< প্ৰকাশিত বাক্য 7 >
1 ১ তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ।
అనన్తరం చత్వారో దివ్యదూతా మయా దృష్టాః, తే పృథివ్యాశ్చతుర్షు కోణేషు తిష్ఠనతః పృథివ్యాం సముద్రే వృక్షేషు చ వాయు ర్యథా న వహేత్ తథా పృథివ్యాశ్చతురో వాయూన్ ధారయన్తి|
2 ২ পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,
అనన్తరం సూర్య్యోదయస్థానాద్ ఉద్యన్ అపర ఏకో దూతో మయా దృష్టః సోఽమరేశ్వరస్య ముద్రాం ధారయతి, యేషు చర్తుషు దూతేషు పృథివీసముద్రయో ర్హింసనస్య భారో దత్తస్తాన్ స ఉచ్చైరిదం అవదత్|
3 ৩ “আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
ఈశ్వరస్య దాసా యావద్ అస్మాభి ర్భాలేషు ముద్రయాఙ్కితా న భవిష్యన్తి తావత్ పృథివీ సముద్రో తరవశ్చ యుష్మాభి ర్న హింస్యన్తాం|
4 ৪ পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:
తతః పరం ముద్రాఙ్కితలోకానాం సంఖ్యా మయాశ్రావి| ఇస్రాయేలః సర్వ్వవంశాయాశ్చతుశ్చత్వారింశత్సహస్రాధికలక్షలోకా ముద్రయాఙ్కితా అభవన్,
5 ৫ ‘যিহূদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ, ৰুবেনৰ ফৈদৰ মৰা বাৰ হাজাৰ, গাদৰ ফৈদৰ বাৰ হাজাৰ,
అర్థతో యిహూదావంశే ద్వాదశసహస్రాణి రూబేణవంశే ద్వాదశసహస్రాణి గాదవంశే ద్వాదశసహస్రాణి,
6 ৬ আচেৰ ফৈদৰ বাৰ হাজাৰ, নপ্তালী ফৈদৰ বাৰ হাজাৰ, মনচি ফৈদৰ বাৰ হাজাৰ,
ఆశేరవంశే ద్వాదశసహస్రాణి నప్తాలివంశే ద్వాదశసహస్రాణి మినశివంశే ద్వాదశసహస్రాణి,
7 ৭ চিমিয়োন ফৈদৰ বাৰ হাজাৰ, লেবী ফৈদৰ বাৰ হাজাৰ, ইচাখৰ ফৈদৰ বাৰ হাজাৰ,
శిమియోనవంశే ద్వాదశసహస్రాణి లేవివంశే ద్వాదశసహస్రాణి ఇషాఖరవంశే ద్వాదశసహస్రాణి,
8 ৮ জবূলূন ফৈদৰ বাৰ হাজাৰ, যোচেফ ফৈদৰ বাৰ হাজাৰ, বিন্যামীন ফৈদৰ ছাব মৰা বাৰ হাজাৰ’।
సిబూలూనవంశే ద్వాదశసహస్రాణి యూషఫవంశే ద్వాదశసహస్రాణి బిన్యామీనవంశే చ ద్వాదశసహస్రాణి లోకా ముద్రాఙ్కితాః|
9 ৯ এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;
తతః పరం సర్వ్వజాతీయానాం సర్వ్వవంశీయానాం సర్వ్వదేశీయానాం సర్వ్వభాషావాదినాఞ్చ మహాలోకారణ్యం మయా దృష్టం, తాన్ గణయితుం కేనాపి న శక్యం, తే చ శుభ్రపరిచ్ఛదపరిహితాః సన్తః కరైశ్చ తాలవృన్తాని వహన్తః సింహాసనస్య మేషశావకస్య చాన్తికే తిష్ఠన్తి,
10 ১০ আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্রাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ-পোৱালিৰ।”
ఉచ్చైఃస్వరైరిదం కథయన్తి చ, సింహాసనోపవిష్టస్య పరమేశస్య నః స్తవః| స్తవశ్చ మేషవత్సస్య సమ్భూయాత్ త్రాణకారణాత్|
11 ১১ আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে,
తతః సర్వ్వే దూతాః సింహాసనస్య ప్రాచీనవర్గస్య ప్రాణిచతుష్టయస్య చ పరితస్తిష్ఠన్తః సింహాసనస్యాన్తికే న్యూబ్జీభూయేశ్వరం ప్రణమ్య వదన్తి,
12 ১২ আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷” (aiōn )
తథాస్తు ధన్యవాదశ్చ తేజో జ్ఞానం ప్రశంసనం| శౌర్య్యం పరాక్రమశ్చాపి శక్తిశ్చ సర్వ్వమేవ తత్| వర్త్తతామీశ్వరేఽస్మాకం నిత్యం నిత్యం తథాస్త్వితి| (aiōn )
13 ১৩ তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”
తతః పరం తేషాం ప్రాచీనానామ్ ఏకో జనో మాం సమ్భాష్య జగాద శుభ్రపరిచ్ఛదపరిహితా ఇమే కే? కుతో వాగతాః?
14 ১৪ তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
తతో మయోక్తం హే మహేచ్ఛ భవానేవ తత్ జానాతి| తేన కథితం, ఇమే మహాక్లేశమధ్యాద్ ఆగత్య మేషశావకస్య రుధిరేణ స్వీయపరిచ్ఛదాన్ ప్రక్షాలితవన్తః శుక్లీకృతవన్తశ్చ|
15 ১৫ এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব।
తత్కారణాత్ త ఈశ్వరస్య సింహాసనస్యాన్తికే తిష్ఠన్తో దివారాత్రం తస్య మన్దిరే తం సేవన్తే సింహాసనోపవిష్టో జనశ్చ తాన్ అధిస్థాస్యతి|
16 ১৬ এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব; এওঁলোকৰ গাত ৰ’দ বা কোনো পোৰা তাপ নপৰিব৷
తేషాం క్షుధా పిపాసా వా పున ర్న భవిష్యతి రౌద్రం కోప్యుత్తాపో వా తేషు న నిపతిష్యతి,
17 ১৭ কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”
యతః సింహాసనాధిష్ఠానకారీ మేషశావకస్తాన్ చారయిష్యతి, అమృతతోయానాం ప్రస్రవణానాం సన్నిధిం తాన్ గమయిష్యతి చ, ఈశ్వరోఽపి తేషాం నయనభ్యః సర్వ్వమశ్రు ప్రమార్క్ష్యతి|