< 1 Ŵasesalonike 3 >
1 Mbesi nganitukombola kupililila kwakupunda, nipele, twaiweni yambone kusigalila uwe pe ku Asene.
১গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথিনী নগৰত অকলে থাকিবলৈকে মনস্থ কৰিলোঁ।
2 Twantumile kukwenu nlongo njetu che Timoseo, jwakwatumichila Akunnungu pamo ni uwe mmasengo ga kulalichila Ngani Jambone ja Kilisito. Twantumile kukwenu kuti anlimbisye mwanya ni kuntusya ntima nkati chikulupi chenu,
২সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,
3 kuti chikulupi cha jwalijose pasikati jenu chinatinganyiche kwaligongo lya malagasyo getu ga. Mwachinsyene nkumanyilila kuti chitupate malagasyo go pakuŵa uli usache wa Akunnungu kulagaswa.
৩যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ।
4 Pakuŵa, patwaliji pamo ni ŵanyamwe twansalile chile kuti tutulagaswe, ni mpela inkuti pakumanyilila ni iyoyo yaitite pakuŵa.
৪সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে।
5 Kwa ligongo lyo panalepele kwendelechela kupililila, nantumile che Timoseo kuti manyilile ngani sya chikulupi chenu. Najogwepe kuti pane jwachigongomalo jula anaiche kukunnyenga ni masengo gose gatupanganyisye kukwenu gaŵe gangali chindu.
৫সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।
6 Nambo sambano che Timoseo ausile kukwetu kutyochela kukwenu, nombejo atusalile ngani sya kusengwasya sya chikulupi ni unonyelo wenu. Atusalile kuti nkutukumbuchilanga moŵa gose, ni kuti nkulajila kutuwona mpela ila nowe ŵakwe itukuti kulajila kumbona.
৬কিন্তু তীমথিয়ই আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভালপোৱাৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আপোনালোকে আমাক স্নেহভাৱেৰে সকলো সময়তে সোঁৱৰণ কৰি আছে৷ আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে, তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াহ কৰি আছোঁ।
7 Kwa yeleyo achalongo achinjetu, mkusauka kwetu ni malagasyo gatukugapata tukutulaswa ntima nomwe kwa kupilikana nkati chikulupi chenu.
৭এই কাৰণে, হে ভাইসকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ।
8 Pakuŵa sambano tukwete umi, kwa kummona ŵanyamwe ndi chiimilile nkutama kwa kulumbikana kwenu ni Ambuje.
৮কিয়নো আপোনালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ।
9 Sambano tukukombola kwatogolela Akunnungu kwa ligongo lyenu, malinga ni lukondwa lwatukwete paujo pao kwa ligongo lyenu.
৯আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো!
10 Muusi ni chilo tukwapopelela Akunnungu kwa kuchalila nnope kuti tukole lipesa lya kuonegana sooni kuti tumpe chachilichose chachipungwiche mu chikulupi chenu.
১০আপোনালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু আপোনালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ৷
11 Nipele tukwapopelela Akunnungu ŵaali Atati ŵetu ni Ambuje ŵetu Che Yesu atukolochesye litala lya kwika kukwenu.
১১পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক।
12 Ambuje anjonjechesye ni kunchuluchisya unonyelo wa jwine ni jwine ni kwanonyela ŵandu wose mpela itukuti kunnonyela ŵanyamwe.
১২আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
13 Kwayele Akunnungu anlimbisye mitima jenu ni ŵanyamwe ngamma ni chileŵo ni chimme ŵaswela paujo pa Akunnungu ŵaali Atati ŵetu pachauje Ambuje ŵetu Che Yesu pamo ni ŵandu ŵao wose.
১৩ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।