< 1 Cronache 8 >
1 Beniamino generò Bela suo primogenito, Asbel secondo, Achiràm terzo,
১বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
2 Noca quarto e Rafa quinto.
২নোহা, আৰু ৰাফা।
3 Bela ebbe i figli Addar, Ghera padre di Ecud,
৩বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
4 Abisua, Naaman, Acoach,
৪অবীচূৱা, নামন, অহোহ,
5 Ghera, Sepufàn e Curam.
৫গেৰা, চফুফন, আৰু হূৰম।
6 Questi furono i figli di Ecud, che erano capi di casati fra gli abitanti di Gheba e che furono deportati in Manàcat.
৬এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
7 Naaman, Achia e Ghera, che li deportò e generò Uzza e Achiud.
৭নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
8 Sacaràim ebbe figli nei campi di Moab, dopo aver ripudiato le mogli Cusim e Baara.
৮চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
9 Da Codes, sua moglie, generò Iobab, Zibia, Mesa, Melcam,
৯তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
10 Jeus, Sachia e Mirma. Questi furono i suoi figli, capi di casati.
১০যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
11 Da Cusim generò Abitùb ed Elpaal.
১১ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
12 Figli di Elpaal: Eber, Miseam e Semed, che costruì Ono e Lidda con le dipendenze.
১২ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
13 Beria e Sema, che furono capi di casati fra gli abitanti di Aialon, misero in fuga gli abitanti di Gat.
১৩তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
14 Loro fratelli: Sasak e Ieremòt.
১৪এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
16 Michele, Ispa e Ioca erano figli di Beria.
১৬মীখায়েল, যিস্পা, আৰু যোহা,
17 Zebadia, Mesullàm, Chizki, Cheber,
১৭এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
18 Ismerai, Izlia e Iobab erano figli di Elpaal.
১৮
১৯এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
20 Elienài, Silletài, Elièl,
২০
21 Adaià, Beraià e Simrat erano figli di Simei.
২১
২২এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
24 Anania, Elam, Antotia,
২৪
25 Ifdia e Penuèl erano figli di Sasak.
২৫
26 Samserài, Secaria, Atalia,
২৬এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
27 Iaaresia, Elia e Zikri erano figli di Ierocàm.
২৭
28 Questi erano capi di casati, secondo le loro genealogie; essi abitavano in Gerusalemme.
২৮এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
29 In Gàbaon abitava il padre di Gàbaon; sua moglie si chiamava Maaca;
২৯গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
30 il primogenito era Abdon, poi Zur, Kis, Baal, Ner, Nadàb,
৩০তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
31 Ghedor, Achio, Zeker e Miklòt.
৩১গদোৰ, অহিয়ো, আৰু জেখৰ।
32 Miklòt generò Simeà. Anche costoro abitavano in Gerusalemme accanto ai fratelli.
৩২আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
33 Ner generò Kis; Kis generò Saul; Saul generò Giònata, Malkisùa, Abinadàb e Is-Bàal.
৩৩নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
34 Figlio di Giònata fu Merib-Bàal; Merib-Bàal generò Mica.
৩৪যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
35 Figli di Mica: Piton, Melech, Tarea e Acaz.
৩৫মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
36 Acaz generò Ioadda; Ioadda generò Alèmet, Azmàvet e Zimrì; Zimrì generò Moza.
৩৬আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
37 Moza generò Binea, di cui fu figlio Refaia, di cui fu figlio Eleasà, di cui fu figlio Azel.
৩৭মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
38 Azel ebbe sei figli, che si chiamavano Azrikàm, Bocru, Ismaele, Searia, Abdia e Canan; tutti questi erano figli di Azel.
৩৮আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
39 Figli di Esek suo fratello: Ulam suo primogenito, Ieus secondo, Elifèlet terzo.
৩৯আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
40 I figli di Ulam erano uomini valorosi e tiratori di arco. Ebbero numerosi figli e nipoti: centocinquanta. Tutti questi erano discendenti di Beniamino.
৪০উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।