< Kitetidayta Ootho 6 >
1 Ammanizayta qooday dari dari biza wode girkke biittafe yida ayhuda asati yudan diza ayhuda asa bolla garssara zigiretida, gasooykka wursio wode miza kaathi gishishe ammiista wudan yegontta aggida gishasiko.
১সেই সময়ত শিষ্য সকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধৱা সকলক অৱহেলা কৰা হৈছে।
2 Hessa gish nu taammane namm7u kittetidayti ammaniza harata issi bolla shishshidi “Nuni kaathi gishshetho ooson gellidi Xoossa qaala tammariso agganas beesena” gida.
২তেতিয়া বাৰ জন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে- “আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজনৰ পৰিচৰ্যা কৰা কামত লাগি থকা সঠিক কার্য হোৱা নাই।
3 Hessa gish nu ishshato inte garssafe ciniccata, xiillo ayanan kummidaytane loo7o markkateeth dizayta lappun asi doorte, hayssa halafeteth nu isttas immana.
৩এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাত জন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।
4 Nuni gidiko wossanine qaala yooton minnana.
৪ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
5 Istti gida yoyi siyidayta uhaaththaayssides, Ammanonine xiillo ayanan kummidayt Isxxifanose, Philliphosa, Phirisqqorossa, Niqqarona, ximmona, Pharmmenane Yudatethan gellida anxxokiya dere asa gidida Niqqolossa doorda.
৫তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।
6 Heyta ehidi kittetidayta sinthth shishshida, istikka ba kushshe istta bolla wothidi isttas wossida.
৬বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
7 Xoossa qaalay aakki aakki bides, ammannizayta qooday yerussalamen dari dari bides, qeessistape darooti ammanida.
৭তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।
8 He wode isxxifanosey Xoossa immotethanine wolqan kummid dereza garssan giitta malalisiza malatata ooththides.
৮স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
9 Wozeetida Ayhudata woossa keeth geeteti xeeygetizasope yida asi gidida Qarenappene Iskkinddriyape; qassekka Kilqqiyappene Issiya awurajjatappe yida asatikka wuri Isxxifanosera marshetida.
৯কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়, আলেকজেন্দ্রিয়া, কিলিকিয়া আৰু এচিয়া, এই ঠাই সমূহৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।
10 Gido attin cinccatethan izi hasa7iza hasa7ane izan diza Ayana eqqistanas danda7ibeyteena.
১০কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।
11 Hessa gish “Isxxifanosey Musene Xoossu cayishin nu siydos” giza asata guyera gigisida.
১১তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এই বুলি কবলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”
12 Hessa wode dereza, dere cimmatane woga tammarisizayta denthethidanne Isxxifanose oyththidi dere duullatako shishshida.
১২এনেদৰে তেওঁলোকে জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।
13 Iza bolla “Hayssi addezi Haysa geesha sooza bollane woga bolla cashsha qaala hasa7a mullekka aggibeyna.
১৩তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।
14 Gasooykka haysi addezi Nazirete Yesussay hayssa Xoossa keethth dhayssana gishinnine nu mussepe ekkida woga laammana gi hasa7ishin nu siyidos” gi wordora markkatiza asata shishshi markkasida.
১৪কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”
15 Duullata uttida asay wuri Isxxifanose tiishi histti xeellishin iza ayfesoy isttas kittancha ayfeso millati beetides.
১৫তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।