< Matthæus 28 >
1 Men efter Sabbaten, da det gryede ad den første Dag i Ugen, kom Maria Magdalene og den anden Maria for at se til Graven.
১তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।
2 Og se, der skete et stort Jordskælv; thi en Herrens Engel for ned fra Himmelen og trådte til og væltede Stenen bort og satte sig på den.
২চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
3 Men hans Udseende var ligesom et Lyn og hans Klædebon hvidt som Sne.
৩তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।
4 Men de, som holdt Vagt, skælvede af Frygt for ham og bleve som døde.
৪কিন্তু সেই মহিলা কেইজনীক,
5 Men Engelen tog til Orde og sagde til Kvinderne: "I skulle ikke frygte! thi jeg ved, at I lede efter Jesus den korsfæstede.
৫দূতে মাত লগাই ক’লে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।
6 Han er ikke her; thi han er opstanden, som han har sagt. Kommer hid, ser Stedet, hvor Herren lå!
৬তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।
7 Og går hastigt hen og siger hans Disciple, at han er opstanden fra de døde; og se, han går forud for eder til Galilæa; der skulle I se ham. Se, jeg har sagt eder det."
৭এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো”।
8 Og de gik hastig bort fra Graven med Frygt og stor Glæde og løb hen for at forkynde hans Disciple det.
৮তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ’ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।
9 Men medens de gik for at forkynde hans Disciple det, se, da mødte Jesus dem og sagde: "Hil være eder!" Men de trådte til og omfavnede hans Fødder og tilbade ham.
৯তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, “তোমালোকৰ মঙ্গল হওক”। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।
10 Da siger Jesus til dem: "Frygter ikke! går hen og forkynder mine Brødre, at de skulle gå bort til Galilæa, og der skulle de se mig."
১০তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
11 Men medens de gik derhen, se da kom nogle af Vagten ind i Staden og meldte Ypperstepræsterne alt det, som var sket.
১১পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।
12 Og de samledes med de Ældste og holdt Råd og gave Stridsmændene rigelige Penge
১২তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে,
13 og sagde: "Siger: Hans Disciple kom om Natten og stjal ham, medens vi sov.
১৩“আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা।
14 Og dersom Landshøvdingen får det at høre, ville vi stille ham tilfreds og holde eder angerløse."
১৪এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দূৰত ৰাখিম”।
15 Men de toge Pengene og gjorde, som det var lært dem. Og dette Ord blev udspredt iblandt Jøderne indtil den Dag i Dag.
১৫তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ’ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
16 Men de elleve Disciple gik til Galilæa, til det Bjerg, hvor Jesus havde sat dem Stævne.
১৬পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল;
17 Og da de så ham tilbade de ham; men nogle tvivlede.
১৭আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।
18 Og Jesus trådte frem, talte til dem og sagde: "Mig er given al Magt i Himmelen og på Jorden.
১৮তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
19 Går derfor hen og gører alle Folkeslagene til mine Disciple, idet I døbe dem til Faderens og Sønnens og den Helligånds Navn,
১৯এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
20 og idet I lære dem at holde alt det, som jeg har befalet eder. Og se, jeg er med eder alle Dage indtil Verdens Ende." (aiōn )
২০মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”। (aiōn )