< 1 Corinthians 16 >
1 about then the/this/who collection the/this/who toward the/this/who holy: saint just as to direct the/this/who assembly the/this/who Galatia thus(-ly) and you to do/make: do
১পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
2 according to one (Sabbath *N(k)O*) each you from/with/beside themself to place to store up (which one *NK(o)*) (if *N(k)O*) to get along well in order that/to not when(-ever) to come/go then collection to be
২সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
3 when(-ever) then to come which (if *NK(o)*) to test through/because of epistle this/he/she/it to send to carry off the/this/who grace you toward Jerusalem
৩এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
4 if then worthy to be the/this/who I/we and to travel with I/we to travel
৪যদি আমি যোৱাতো উচিত হয়, তেনেহলে তেওঁলোক অামাৰ লগতে যাব।
5 to come/go then to/with you when(-ever) Macedonia to pass through Macedonia for to pass through
৫কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।
6 to/with you then to obtain/happen (to continue *NK(o)*) or and to winter in order that/to you me to help on the way whither if to travel
৬আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷
7 no to will/desire for you now in/on/among passing by to perceive: see to hope/expect (for *N(k)O*) time one to remain/keep on to/with you if the/this/who lord: God (to permit *N(k)O*)
৭এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।
8 (to remain/keep on *NK(o)*) then in/on/among Ephesus until the/this/who Pentecost
৮তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;
9 door for me to open great and effective and be an opponent much
৯কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
10 if then to come/go Timothy to see in order that/to fearlessly to be to/with you the/this/who for work lord: God to work as/when I/we and
১০এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
11 not one therefore/then it/s/he to reject to help on the way then it/s/he in/on/among peace in order that/to to come/go to/with me to wait for for it/s/he with/after the/this/who brother
১১কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।
12 about then Apollos the/this/who brother much to plead/comfort it/s/he in order that/to to come/go to/with you with/after the/this/who brother and surely no to be will/desire in order that/to now to come/go to come/go then when(-ever) to have opportunity
১২এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।
13 to keep watch to stand in/on/among the/this/who faith to act like a man to strengthen
১৩আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
14 all you in/on/among love to be
১৪আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
15 to plead/comfort then you brother to know the/this/who home: household Stephanas that/since: that to be firstfruits the/this/who Achaia and toward service the/this/who holy: saint to appoint themself
১৫হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;
16 in order that/to and you to subject the/this/who such as this and all the/this/who to work with and to labor
১৬আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।
17 to rejoice then upon/to/against the/this/who coming Stephanas and Fortunatus and Achaicus that/since: since the/this/who (you *N(k)O*) deficiency this/he/she/it to fulfil
১৭আমি সকলো আনন্দিত হৈছোঁ, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
18 to give rest for the/this/who I/we spirit/breath: spirit and the/this/who you to come to know therefore/then the/this/who such as this
১৮কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব।
19 to pay respects to you the/this/who assembly the/this/who Asia (to pay respects to *N(K)O*) you in/on/among lord: God much Aquila and (Prisca *N(k)O*) with the/this/who according to house: home it/s/he assembly
১৯এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
20 to pay respects to you the/this/who brother all to pay respects to one another in/on/among kiss holy
২০সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷
21 the/this/who salutation the/this/who I/we hand Paul
২১মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷
22 if one no to love the/this/who lord: God (Jesus Christ *K*) to be devoted (Come, Lord! *N(k)O*)
২২কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
23 the/this/who grace the/this/who lord: God Jesus (Christ *K*) with/after you
২৩প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
24 the/this/who love me with/after all you in/on/among Christ Jesus (amen *KO*) (to/with Corinthian first to write away from Philippi through/because of Stephanas and Fortunatus and Achaicus and Timothy *K*)
২৪খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।