< 1 Teselonikawa 1 >
1 Bulus, Silvanus, mba Timoti hi ni Chochi ni Tasalonika wandi a hi tietie ni Baci mbu Yesu Kristi. Do Irji zo yi du yiki piam me
১মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক।
2 Kisi ngiri ni Irji kpukpome, dini yoyi ni suron, kita ki bre Irji chachu ni tu mbi.
২আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ।
3 Ki ta ri-mmre indú, ni kři ngangban mbi ni nkon Irji, mba ndu son ni vu suron, mba yo suron ni Baci mbu Yesu Kristi.
৩আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
4 Mmri vayi wa Irji son yi, ki toh Irji chuyi,
৪হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, আপোনালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো;
5 nitu andi lan tre ma a ye ni yi ana ni gbengble megen na, ama ni ibrji yeyere wu Baci wandi ani nota sisuron. Bi yi me bi toh ko ki ndi bibirime, ni bibi son mbu niyi
৫কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল।
6 Bi ka hu za mbu ni za Bachi mbu ngyerengyere ndi kpa tre Irji mba yá wa ndi ani hu gonma ni sisuron. Ni tu kima, bi yoh injo ndindima kaagon Masidoniya mba Akaya nitu lantre wa ndi bi kpa nyeme niwu.
৬বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল।
৭তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছে।
8 Itre Bachi mbu zren kaagon rji ni yi nda ka rini Masidoniya mba Akaya, u kri gbamgba mbi ni nkoh Irji aka rini ko nintse. Bachi mbu a zren kaagon gbagban mu. Ni tu kima, kita kina he ni-kpe wa ki hla nitu mbi ngana.
৮মাত্র মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।
9 Babã me ba bla ndi bi-kpa ba ni wo-hah ni ƙma suron mbi rji ni hu brji ye ni hu Irji ni shulu,
৯কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷
10 nitu kima bisi gben Ivren Irji wa-ndi ani rji ni shulu, wa Irji a chu-u rji nimi ɓe nda nou vri - Yesu, wawu mba kpa ta chuwo rji ni-nfu Irji.
১০ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।