< Giobbe 25 >
1 Bildad il Suchita prese a dire:
১তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
2 V'è forse dominio e paura presso Colui Che mantiene la pace nell'alto dei cieli?
২প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।
3 Si possono forse contare le sue schiere? E sopra chi non sorge la sua luce?
৩তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে? আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?
4 Come può giustificarsi un uomo davanti a Dio e apparire puro un nato di donna?
৪তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
5 Ecco, la luna stessa manca di chiarore e le stelle non sono pure ai suoi occhi:
৫চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়।
6 quanto meno l'uomo, questo verme, l'essere umano, questo bruco!
৬তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!