< Titosas 3 >
1 Assay dere aysizaytas haristanamalane loo7o gidida miish wursi oothanas giga gidanamala asa qofissa.
১তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু
2 Qasekka oonikka asa bollla iita hasa7ontamalane loo7o asa gidanamala asa wursos kumetha wozinappe ba ashketeth besanamala wuisa qofissa.
২কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷
3 Nukka kasse qofay bayndaytane azazetontayta ne balletizayta duma duma amoninne loo7o dusas ayletethan haretizaytakko. Asarane nurka nu gasanka oyetishe itatethaninne miqaynetethan doos.
৩কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
4 Gido attiin nuna ashida Xoossa kiiyatethinne iza siqqoy qonccida wode nu oothida xiilotethan gidonta dishin iza marotetha daron atidos, izi nuna ashiday nam7antho yeleteth gidida mechaninne Xiillo Ayanan ooraxetethankko.
৪কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল,
৫তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷
6 Hesaka Xiillo Ayanay nu bolla nu Gooda Xoossi nuna ashida Yesus Kirstosa bagara keezi darsi gusides.
৬তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে,
7 Hesikka nu iza kiiyatethan xillidi medhiina deyo ufays ooyki layzayta gdanasa. (aiōnios )
৭যাতে তেওঁৰ অনুগ্ৰহত আমি ধার্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হব পাৰোঁ৷ (aiōnios )
8 Hesikka amanetida qaala. Xoossa amanizayti loo7o oothos bena aathi imanamala hayssa ubbaa ne lo7etha yotanamala ta koyays. Hesikka loo7one ay asika koyizaza.
৮এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।
9 Qassekka coo hada palamapenne asay ba qomo qodizazape, lalefenne woga gish dendiza ooshafe ne hakka. Heytanti go7oy baynda pathonta yokko.
৯কিন্তু মূঢ় বাদ-বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক।
10 Asa garsan shakoteth medhiza asa isi to nam7u to ne zorin ekonta ixxiko izadera nes ispetethi doppo.
১০দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰিবা;
11 Hesa mala asi baletida nagarancha asa izadey berkka ba bolla piirdidaysa ne era.
১১তেনেধৰণৰ মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা।
12 Arxximone woykko Tikiqosa ta neekko kiitikko ne tako Niqqoliyonne yanas nes danda7etizaz ubbaa ootha. Tani halaytha ballgo hen athana gada qachadis.
১২মই তোমাৰ তালৈ আর্ত্তিমা বা তুখিকক পঠালোঁ, নীকপলিত মোৰ ওচৰলৈ বেগাই আহিব বাবে তুমি যত্ন কৰিবা; কিয়নো মই সেই ঠাইতে জাৰকালি কটাবলৈ সিদ্ধান্ত ললোঁ।
13 Woga eriza Zemasayne Aphillossay biishin istas koshzaz ubbaa kuntha mada.
১৩পণ্ডিত চিনাক আৰু আপল্লোক অতি যত্নেৰে পঠাবা, যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়।
14 Nu bagatas hachis hachis ista koshizaz isti demanamalane ista dethay goo7oy bayndaz gidontamala isti loo7o ootho oothi minanamala tamaranas koshes.
১৪আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পুৰণ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।
15 Tanara dizayti intena saro getes. Amano gedon nuna siiqqizayta wursi saro giite. Xoossa kiyatethi intenara gido.
১৫মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰেম কৰা সকলোকে মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন৷