahap in nikara nu gomo agbergene nini ma suzo agnergene men.
৩৪কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
35 Yeso ma tarsi tipinpin nan ti denge tini gura unu bo abanga urunta Asere, nanunu humza ana tikoni sassas.
৩৫যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
36 Sa ma ira anu wa gurna gbardang ma kunna ugogoni uwe barki ijassesa wazin unu same sarki unu benki, kasi item ige sa izome unu nakura.
৩৬তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
37 Ma gun nanu tarsa ume me “katuma ka ori gbardang, ana katumame cingilin.
৩৭তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
38 Barki ani me ikko ni ugomo Asere ukatuma ma tumi innanu akatuma wa wuzi me katuma”.
৩৮এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”