< Žalmy 70 >
1 Přednímu z kantorů, žalm Davidův, k připomínání. Bože, abys mne vytrhl, Hospodine, abys mi spomohl, pospěš.
১হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
2 Zahanbeni buďte, a zapyřte se, kteříž hledají duše mé; zpět obráceni a v potupu dáni buďte, kteříž se kochají v neštěstí mém.
২যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
3 Zpět obráceni buďte za to, že mne k hanbě přivesti usilují ti, kteříž na mne povolávají: Hahá, hahá.
৩যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।
4 Ale ať se radují a veselí v tobě všickni ti, kteříž tě hledají, a ti, kteříž milují spasení tvé, ať říkají vždycky: Veleslaven budiž Bůh náš.
৪তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
5 Já pak chudý a nuzný jsem, ó Bože, pospěšiž ke mně; pomoc má, a vysvoboditel můj ty jsi, neprodlévejž, Hospodine.
৫কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।