< Ahibirania 5 >
1 Rĩu-rĩ, mũthĩnjĩri-Ngai ũrĩa mũnene o wothe athuuragwo kuuma gatagatĩ ka andũ na agatuuo wa kũmarũgamĩrĩra maũndũ-inĩ marĩa makoniĩ Ngai, nĩguo arutage maruta na magongona nĩ ũndũ wa kũhoroheria mehia.
১প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।
2 Nake nĩahotaga gũkirĩrĩria arĩa matarĩ na ũmenyo o na arĩa maturuurĩte, kuona atĩ o nake nĩarĩ ũhũthũ wake.
২মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত।
3 Ũndũ ũyũ nĩguo ũtũmaga arute magongona ma kũhoroheria mehia make mwene, o ta ũrĩa amarutaga nĩ ũndũ wa mehia ma kĩrĩndĩ.
৩যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উৎসৰ্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক।
4 Gũtirĩ mũndũ wĩheaga gĩtĩĩo kĩu we mwene; no nginya akorwo etĩtwo nĩ Ngai, o ta ũrĩa Harũni eetirwo.
৪মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
5 Nĩ ũndũ ũcio, o nake Kristũ ndaigana kwĩyoera ũgooci wa gũtuĩka mũthĩnjĩri-Ngai ũrĩa mũnene. No nĩ Ngai wamwĩrire atĩrĩ, “Wee nĩwe Mũrũ wakwa; ũmũthĩ nĩndatuĩka Thoguo.”
৫সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে, “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।”
6 Na handũ hangĩ oigĩte atĩrĩ, “Wee ũrĩ mũthĩnjĩri-Ngai nginya tene, o ta ũrĩa Melikisedeki aatariĩ.” (aiōn )
৬সেইদৰে আন এঠাইত কৈছে: “তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত।” (aiōn )
7 Matukũ-inĩ marĩa Jesũ aatũũraga gũkũ thĩ-rĩ, nĩahooyaga na agathaitha Ngai, agĩkayaga mũno agĩitaga maithori kũrĩ ũcio ũngĩahotire kũmũhonokia kuuma gĩkuũ-inĩ, na nĩaiguagwo nĩ ũndũ wa kwĩnyiihia gwake.
৭যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
8 O na gũtuĩka aarĩ mũriũ, nĩerutire gwathĩka nĩ ũndũ wa ũrĩa aanyariirĩkire,
৮যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;
9 na aarĩkia gũtuuo mwagĩrĩru kũna, agĩtuĩka kĩhumo kĩa ũhonokio ũrĩa ũtagaathira harĩ arĩa othe mamwathĩkagĩra, (aiōnios )
৯এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল; (aiōnios )
10 nake Ngai akĩmũtua mũthĩnjĩri-Ngai mũnene o ta ũrĩa Melikisedeki aatariĩ.
১০আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ’ল।
11 Nĩtũrĩ na maũndũ maingĩ tũngĩmwĩra makoniĩ ũhoro ũyũ, no nĩ hinya kũmũtaarĩria tondũ mũtinyiitaga maũndũ narua.
১১যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান।
12 Nĩ ũndũ-rĩ, o na gũtuĩka rĩu mwagĩrĩirwo nĩgũkorwo mũrĩ arutani-rĩ, nĩmũbatarĩte mũndũ wa kũmũruta maũndũ marĩa mwarutĩtwo kĩambĩrĩria ma kiugo kĩa Ngai o rĩngĩ. Inyuĩ mũbataire kũheo iria, no ti irio nyũmũ!
১২ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
13 Mũndũ o wothe ũnyuuaga iria, tondũ no gakenge-rĩ, ndangĩmenya wega ũhoro wa ũrutani wa ũthingu.
১৩কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।
14 No irio iria nyũmũ nĩ cia andũ arĩa agima, arĩa nĩ ũndũ wa kũmenyera gũcihũthĩra kaingĩ, nĩmerutĩte gũkũũrana wega na ũũru.
১৪কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।