< ৰোমীয়া 6 >
1 ১ তেনেহলে আমি কি ক’ম? অনুগ্ৰহ অধিক হ’বলৈ পাপ কৰি থাকিম নে?
Mbe chaikeki? chigendelele mu chibhibhi koleleki echigongo chiyongeshe?
2 ২ এনে নহওক। পাপৰ সম্বন্ধে মৰা যি আমি, আমি তাত পুণৰ কেনেকৈ জীয়াই থাকিম?
Uli na katyali. Eswe bhanu chifuye mu chibhibhi, echitula atiki lindi okulama kwibhyo?
3 ৩ নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হ’লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ’লো, ইয়াক আপোনালোকে নাজানা নে কি?
Angu mutakumenya ati bhaliya bhanu bhabhatijibhwe mu Kristo bhabhatijibhwe mu kufwa kwae.
4 ৪ এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ।
Chaliga chisikilwe amwi nage okulabha mu bhubhatijo mu mulufu. Gunu gwakolekene koleleki ati lwa kutyo Kristo enamusibhwe okusoka mulufu okulabha mwikusho Lya Lata, koleleki neswe chitule okulibhata mu bhuyaya bhwo bhulame.
5 ৫ কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷
Kulwo kubha chigwatanyisibhwe amwi nage mu chijejekanyo cho Lufu lwae one echigwatanyisibhwa mu bhusuluko bhwae.
6 ৬ আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো;
Eswe chimenyele kutya, bhumunu weswe obhwakala bhwabhambilwe amwi nage, koleleki ati omubhili gwe chibhibhi gunyamulwe. Gunu gwabhonekene koleleki ati chisige okugendelela kubha bhagaya bhe bhibhibhi.
7 ৭ কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ’ল।
Omwene unu afuye akolelwe kubha mulengelesi okulubhana ne chibhibhi.
8 ৮ কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ, তেনেহলে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ’ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ৷
Mbe nawe alabha chifuye amwi na Kristo, echikilisha ati echilama amwi nage one.
9 ৯ কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো।
Chimenyele ati Kristo asuluywe okusoka mu bhafuye, na ati atali mufuye lindi. Olufu lutakumutunga lindi.
10 ১০ কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে।
Kulwo kubha ku misango jo lufu lunu afuye kulwe bhibhibhi, afuye lumwila ingulu ya bhona. Nolwo kutyo, obhulame bhunu kalama, alamile ingulu ya Nyamuanga.
11 ১১ সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক।
Ku njila eyo eyo, nemwe one kubheile okwibhala ati mufuye mu bhibhibhi, nawe muli bhaanga mu Nyamuanga mu Kristo Yesu.
12 ১২ এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷
Kunsonga eyo wasiga kwikilisha echibhibhi chitunge omubhili gwao koleleki utule okujubhaya jinamba jae.
13 ১৩ নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
Wasiga kusosha lubhala lwo mubhili gwao mu chibhibhi ni kuti bhinu bhinu bhitana bhulengelesi, nawe mwisoshe emwe abhene ku Nyamuanga, kuti bhanu bhanu bhali bhaanga okusoka mulufu. Na musoshe amabhala ge mubhili jemwe kuti bhinu bhyo bhulengelesi ku Nyamuanga
14 ১৪ কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
. Mwasiga kuchikilisisha echibhibhi chibhatunge. kulwo kubha mutali emwalo ye bhilagilo, nawe emwalo ye chigongo.
15 ১৫ তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক।
Mbe ni chinuki? chikolwa echibhibhi kulwo kubha chitali emwalo ye chilagilo, amwi emwalo ye chigongo? Ulicho nakatyali.
16 ১৬ মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?
Mutakumenya ati ku mwene bhanu abhesosha abhene kuti bhakosi niwe unu emwe omubha bhakosi bhae, mwene unu jimwiile okumwolobhela? Linu ni lya chimali nolwo kutyo emwe muli bhagaya mu chibhibhi chinu echiletelela olufu, amwi bhagaya bhanu obhwolobhe bhunu obhubhasilila obhulengelesi.
17 ১৭ কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
Mbe nawe asimwe Nyamuanga! kwo kubha mwaliga bhagaya bhe bhibhibhi, nawe nimwolobha okusoka mu mitima jilya kuti liigisho linu mwayanilwe.
18 ১৮ আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ’ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস।
Mwasulumuywe okusoka mu bhibhibhi, nimukolwa kubha bhagaya bha bhalengelesi.
19 ১৯ আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
Enaika kuti munu kunsonga yo bhukeyeleywe bhwe mibhili jemwe. Kulwo kubha lwakutyo mwasosishe jigingo je mubhili jemwe kubha bhagaya kwo bhujabhi no bhubhibhi, nkokutyo jili, mbe woli musoshe ebhiungo bye mibhili kubha bhagaya bha bhalengelesi mu kwesibhwa.
20 ২০ কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল।
Kulwo kubha anu mwaliga muchali bhagaya bhe bhibhibhi, mwaliga musulumuywe kula no bhulengelesi.
21 ২১ তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।
Mumwaya ogwo, mwaliga muli ne etwasho lilyaki ku misango jinu woli omulola nswalo kwibhyo? kulwo kubha okubhonekana kwe misango ejo ni lufu.
22 ২২ কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। (aiōnios )
Mbe nawe kulwo kubha woli mwasulumuywe kula ne bhibhibhi na mukolelwe kubha bhagaya bha Nyamuanga, muli na litwasho ingulu yo kwesibhwa. kubhutelo bhwejo ni bhuanga bhwa kajanende. (aiōnios )
23 ২৩ কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন। (aiōnios )
Okubha omuyelo gwe chibhibhi ni kufwa, nawe echiyanwa cha kutyo-ela ku Nyamuanga ni bhuanga bhwa kajanende mu Kristo Yesu Latabhugenyi weswe. (aiōnios )