< Zacharie 13 >
1 En ce jour-là il y aura une source ouverte pour la maison de David et pour les habitants de Jérusalem, pour le péché et la souillure.
১“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
2 Et en ce jour-là, dit l'Éternel des armées, j'exterminerai du pays les noms des idoles, pour que leur mémoire se perde, et je bannirai aussi du pays les prophètes et l'esprit impur.
২বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
3 Que si quelqu'un prophétise encore, son père et sa mère, ses parents lui diront: « Tu ne dois pas vivre, car tu as proféré le mensonge au nom de l'Éternel; » et son père et sa mère, ses parents, le transperceront lui prophétisant.
৩তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব।
4 Et en ce jour-là les prophètes auront tous honte de leur vision eux prophétisant, et ils ne revêtiront plus le manteau velu pour tromper.
৪তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব।
5 Et chacun d'eux dira: Je ne suis point prophète, je suis laboureur, car quelqu'un me vendit dès ma jeunesse.
৫কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ।
6 Et si on lui dit: Qu'est-ce donc que ces blessures que tu as aux mains? il dira: J'ai reçu ces coups dans la maison de mes amants.
৬কিন্তু কোনোৱে তেওঁক ক’ব, ‘তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ?’ তেতিয়া তেওঁ উত্তৰ দিব, ‘মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ’।”
7 Épée, réveille-toi! [fonds] sur mon pasteur et sur un homme qui est mon proche! dit l'Éternel des armées; frappe le pasteur, et le troupeau se dispersera, mais je reporterai ma main sur les petits.
৭“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
8 Et il arrivera dans tout le pays, dit l'Éternel, que les deux tiers en seront exterminés, périront, et que le tiers y survivra.
৮যিহোৱাই কৰা ঘোষণা এই, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ’ব!” তেওঁলোক অৱশিষ্ট নাথাকিব; কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব।
9 Et je mettrai le tiers au feu et les purifierai, comme on purifie l'argent, et les éprouverai, comme on éprouve l'or. Et ce tiers invoquera mon nom, et moi je l'exaucerai; je dirai: C'est mon peuple; et ils diront: L'Éternel est mon Dieu.
৯আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”