< ৰোমীয়া 10 >
1 ১ হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।
Ashaalongo ajangu, shingupinga nne muntima gwangu na kujuga kwangu kwa a Nnungu Bhaishilaeli, bhatapulwanje.
2 ২ ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।
Pabha ngunakong'ondela kuti bhanatumbilanga nkwaatumishila a Nnungu, ikabhe gwangali lunda.
3 ৩ কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল।
Pabha bhakakumumanyanga a Nnungu shibhakuti kwaapanganga bhandunji aki, bhalilinganga kwiitolela aki jabhonji malinga shibhaapinganga ashaayenenji, akuno bhalikananga kukagula aki ja a Nnungu.
4 ৪ কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷
Pabha a Kilishitu ni kutimilila kwa shalia, nkupinga jojowe shaabhakulupalile akole aki.
5 ৫ কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব।
Pabha a Musha bhashinkujandika ga aki jipatikana kwa shalia “Mundu akunda shalia, shaatame kwa genego.”
6 ৬ কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ
Ikabheje ga aki jipatikana kwa ngulupai jinataya kuti, “Nnabhelekete muntima gwenu kuti, ‘Gani shakwele mpaka kunnungu kupinga kwaatuluya a Kilishitu pai kubhatutapule?
7 ৭ বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷” (Abyssos )
Wala nnaibhuye, gani shaajende pai kukwaatola a Kilishitu kukopoka ku Jeanamu nikwiya nabho kunani kubhatutapule?’” (Abyssos )
8 ৮ কিন্তু ই কি কয়? “সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
Ikabheje Majandiko gakuti bhuli? “Lilobhe lya a Nnungu lila pulili tome na mmwe. Mulili nkang'wa jenu na muntima gwenu.” Lyene lilobhelyo, ni lilobhe lya ngulupai litulunguya lila.
9 ৯ কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
Pabha nkundaga kwa kang'wa jenu kuti a Yeshu ni Bhakulungwa, na kulupalila muntima gwenu kuti a Nnungu bhashinkwaayuya, shintapulwe.
10 ১০ কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।
Pabha mundu anakulupalila muntima, nipata aki, na kwa kang'wa jakwe mundu anakunda nitapulwa.
11 ১১ কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।”
Pabha Majandiko ga Ukonjelo ganataya kuti, “Jojowe akwaakulupalila akatokomaywa.”
12 ১২ কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
Pabha kwakwapi kupembula kuti, a Bhayaudi eu Bhagiliki, pabha a Yeshu ni Bhakulungwa bha bhowe, bhashikola ntuka ku bhowe bhakwaajuganga.
13 ১৩ কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।
Pabha jojowe shaajuje kujangutilwa na Bhakulungwa, shaatapulwe.
14 ১৪ এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব?
Bhai shibhaajuganje bhuli bhene bhakakwaakulupalilanga? Numbe shibhaakulupalilanje bhuli bhubhangaapilikananga? Na kabhili shibhapilikananje bhuli gwangali nkulunguya?
15 ১৫ আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
Numbe bhalunguyanje bhuli gwangali pelekwa? Malinga shigalugula Majandiko ga Ukonjelo kuti, “Nnole shiikuti konja kwiya kwabhonji bhaalunguyanga Ngani ja Mmbone.”
16 ১৬ কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”
Ikabheje nngabha bhowe bhakundilenje. Pabha nkali a Ishaya bhakuti, “Mmwe Mmakulungwa, gani akundile ngani jetu?”
17 ১৭ এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
Bhai ngulupai shiumilo shakwe ni kupilikana, kwa ngani ja lilobhe lya a Kilishitu.
18 ১৮ কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”
Ikabheje ngunabhuya, bhuli, bhangapilikananga? Elo, bhapilikenenje, “Lilobhe lyabhonji lipilikanishe ku shilambolyo, Na malobhe gabhonji gaishe mpaka ku mpelo gwa shilambolyo.”
19 ১৯ তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, “নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷”
Kabhili ngunabhuya, bhuli bha Ishilaeli bhangamanyanga? Gwa ntai a Musha bhashite, “Shinintendanje nkolanje lupimilo ku bhandunji bhalinginji nngabha bhashilambo. Shininntendanje nkolanje nnjimwa ku bhashilambo bhangumba.”
20 ২০ আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, “যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷”
Numbe a Ishaya gwangali bhoga bhabhelekete, “Nabhoneshe ku bhandunji bhanganoleyanga, Nailangwiye ku bhandunji bhangamushishiyanga.”
21 ২১ কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”
Ikabheje ga Ishilaeli bhanabheleketa, “Mui gowe naagolosheyenje makono gangu bhandunji bhangakundanga na bha mitau.”