< प्रकाशित वाक्य 11 >
1 फिरी मीं नापनेरे लेइ अक निराठी दित्ती, ते तैने मीं सेइं ज़ोवं, “उठ परमेशरेरे मन्दरे ते बलिदान केरनेरी ठार नाप, ते ज़ैना लोक तैड़ी मेरी आराधना केरने लोरेन तैन गन।
১পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ’ল; আৰু মোক কোৱা হ’ল, “উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদি আৰু সেইবোৰক প্ৰণিপাত কৰা সকলক জোখা।
2 पन मन्दरेरे बेइरयों अंगन न नाप, किजोकि एन तैन लोकां केरे लेइ आए ज़ैना मीं पुड़ विश्वास न केरन, ते तैना तैस पवित्र नगर यरूशलेमे 42 महीन्न तगर तुबा केरेले।
২কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা; কিয়নো তাক অনা-ইহুদী সকলক দিয়া হ’ল৷ তাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব।
3 तैस वक्ते अवं अपने दुइये गवाहन ई अधिकार देइलो, तैना टाट यानी मातमेरां लिगड़ां लेइतां 1260 दिहाड़न तगर मेरे सन्देशेरू एलान केरन।”
৩মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”
4 तैना दूई गवाह, ज़ैन केरे बारे मां बड़े पेइले केन्च़े ज़ैतूनेरे दूई बुट ते दूई दीवट केरि मिसाल दित्तोरी थी ज़ैना परमेशरेरे सामने रहतन ज़ै धेरतरे लोकां केरो प्रभुए।
৪তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ।
5 ते अगर कोई तैन नुकसान पुज़ानो चाए, त तैन केरे ऐशी मरां अग निस्तां तैन केरे दुश्मन भस्म केरतीए, ते अगर कोई तैन नुकसान पुज़ानो चाए, त ज़रूर तै इस्से तरीके सेइं मारे गाले।
৫তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।
6 परमेशरे तैन अधिकार दित्तोरो, कि तैना सन्देश एलान केरनेरे दौरान अम्बर बंद केरन (यानी झ़ड़ी रोकन)। तैन ई भी अधिकार मैल्लो पानी खूनेरू ज़ेरू लाल बनान, ते इन भी कि ज़ैखन तैना चान धेरतली पुड़ हर किसमेरी आफत एनी बटतन।
৬তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।
7 ते ज़ैखन तैना दूई गवाह परमेशरेरे सन्देशेरू एलान केरतां झ़ाड़ेले, त तैए हैवान ज़ै अथाह कुण्डे मरां निसेलो, तैन सेइं लेड़तां तैन करां ज़ींतेलो ते तैन मारेलो। (Abyssos )
৭তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব। (Abyssos )
8 ते तैन केरि लाशां तैस महान नगर यरूशलेमेरे सड़की मां राली ज़ैड़ी तैन केरो प्रभु क्रूस पुड़ च़ाढ़ोरो थियो, ज़ेसेरी तुलना सदोम नगर ते कने मिस्रे मुल्खे सेइं कियोरीए।
৮তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।
9 ते सब लोकन, कुलन, भाषान ते कने कौमन मरां लोक तैन गवाहां केरि लाशां सड़े ट्लाई दिहाड़न तगर हेरते राले। ते तैना लोक तैन केरि लाशन कोन्ची भी दबने न देले।
৯নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।
10 ते धेरतलरे रानेबाले, तैन केरे मारने सेइं खुश ते मघन भोले, ते तैन केरे हेरने बालन बड़े डरेले।
১০আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল।
11 ते सड़े ट्लाई दिहाड़ना पत्ती परमेशरेरे तरफां ज़िन्दगरी सांस तैन मां आई, ते तैना खड़े भोए, ते ज़ैनेईं तैना दुबारां ज़ींते लाए तैना बड़े डेरि जे।
১১চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।
12 एसेरां बाद, तैन दूई मैनेईं स्वर्गेरां अक ज़ोनेबालो उच्ची आवाज़ी मां ज़ोते शुनो, “कि इड़ी बा एज्जा!” ज़ैखन तैन केरे दुश्मन हेरनेरे लोरे थिये तैना तैने केरे सामने बिदलारी पलेटतां स्वर्गे मांजो च़ले जे।
১২পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশ-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা”! তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷
13 फिरी तैस्से वक्ते यरूशलेम नगरे मां अक बड़ो भुंज़ल अव, ते नगरेरे इमारतां केरो दशोवं हिस्सो झ़ड़ो; ते तैस भुंज़ले सेइं 7000 मरे, ते होरे ज़ैना बच़ोरे थिये तैना बड़े डरे, ते तैनेईं स्वर्गेरे परमेशरेरी बडीयाई की।
১৩সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই প্ৰায় সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
14 दुइयोवं आफत बीती जेई, हेरा, ट्लेइयोवं आफत एजने बालीए।
১৪এই দ্বিতীয় সন্তাপ হৈ গ’ল, চোৱা! তৃতীয় সন্তাপ বেগাই আহিছে।
15 ज़ैखन सतोवं स्वर्गदूते नड़शिन्गो बज़व, त मीं स्वर्गे मां बड़ी ज़ोरे सेइं आवाज़ शुनी, “हुनी इस दुनियाई मां कोई राज़ केरनेबालो नईं सिर्फ इश्शो प्रभु-परमेशर ते तैसेरो च़ुनोरो मसीह, ते तै हमेशारे लेइ राज़ केरेलो।” (aiōn )
১৫পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”। (aiōn )
16 ते चोब्ही बुज़ुर्ग ज़ैना परमेशरेरे सामने अपने-अपने तखते पुड़ बिश्शोरे थिये, परमेशरे कां मथ्थो टेकतां,
১৬আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি,
17 इन ज़ोने लाए: “हे सर्वशक्तिमान प्रभु-परमेशर, तू ज़ै आस, ते ज़ै थियो, अस तेरू शुक्र केरतम, कि तीं हुन्ना महान शक्ति हिराई, ते तीं धेरती पुड़ राज़ केरनू शुरू कियोरूए।
১৭তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।
18 होरि कौमां केरे लोकेईं तीं पुड़ क्रोध कियो, ते तेरो प्रकोप अव, ते तै वक्त ओरोए कि मर्रां केरो इन्साफ कियो गाए, ते ई वक्त भी आए, कि तेरे दास नेबन ते सारे लोकन ज़ैना तेरे आदर केरतन ज़ैना कमज़ोरन ते ज़ैना ताकतबरन तैन तू इनाम देस, ते तैस्से वक्ते तैन नाश केरस ज़ैना धेरतरे नाश भोनेरी वजा थिये।”
১৮আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
19 परमेशरेरू ज़ैन मन्दर स्वर्गे मांए, तैन खोल्लू, ते तैसेरे मन्दरे मां करारेरो सन्दूख लेइहोव, ते बिजली ते आवाज़ ते गुड़ने ते भुंज़ल आए, ते बड़ी-बड़ी आण पेई।
১৯পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।