< পরম গীত 8 >
1 ১ প্রিয়াৰ কথা: অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
è! chớ chi chàng làm anh em tôi, Kẻ đã bú mớm vú của mẹ tôi! Nếu tôi gặp chàng ở ngoài, Aét tôi sẽ hôn chàng, không ai khinh bỉ tôi được.
2 ২ মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
Tôi sẽ dẫn chàng vào nhà mẹ tôi; Tại đó chàng sẽ dạy dỗ tôi; Tôi sẽ cho chàng uống rượu thơm, Nước ngọt của trái thạch lựu tôi.
3 ৩ তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
Tay tả người sẽ kê dưới đầu tôi, Còn tay hữu người ôm lấy tôi.
4 ৪ হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
Hỡi các con gái Giê-ru-sa-lem, ta ép nài các ngươi, Chớ kinh động, chớ làm tỉnh thức ái tình ta Cho đến khi nó muốn.
5 ৫ যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
Người nữ nầy là ai, từ đồng vắng đi lên, Nương dựa lương nhân của nàng? Ta đã đánh thức mình tại dưới cây bình bát: ỳ đó mẹ bị đau đớn mà sanh mình ra, ỳ đó người mà đã sanh đẻ mình bị cơn lao khổ.
6 ৬ মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। (Sheol )
Hãy để tôi như một cái ấn nơi lòng chàng, Như một cái ấn trên cánh tay chàng; Vì ái tình mạnh như sự chết, Lòng ghen hung dữ như âm phủ; Sự nóng nó là sự nóng của lửa, Thật một ngọn lửa của Đức Giê-hô-va. (Sheol )
7 ৭ জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
Nước nhiều không tưới tắt được ái tình, Các sông chẳng nhận chìm nó được; Nếu người nào đem hết tài sản nhà mình, Đặng mua lấy ái tình, Aét người ta sẽ khinh dể nó đến điều.
8 ৮ যুৱতীৰ ককায়েকসকলৰ কথা; আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
Chúng tôi có một em gái nhỏ, chưa có nương long. Phải làm gì cho em gái chúng tôi, Trong ngày người ta hỏi nó?
9 ৯ তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম।
Nếu nó là một vách thành, Chúng tôi sẽ xây tháp bạc trên nó; Nếu nó là một cái cửa, Chúng tôi sẽ đóng bít lại bằng ván hương nam.
10 ১০ ককায়েকসকললৈ যুৱতীৰ কথা: মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
Tôi là một tường thành, Hai nương long tôi như những ngọn tháp; Bấy giờ tôi ở trước mắt người như kẻ đã được bình an.
11 ১১ বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
Sa-lô-môn có một vườn nho tại Ba-anh Ha-môn: Người giao vườn ấy cho kẻ canh giữ, Mỗi người ấy phải đem nộp một ngàn miếng bạc về hoa lợi nó.
12 ১২ মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।
Vườn nho của tôi ở trước mặt tôi. Hỡi Sa-lô-môn, một ngàn miếng bạc sẽ về phần ông, Còn hai trăm về những kẻ giữ hoa lợi nó.
13 ১৩ প্রিয়ৰ কথা: হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া।
Hỡi kẻ ở trong vườn, các bạn đều lắng tai nghe tiếng nàng! Xin hãy cho ta nghe tiếng nàng!
14 ১৪ প্রিয়াৰ কথা: হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।
Hỡi lương nhân tôi, hãy vội đến, Khá giống như con hoàng dương hay là như con nai con ỳ trên các núi thuốc thơm.