< תְהִלִּים 134 >
שִׁ֗יר הַֽמַּ֫עֲלֹ֥ות הִנֵּ֤ה ׀ בָּרֲכ֣וּ אֶת־יְ֭הוָה כָּל־עַבְדֵ֣י יְהוָ֑ה הָעֹמְדִ֥ים בְּבֵית־יְ֝הוָ֗ה בַּלֵּילֹֽות׃ | 1 |
১হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
שְׂאֽוּ־יְדֵכֶ֥ם קֹ֑דֶשׁ וּ֝בָרֲכוּ אֶת־יְהוָֽה׃ | 2 |
২তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
יְבָרֶכְךָ֣ יְ֭הוָה מִצִּיֹּ֑ון עֹ֝שֵׂ֗ה שָׁמַ֥יִם וָאָֽרֶץ׃ | 3 |
৩যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।