< জাখারিয়া 10 >
1 ১ তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।
Perwerdigardin «kéyinki yamghur» peslide yamghurni telep qilinglar; Perwerdigar chaqmaqlarni chaqturup, ulargha mol yamghurlarni, shuningdek herbirige étizda ot-chöplerni béridu.
2 ২ কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
Chünki «öy butliri» bimene geplerni éytqan, palchilar yalghan «alamet»lerni körgen, tuturuqsiz chüshlerni sözligen; ular quruq teselli béridu. Shunga xelq qoy padisidek ténep ketti; ular padichisi bolmighachqa, azar yémekte.
3 ৩ মেৰ-ছাগ ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই পৰিচাৰকসকলক মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব!
Méning ghezipim padichilargha qozghaldi; Men mushu «téke» [yétekchilerni] jazalaymen; chünki samawi qoshunlarning Serdari bolghan Perwerdigar Öz padisidin, yeni Yehuda jemetidin xewer élishqa keldi; U jengde ularni Özining heywetlik étidek qilidu.
4 ৪ তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।
Uningdin [yeni Yehudadin] «Burjek Téshi», uningdin «Qozuq», uningdin «Jeng Oqyasi», uningdin «Hemmige hökümranliq Qilghuchi» chiqidu.
5 ৫ তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
Shuning bilen ular jengde, [düshmenlerni] kochilardiki patqaqni dessigendek cheyleydighan palwanlardek bolidu; ular jeng qilidu, chünki Perwerdigar ular bilen billidur; ular atliq eskerlernimu yerge qaritip qoyidu.
6 ৬ “মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।
Men Yehuda jemetini kücheytimen, Yüsüpning jemetini qutquzimen; Men ularni qaytidin olturaqlishishqa qayturimen; chünki Men ulargha rehim-shepqetni körsitimen. Ular Men héchqachan tashliwetmigendek bolidu; chünki Men ularning Xudasi Perwerdigarmen; Men ulargha jawab bérimen.
7 ৭ তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব!
Efraimdikiler palwandek bolidu, köngülliri sharab keypini sürgenlerdek xushallinidu; ularning baliliri buni körüp xushallinidu; ularning köngli Perwerdigardin shadlinidu.
8 ৮ মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!
Men üshqirtip, ularni yighimen; chünki Men ularni bedel tölep hörlükke chiqirimen; ular ilgiri köpiyip ketkendek köpiyidu.
9 ৯ মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলোঁ, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তান সকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব।
Men ularni eller arisida uruqtek chachimen; andin ular Méni yiraq jaylarda esleydu; shuning bilen ular baliliri bilen hayat qélip, qaytip kélidu.
10 ১০ কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ’ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম।
Men ularni qaytidin Misir zéminidin élip kélimen, Asuriyedinmu chiqirip yighimen; ularni Giléad we Liwan zéminigha élip kirgüzimen; yer-zémin ularni patquzalmay qalidu.
11 ১১ তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।
Shundaq qilip, U jebir-japa déngizidin ötüp, déngizdiki dolqunlarni uridu; Nil deryasining tegliri qurup kétidu; Asuriyening meghrurluqi we pexri pes qilinidu, Misirdiki shahane hasimu yoqilidu.
12 ১২ মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
Men ularni Perwerdigar arqiliq kücheytimen; ular Uning namida mangidu, deydu Perwerdigar.