< Luqaassa 16 >
1 Yesussay bena kaallizaytas hiz gides “issi dure adde daysas iza keeththa ayssiza issi assi dees, izi he dure addezza miishsha ogey bayndda lalizayssa worey ha dure addezza haythan wodhides.
১যীচুৱে শিষ্য সকলক ক’লে, “এজন ধনী মানুহৰ এজন ঘৰগিৰীআছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷
2 Dure addezzi uraa xeeygidi (hayso ta siyizaysi aazzee? Haysafe doomada ne ta keethas ayssizadde gidanas dandda7ontagish ne alafetetha garsan diza miishsha oykkida mazgaba zaara)” gides.
২তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক’লে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’
3 Keetha ayssizaddezzi ba wozinara ta Goday tana ta alafetethafe goodana gees goya maanas taas wolqay baa, woossanas yeelatays, hessa gididagish ay ootho gides.
৩তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, ‘এতিয়া মই কি কৰিম, যদি মোক এই কর্মৰ পৰা অাতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷
4 Tani alafetethafe kezikko asay tana mokki ekkana mala oothanna oge ta erays.
৪মোক ঘৰগিৰী দায়িত্বৰ পৰা অাতৰালেও লোক সকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, সেই কাৰণে কি কৰিব লাগিব তাক মই জানিছোঁ৷’
5 Hessa gish iza Goda acoy ista bolla diza asata issi issi ura xeeygides. Koyro yidaysa ne bolla Goda acoy aapunee? gides.
৫তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, ‘আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?’
6 Issi xeetu xaaro kumetha zayitey ta bolla dees gides. Alafezi zaaridi kase ne faramida woraqqata hey ekka uttada elle ichachu tamu xaaro gaada xaafa gides.
৬তেওঁ ক’লে, ‘এশ মোন তেল৷’ ঘৰগিৰীয়ে তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা৷’
7 Kaalidi hankkoysa nech ne bolla aappun dizee? gides. Ichachu tamu il7o gisttey dees gides. Alafezi zaaridi kase ne tal7ashe faramida waraqqata hey oyddu tamu il7o gaada xaafa gides.
৭তাৰ পাছত আন জনক সুধিলে, ‘তোমাৰ কিমান দিবলগীয়া ঋণ আছে?’ তেওঁ ক’লে, ‘এশ মোন ঘেহুঁ৷’ তেতিয়া তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা৷’
8 Godazikka shocechiza alafezi oothida cincatetha gish nashides. Ha alame nayti bena milatizaytara diza gaagotethan poo7o naytappe aadhdhidi cincca. (aiōn )
৮তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিছিল৷ এই হেতুকে ধনী লোক জনে ঘৰগিৰীক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷ (aiōn )
9 Hessa gish tani intena gizay ha biitta miishshay wurida wode medhina keeththan inte ekettana mala ha7i intes diza miishshaara intes lagge medhdhite gays gides. (aiōnios )
৯মই তোমালোকক কওঁ, অযথার্থ ধনেৰে অাপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে অাপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব৷ (aiōnios )
10 Guutha miishshan amanetizza uray daro miishshan amanettanna, guutha miishshan amanettonttaddey daro miishshan amanettenna.
১০যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷
11 Histikko inte ha biitta miishshan amanettenna ixxikko tuma miishsha hadara oykkite giidi ooni intes immanee?
১১এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব?
12 Asa miishshan inte amanettontta ixxikko intes buzu7a gidana miish ooni immanee?
১২যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেনেহলে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷
13 Nam77u Godas issi to issi bolla azazettana dandda7iza uray oonikka deenna woy issa dosidi issa ixxees woykko issakko shiiqidi hankkoysa leqqes. Xoossasine miishasinne haaristanas dandda7ekkista.
১৩কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা৷”
14 Miishsha darisi siiqiza Farsaweti hessa wursi siyidi Yesussa qidhida.
১৪এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷
15 Yesussaykka istas inte intena asa achchan xilisista gido attin Xoossi inte wozina erees. Asa achchan bonchettidda uray Xoossa sinthan tuna giidi istas yoottides.
১৫তেতিয়া তেওঁ তেওঁলোকক ক’লে, “আপোনালোকে মানুহৰ আগত নিজকে নিজে ধার্মিক প্ৰমাণিত কৰোঁতা, কিন্তু ঈশ্বৰে আপোনালোকৰ হৃদয় জানে; এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘিণলগীয়া৷
16 Muse wogayne nabeti Yanisay yaana gakanas haasa7ishe gam77ida. Hessa kaallidi qasse Xoossa kawotethas miishrachchoy sabbakketides, asi wurikka hee gelanaas wadhetes.
১৬যোহন অহালৈকে বিধান আৰু ভাববাদী সকলৰ বাক্য আছিল; তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবার্তা ঘোষণা কৰা হৈছে, প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷
17 Gido attin Muse wogappe issi qeerina kundda atanaysafe saloynne biittaynne aadhanaysi kawisha gidana.
১৭কিন্তু বিধানৰ এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী লুপ্ত হোৱা সহজ৷
18 Be machcho anjji yedidi hara machcho ekkiza assi wurikka laymates ba addefe anjetta bidaro ekkidayskka laymatees.
১৮যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷
19 Qassekka Yesussay istas lo7o mayo mayidi gallas gallas lo7o duussa ufayssan diza issi dure assi dees gides.
১৯কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷
20 He addezza pengeni kumetha bollay madunth xalla gidida issi Alaazaaree geetettiza manqo adde dizaysi zin7idi dees.
২০লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷
21 Izikka he dure addezza keeththan asay kath miishni maaddafe hugen wodhiza duuxxeth maxi maanaas amotees. Kanatikka iza maduntha laacetees.
২১সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে৷
22 Ha manqo addezzikka hayqqin salo kiitanchati Abrame ki7o ekki bida dure addezzikka hayqqidi moogetides.
২২কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷
23 Si77olen wayetishe dhoqqu giidi haahon Abrame xellides, Alaazaareekka ba ki77n oykk dishin be7ides. (Hadēs )
২৩ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷ (Hadēs )
24 Dre addezzi aawa Abrame hayssan wayetiza taas michcharki Alaazaarey ba biradhdhe xeera irxx haathan bochchidi ta inxxrs irxisana mala yedarki giii wassides.
২৪তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’
25 Gdo attin Abramey ta nazo neni biitta bolla dashe lo7o duus deyida mala Alaazaarey kase waye beydyss ne qopp gido attin ha7i izi ufa7etishn neni waaistassa gides.
২৫কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷
26 Hessi wuri hanshin haan diza assi haappe hee intekko aadhdhontta mala qassekka intekkon dizay haa nukko aadhdhana koyiza uray haa aadhdhontta mala intesine nuus giddon gita aafoy giiggetides gides.
২৬এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।
27 Dure addezzi qasse aabo hessi hessagidikko neni Alaazaare duge ta aawasso yedanamala nena woossays, taas ichachu ishati deetes, hayti hayssa waayeso yontamala biidi istas lo7ethi yootana mala Alaazaare yedarkki gides.
২৭ধনী ব্যক্তি জনে ক’লে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷
২৮তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷
29 Abramey izas zaaridi Museynne nabeti heen ista achchan diza gish istafe siyeto gides.
২৯কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’
30 Izika zaaridi aawa Abrame hessamala gidenna hayqqida asappe issi uray hayqoppe dendi biikko isti Xoossa maaretethan gelana gides.
৩০তেতিয়া সেই ধনী ব্যক্তি জনে ক’লে, ‘তেনে নহওক পিতৃ অব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷’
31 Abrameykka zaaridi Museynne nabeti gizayssa siyonta ixxikko hayqqida asappe issi uray dendidakkokka isti amanettenna gides.
৩১তেতিয়া তেওঁক অব্ৰাহামে ক’লে, ‘যদি তেওঁলোকে মোচি আৰু ভাববাদী সকলৰ বাক্য নুশুনে, তেনেহলে মৃত সকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ কলেও তেওঁলোকে নুশুনিব৷’”