< Rwĩmbo 8 >

1 Naarĩ korwo no ũtuĩke ta mũrũ wa maitũ, ũrĩa wongire nyondo cia maitũ! Hĩndĩ ĩyo, ingĩgũtũnga nja, ndaakũmumunya, na gũtirĩ mũndũ o na ũrĩkũ ũngĩĩmena.
প্রিয়াৰ কথা: অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
2 Ingĩgũtongoria, ngũtware nyũmba ya maitũ, ũcio wandutire maũndũ. Ingĩkũhe ndibei ĩrĩa njamithie wega ũnyue, o yo ngogoyo ya mĩkomamanga yakwa.
মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
3 Guoko gwake kwa ũmotho akũigĩte rungu rwa mũtwe wakwa, nakuo guoko gwake kwa ũrĩo gũkaahĩmbĩria.
তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
4 Inyuĩ aarĩ a Jerusalemu, ndamwĩhĩtithia atĩrĩ: Mũtikoimbuthũre wendo o na kana mũwarahũre, o nginya wĩrirĩrie kwarahũka guo mwene.
হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। যিৰূচালেমৰ ৰমণীসকলৰ কথা:
5 Nũũ ũyũ ũroka ambatĩte oimĩte werũ-inĩ, etiiranĩtie na mwendwa wake? Mwendwa Rungu-inĩ rwa mũtĩ wa matunda nĩho ndakwarahũrire ũrĩ toro; hau nĩho nyũkwa aagĩĩrĩire nda yaku, o hau nĩho ũcio warĩ na ruo rwa kũrũmwo aagũciarĩire.
নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
6 Njĩkĩra ta mũhũũri ngoro-inĩ yaku, ũũhũũre ta mũhũũri guoko-inĩ gwaku; amu wendo ũrĩ hinya o ta gĩkuũ, ũiru waguo ũmĩtie ngoro o ta mbĩrĩra. Ũcinaga o ta mwaki ũrakana, na o ta rũrĩrĩmbĩ rũnene mũno rwa Jehova. (Sheol h7585)
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। (Sheol h7585)
7 Maaĩ maingĩ matingĩhota kũhoria wendo; njũũĩ itingĩhota kũũthereria. Korwo mũndũ no aheane ũtonga wothe wa nyũmba yake nĩ ũndũ wa wendo-rĩ, no kũnyũrũrio ũngĩnyũrũrio o biũ.
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
8 Nĩtũrĩ na kairĩtu ka maitũ, nako gatiumĩtie nyondo. Tũgeka atĩa nĩ ũndũ wa kairĩtu kau gaitũ, mũthenya ũrĩa gagaatuĩka ga kũũrio?
আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9 Korwo nĩ rũthingo-rĩ, tũngĩaka mĩthiringo mĩraihu na igũrũ ya betha igũrũ rĩako. Korwo nĩ mũrango-rĩ, tũngĩkahingĩrĩria na mbaũ cia mũtarakwa.
তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম। ককায়েকসকললৈ যুৱতীৰ কথা:
10 Niĩ ndĩ rũthingo, nacio nyondo ciakwa ihaana ta mĩthiringo mĩraihu na igũrũ. Nĩ ũndũ ũcio maitho-inĩ make-rĩ, nduĩkĩte o ta mũndũ ũtũmaga aiganĩre.
১০মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
11 Solomoni aarĩ na mũgũnda wa mĩthabibũ kũu Baali-Hamoni; mũgũnda ũcio wa mĩthabibũ akĩũkomborithia kũrĩ akombori. O mũndũ aarĩ arehage cekeri 1,000 cia betha nĩ ũndũ wa maciaro maguo.
১১বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
12 No mũgũnda wakwa wa mĩthabibũ nĩ wakwa o niĩ nyiki; cekeri icio 1,000 nĩ ciaku wee Solomoni; nacio cekeri 200 nĩ cia arĩa marĩmagĩra maciaro maguo.
১২মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। প্রিয়ৰ কথা:
13 Atĩrĩrĩ, wee ũikaraga mĩgũnda-inĩ hamwe na arata a thiritũ yaku, reke o na niĩ njigue mũgambo waku.
১৩হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। প্রিয়াৰ কথা:
14 Umagara na ihenya mwendwa wakwa, ũtuĩke ta thiiya, kana ta thwariga nyanake ĩrĩ irĩma-inĩ iria ĩrĩ mahuti manungi wega.
১৪হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।

< Rwĩmbo 8 >