< इब्रानियों 8 >
1 ज़ैना गल्लां हुन्ना अस ज़ोने लोरेम तैन मरां सेभना बड्डी गल ई आए कि इश्शे एरो महायाजक, ज़ै स्वर्गे मां परमेशरेरे महिमा बाले तखतेरे देइने पासे बिशोरोए।
১এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
2 ते ज़ै तैस महा पवित्र ठैरी ते तैस सच़्च़े तेम्बु मां सेवा केरते, ज़ै केन्चे मैने नईं बल्के परमेशरे खड़ो कियोरोए।
২তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷
3 किजोकि हर महायाजक पापां केरे मैफरे लेइ च़ढ़तल ते बलिदान च़ाढ़नेरे लेइ ठहराव गाते, एल्हेरेलेइ ज़रूरी आए, कि इश्शे महायाजके (यीशु) कां भी किछ च़ाढ़नेरे लेइ भोए।
৩প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে।
4 ते अगर यीशु दुनियाई मां भोथो त कधे कोई याजक न थियो भोनो, किजोकि इड़ी मूसेरे कानूनेरे मुताबिक च़ढ़तल च़ाढ़नेरे लेइ याजक आन।
৪কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে;
5 इना याजक ज़ैना कम केरतन, तैना सिर्फ स्वर्गेरे चीज़ां केरि नकल ते सैयोए, पन ज़ैना चीज़ां स्वर्गे मां आन। एल्हेरेलेइ ज़ैखन मूसा तेम्बु बनानेरी तियेरी मां थियो, त परमेशरे तैस हदैइयत दित्ती, “हेर ज़ै नमूनो मीं तीं पहाड़े पुड़ हिरावरो थियो तैसेरे हिसाबे सेइं तू सैरी चीज़ां बना।”
৫পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”
6 पन हुनी ज़ै महायाजकेरी सेवा यीशु दित्तोरी तै पुराने याजकेरे सेवाई करां बड़ी बड्डीए, किजोकि तै ज़ैना गल्लां केरि बिचवाई केरते तैना पुराने करारे करां भी उच्ची आन, ते वादन पुड़ तैसेरी बुनियादे।
৬কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
7 किजोकि अगर पेइले करारे मां कोई खांमी न भोथी त होरो करार केरनेरी कोई ज़रूरत न थी भोनी।
৭কিয়নো, সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ’লে, দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ’লহেঁতেন।
8 पन परमेशर लोकन पुड़ दोष लेइतां ज़ोते, “तक्का प्रभु ज़ोते कि तै दिहाड़ी एज्जी राहोरीए, इस्राएलेरे लोक ते यहूदारे लोकन सेइं साथी नंव्वो करार केरेलो।
৮কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত কলে, “‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,
9 ए तैस करारेरो ज़ेरो न भोलो ज़ै मीं तैन केरे दादे पड़दादन सेइं तैस दिहाड़े कियोरो थियो। ज़ैखन मीं मिस्रे मरां तैन कढनेरे लेइ तैन केरो हथ ठमोरो थियो, किजोकि प्रभु ज़ोते कि तैना मेरे तैस करारेरे मुताबिक वफादार न राए, एल्हेरेलेइ मीं भी तैन केरे पासे कोई ध्यान न दित्तू।
৯যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷’ প্ৰভুৱে এই কথা কৈছে৷
10 प्रभु ज़ोते कि ज़ै करार अवं इस्राएलेरे लोकन सेइं तैस मौके केरेलो तै ईए, कि अवं अपने कानून तैन केरे मन्न मां छ़डेलो, ते तैन केरे दिलन मां लिखेलो, ते अवं तैन केरो परमेशर भोलो ते तैना मेरे लोक भोले।
১০প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ ‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম; মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হ’ব।’
11 ते केन्ची ए ज़रूरत न भोली कि अपने पुड़ोसन, या अपने रिशतेदारन ए शिक्षा दे कि प्रभु पिशाना, किजोकि निकड़े करां बड्डे तगर सब मीं पिशानेले।
১১“প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷
12 एल्हेरेलेइ अवं तैन केरे अधर्म माफ़ केरेलो, ते तैन केरे पापन फिरी कधे याद न केरेलो।”
১২মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম; তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷”
13 ज़ैखन परमेशरे नंव्वो करारे कमाव त पेइलो करारे पुरानो बनाव, ते ज़ै चीज़ पुरानी ते कमज़ोर भोती तै जल्दी खतम भोतीए।
১৩ঈশ্বৰে এই নিয়মক “নতুন” বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হৈ যাব৷