< Olphong 8 >
1 Kutnoek parhih te a ong vaengah vaan ah khonoek tintan tluk tah kamkhuemnah neh om.
১পাছত তেওঁ সপ্তম ছাব মেলোতে, স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।
2 Te phoeiah Pathen hmaiah aka pai puencawn parhih te ka hmuh tih amih te olueng parhih a paek.
২আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল।
3 Tedae puencawn a tloe ha pawk vaengah hmueihtuk ah pai tih sui bael a pom. Anih te bo-ul muep a paek. Te te ngolkhoel hmaikah sui hmueihtuk dongah hlangcim cungkuem kah thangthuinah la a paek ni.
৩পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল।
4 Te vaengah puencawn kut kah hlangcim rhoek thangthuinah bo-ul khuu te Pathen hmaiah luei.
৪তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।
5 Te phoeiah puencawn loh bael te a loh. Hmueihtuk kah hmai te a kol tih diklai la a hlak. Te vaengah rhaek neh khohum ol neh khophaa neh lingluei la thoeng.
৫পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।
6 Te vaengah olueng parhih aka pom puencawn parhih tah olueng ueng ham amamih te rhuengphong uh.
৬পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
7 Lamhma loh a ueng vaengah rhael neh hmai, thii neh a thoek te thoeng tih diklai la a hlak dongah diklai hlopthum te ung. Thing rho te khaw hlop thum ung. Khopol hing boeih khaw ung.
৭পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।
8 Puencawn a paibae loh a ueng vaengah tlang bangla aka len hmai tak te tuitunli la a hlak. Te dongah tuitunli kah hlop thum te thii la poeh.
৮পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল
9 Te dongah tuitunli ah hinglu aka khueh a kutngo te hlop thum tah duek. Sangpho hlop thum te khaw poci.
৯আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।
10 Puencawn a pathum loh a ueng vaengah vaan kah aisi aka len te hmaithoi bangla rhong tih tla. Tuiva hlop thum so neh tuisih tui soah tla.
১০পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।
11 Aisi kah ming te khaw pantong ti ham om. Tui hlop thum te khaw pantong la poeh tih a khahing dongah tui lamkah hlang muep duek.
১১সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।
12 Puencawn a pali loh a ueng vaengah Khomik te hlop thum, hla te khaw hlop thum, aisi te khaw hlop thum te a hnaa. Te daengah ni amih hlop thum loh hmuep vetih khothaih hlop thum a phoe pawt eh. Te vaengah khoyin tah amah boeiloeih la om.
১২পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
13 Te vaengah ka sawt hatah vaan bangli ah atha pakhat kah a ding ka yaak. Ol ue neh, “Anunae, anunae, anunae diklai dongah khosa rhoek, puencawn pathum kah olueng ol a tloe te ueng hamla cai coeng,” a ti.
১৩পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।