< 2 Ukorintiyawa 3 >
1 Ma guna haa, tidi tubi unonzo ace aru me ana me? Nyanini ti nyara kadura ku nyetike uhana ahira ashi me, nyanini ahira ashi me, gusi uwuza wabaye sa wa wuza?
১আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে? নাইবা আপোনালোকলৈ বা আপোনালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে?
2 She wani kadura ku nyertike uru me kani nonzo ka ge be sa a nyertike amu riba mushi me, barki konde vi ma rusi kani, ma kuri ma basa kani.
২আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জনিব পৰা সুখ্যাতিৰ পত্ৰ আপোনালোকেই হৈ আছে৷
3 Imum igenne ama saa, shi kadura ku nyertike kani ka Yeso, ka tari tiru azo unyertike umara mei sas, mei magino me ma bibe ba Asere bini bi zatu marsa, azo me anipum nini nipo nini anyertike, anyimo amu riba muni manyertike nin.
৩আপোনালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰ স্বৰূপে প্ৰকাশিত হ’ল, সেয়ে চিয়াঁহীৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ’ল।
4 Une uni uhem uru me ahira Asere usuro Yeso.
৪আৰু ঈশ্বৰৰ প্ৰতি এয়ে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ।
5 Azo uguna haru ace aru me iri mum ini sa ta bari, sati di gu ana haru wani ti wuza ace aru me daa urusa wa suro ahira Asere ani.
৫আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷
6 Barki maa bezin duru urusa a nyimo akatuma ka soo ka Yeso ubinani u aye umeme. Unyertike ukatuma kaso me uzo me unu binani Ibibe biriri bini. Barki unyertike ubinani uhaza, bibe biriri bi humz ni cas.
৬তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
7 A nyertike tize ti katuma ka Musa a pum a poo kage be sa umasirka ukani iwono ini azikinkatuma me ini nikara, anu uisraila wadiri ace u ira Umusa barki masaa makani mawu madangdang. Matuma kayenne kazi ku aka kani.
৭কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে প্ৰতাপযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তান সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল,
8 Adi bati kani ane ni nan katuma kabi be biriri.
৮তেনেহলে আত্মাৰ পৰিচৰ্যা তাতকৈয়ো প্ৰতাপযুক্ত নহ’ব নে?
9 Inki katuma be sa kadi hunguko uweki utize imum ihuma ini, am katuma be sa ka eze unu re piit.
৯কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি প্ৰতাপযুক্ত হয়, তেনেহলে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈয়ো অধিক প্ৰতাপযুক্ত হয়!
10 Rep, aticukum me, imum be sa ateki unu hira me ine ini iriri me ada hiraa anyo a iri imum barki tize be sa a en in tini ti teki ta impo taje me.
১০কাৰণ এনে অতিৰিক্ত প্ৰতাপৰ কাৰণে এই বিষয়ে সেই প্ৰতাপযুক্ত পৰিচৰ্যাৰ গৌৰৱ নাইকিয়া হ’ল।
11 Inki imum i aka aziki ihuma ini, nyanini idi karti imum be sa idi karti imum idi dondonkino ahira ine ini iriri me piit.
১১কাৰণ লুপ্ত হৈ যোৱাটো যদি কান্তিযুক্ত, তেনেহলে সদায় থকাটো তাতকৈ অধিক প্ৰতাপযুক্ত।
12 Sa azin duru ani me ti inso iriba ani me tiboo tize tiru me in nikara nini.
১২আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ,
13 Haru ti zome gusi Musa ba, sa ma impi muhenu mu meme in nitira barki kati anu Israila wa iri u'aka imum be sa teki unu hira ine ini iriri me vat sa idi mari.
১৩আৰু ইস্ৰায়েলৰ সন্তান সকলে, সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়, এই কাৰণে মোচিয়ে যেনেকৈ তেওঁৰ মুখত ওৰণি ল’লে, আমি তেনেকৈ নকৰোঁ।
14 Ana me muriba mu weme ma impino, u yee kani geme inki azini ubasa utize tikuzu tu nyertike Umusa, manyani magino me madan adaa sarki ukara umani, ahira a Yeso mani adake akari mani cas.
১৪কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।
15 Rep uyee akani me, inki azi nu basa ihori I Musa, i ntira nigino me madi ma impi we muriba me.
১৫কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।
16 Inki unu makuro ahira ugomonAsere adi kari me nitira nigino me.
১৬কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘুৰে, তেতিয়া সেই ওৰণি আতৰাই দিয়া হয়।
17 Ani me, ugomo Asere memani bibe biriri ahira me sa bibe bi riri bi ugomo Asere bi rani abini me ani ukem ubura unice urani.
১৭প্ৰভুৱেই আত্মা; আৰু প্ৰভুৰ আত্মা য’ত, তাতেই স্বাধীনতা।
18 Vat uru ana me muhenu muru kani me nitira na zoni, tizinu bezi masaa mu ugomo Asere gusi mageni aciran duru gusi me mani in naza. Ugomo Asere sa mazi bibe biriri ma zika ani.
১৮আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওতে চাওতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।