< Yanisa Mishiracho 5 >
1 Hesafe kalidi Ayhudista Ba7lley dizza gish Yesussay Yerussallame bideess.
১এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গ’ল, কাৰণ সেই সময়ত ইহুদী সকলৰ এটা পৰ্ব আছিল।
2 Yerusalamen doorsi gelizza pennge achchan iibrawista qalara Betesayda getettza issi pulltoofe shiqqida eloo hathey dees. Bollara kamay diza ichachu o7geti dettes.
২যিৰূচালেমত মেষ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
3 Daro hargganchatti, ayyfe qooqeti, to woobetinne to silati ogge bolla zinniidi hathay qaxistana gakanas nagetees.
৩সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
4 Isi isi woode Goda kiitanchay hathan woodhidi hatha qaththes. haththa qathafe kaldi koyrottdi hathan gelizza hargganchay bena sakiza ay hrggefekka paxes.
৪
5 Hen gadaan heedzdzu tammane oosppun laythth kumeth sakketida isadeey dess.
৫তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
6 Yessusay Adezza hen zin7idayssa beyddine izi daro laythth saketdayssa eridi “ne paxxana kooyaz?” gidess.
৬যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?”
7 Hargganchazika zaridi “Godo haththay qaxxetiza woode tana hathan gelththiza assi dena, ta buroo bana gishshin harray tape kaseti hathan gelles.” gidess
৭ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
8 Yesussayka Iza “dendda ne zin7ida algga tookada ba” gidess.
৮যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
9 Adezzikka herakka paxxides. Be algga tooki ekidii bidess. Hessi hanidayy Ayhudista sambbata galassa.
৯তেতিয়াই সেই মানুহ জনে সুস্থ হ’ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
10 Hesa gish Ayhudista hallaqat paxxida Adezza “hach Sambbattara ne algga tokkana mala Musse wogay azazena” gida.
১০সেই দিনটো বিশ্ৰামবাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰামবাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।”
11 Izikka Isttas “ne zini7ida algga tookkda ba gi yotides” gides.
১১কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
12 Isttikka “nena algga tookkada ba giday oonne?” gi oychchida.
১২তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
13 Deerey darida gishinne Yesussay hepee hakki bida gish iza oonni paththidakonne adezzi eribeyna.
১৩কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
14 Hesafe guye Yesussay Adeza Xoossa keeththan demmidi “hekoo ha7i ne paxadasa kaseysafe Adhizza iita miishi ne bolla gakontta mala nam77anththo nagara othofa” gides
১৪পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
15 Adezikka bidinne iza pathiday Yesussa gididaysa Ayhudista dannatas yotides.
১৫তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
16 Adezza sambbata gallas pathida gish Ayhudista dannat Yesussa oykkana yedi godida.
১৬এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
17 Yesussayka isstas “ta aaway wurso wode oothes, takka othana” gides
১৭যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
18 Hesa gason ayhudista dannat Yesussa wodhana malla kaseppe aththi denththethida, qase izi sammbatta morida gish xalla gidontta “Xoossi ta aawa” gida gishshinne bena Xoossara ginssida gishasa.
১৮যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
19 Yesussay isttsa hizgi zarrides “ta intes tummu gays aaway oothishin be7idaysa othoppe attin nazi ba shenen ayne otheena. Aaway othizaysa iza nay hessathoka oothes.
১৯ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
20 Gasoyka Aaway naaza doses ba othzaysakka wursi iza besees, inte malaletontta mala hayssafeka adhiza ootho buro bessana.
২০কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
21 Aaway haqqidayta denththizaythone deyoo imizaysatho nazika hessathoo ba koydades deyoo immana.
২১পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
22 Aaway oonna bollaka pirdeena gido attin pirda maata wuris ba nazas imiddes.
২২পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
23 Izi hessaththo oththiday asay wuri aawa bonchana malane qaaseka nazaka bonchana malasa. Naza bonchonttay naza kitida aawakka boncheen.
২৩যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
24 Ta intes tumma gays ta qaalla siyzadeesine tana kitidaden amanizades medhina deyooy dees, izadeey hayqoope gede deyoon pinnidees atin iza bolla pirdetena. (aiōnios )
২৪মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল। (aiōnios )
25 Ta intes tummu gays kase hayqqida asat Xoossa na qaala siyza woodey yaana, he woodiyakka haano, siyzatii wuri deyoon deyaana.
২৫আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
26 Gasoykka aaway ba bagra deyooy diza mala nazikka ba baggara deyooy dana mala oothides
২৬কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
27 Izi asa na gidida gish pirdana mala Godatethth izas imiddes.
২৭পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
28 Haysan aykokka malaletoppite, Gasoykka buro kase hyqdii dufoon dizaayti wuri Iza qaala giireth siyizza woodey yana.
২৮এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
29 Lo7o oothdayt hayqqope denddid paxxna, Iita othidaayti gidikko hayqoope denddidi pirdistana.”
২৯আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
30 “Ta ta sheenen ayne oththanas danddaike, gido attin ta ta aawape siyda mala pirdays, tana kiitidaysa sheene oththaysi attin ta sheenen ta oththontta gish ta pirdan balay bawwa.
৩০মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
31 Tan ta gish tarkka markkatiko ta markkay tummu gidena.
৩১মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহলে মোৰ সেই সাক্ষ্য সত্য নহয়।
32 Gido attin ta gish markkatizzadey haraay dees, izika ta gish markkatizzade, markkatethay tummu gididdaysa ta eraays.
৩২আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
33 Inteni Yanssako asse kitideistashin izika tummu markkatidees.
৩৩আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
34 Ta hayssa gizay inte attana mala attin tas haara ass markkateth koshshida gish gideena.
৩৪অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
35 Yanssay exidii pooizaa poo7 mala, intekka gutha wode iza poo7in uhaaththaaettana kooydista.
৩৫সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
36 Tas gidikoo Yanssa markkatethape adhiza markkaay dees, ta markkayka ta aaway tas immida oothok, hesika ta oothiza othooy ta aaway tana kitidaysa tas markkates.
৩৬কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
37 Tana kitida ta Aawayka ba huera tas markkatidees, inte gidiko iza qaala giireth mulekka siybeykkista, izas medhoka mulera beybeeykkista.
৩৭সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনো কালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
38 Izi kitidadden inte ammanontta gish iza qaalay inte achchan deyeena.
৩৮তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে।
39 Intes geesha Maxxaafatape medhina deyoo demanas milatin maxaxafata piqqilista, maxxaafatikka ta gish markkatetes. (aiōnios )
৩৯আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে; (aiōnios )
40 gido attin inte deyoo demaanas tako ha yana kooyekkista.
৪০তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।
41 Ta asappe boncho kooykke.
৪১মই মানুহৰ প্রশংসাপাবলৈ চেষ্টা নকৰোঁ;
42 ta intena errays, xoossa siqqoy intenan baynddaysa errays.
৪২কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
43 Tan ta aawa sunththan yadiis shin inte tana mooki ekiibeykeista hara uray qase ba sunththan yikoo inte iza mokii ekista.
৪৩মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
44 Inte inte garssan isay isape boncho koyzzaytoo issi Xoossafe betizza boncho koyonttaytoo inte waanidi tana amaanana danddaeti?
৪৪আপোনালোকে এজনে আন জনৰ পৰা প্রশংসাগ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
45 Ta aawa sinththan intena moottanay intes tana misatoopo intena moottanay inte iza uhaaththaaysi oothiza Musekko,
৪৫নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।
46 Museey ta gish xaafidaysa ammanidako inte tana ammanana.
৪৬আপোনালোকে যদি মোচিক বিশ্বাস কৰে, তেনেহলে মোকো বিশ্বাস কৰিলেহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
47 Izi xaafidaysa inte ammanontta agikoo qase ta qaala inte woostti ammanane?”
৪৭কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে, তেনেহলে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?”