< প্ৰকাশিত বাক্য 5 >
1 ১ তেতিয়া মই দেখিলোঁ, সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷
அநந்தரம்’ தஸ்ய ஸிஹாஸநோபவிஷ்டஜநஸ்ய த³க்ஷிணஸ்தே (அ)ந்த ர்ப³ஹிஸ்²ச லிகி²தம்’ பத்ரமேகம்’ மயா த்³ரு’ஷ்டம்’ தத் ஸப்தமுத்³ராபி⁴ரங்கிதம்’|
2 ২ মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?
தத்பஸ்²சாத்³ ஏகோ ப³லவாந் தூ³தோ த்³ரு’ஷ்ட: ஸ உச்சை: ஸ்வரேண வாசமிமாம்’ கோ⁴ஷயதி க: பத்ரமேதத்³ விவரீதும்’ தம்முத்³ரா மோசயிதுஞ்சார்ஹதி?
3 ৩ স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথি খন পঢ়িব নোৱাৰিলে।
கிந்து ஸ்வர்க³மர்த்த்யபாதாலேஷு தத் பத்ரம்’ விவரீதும்’ நிரீக்ஷிதுஞ்ச கஸ்யாபி ஸாமர்த்²யம்’ நாப⁴வத்|
4 ৪ তেতিয়া মই অনেক ক্ৰন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ’ল।
அதோ யஸ்தத் பத்ரம்’ விவரீதும்’ நிரீக்ஷிதுஞ்சார்ஹதி தாத்³ரு’ஸ²ஜநஸ்யாபா⁴வாத்³ அஹம்’ ப³ஹு ரோதி³தவாந்|
5 ৫ কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।
கிந்து தேஷாம்’ ப்ராசீநாநாம் ஏகோ ஜநோ மாமவத³த் மா ரோதீ³: பஸ்²ய யோ யிஹூதா³வம்’ஸீ²ய: ஸிம்’ஹோ தா³யூதோ³ மூலஸ்வரூபஸ்²சாஸ்தி ஸ பத்ரஸ்ய தஸ்ய ஸப்தமுத்³ராணாஞ்ச மோசநாய ப்ரமூதவாந்|
6 ৬ তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেৰ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা।
அபரம்’ ஸிம்’ஹாஸநஸ்ய சதுர்ணாம்’ ப்ராணிநாம்’ ப்ராசீநவர்க³ஸ்ய ச மத்⁴ய ஏகோ மேஷஸா²வகோ மயா த்³ரு’ஷ்ட: ஸ சே²தி³த இவ தஸ்ய ஸப்தஸ்²ரு’ங்கா³ணி ஸப்தலோசநாநி ச ஸந்தி தாநி க்ரு’த்ஸ்நாம்’ ப்ரு’தி²வீம்’ ப்ரேஷிதா ஈஸ்²வரஸ்ய ஸப்தாத்மாந: |
7 ৭ তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷
ஸ உபாக³த்ய தஸ்ய ஸிம்’ஹாஸநோபவிஷ்டஜநஸ்ய த³க்ஷிணகராத் தத் பத்ரம்’ க்³ரு’ஹீதவாந்|
8 ৮ যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।
பத்ரே க்³ரு’ஹீதே சத்வார: ப்ராணிநஸ்²சதுர்விம்ம்’’ஸ²திப்ராசீநாஸ்²ச தஸ்ய மேஷஸா²வகஸ்யாந்திகே ப்ரணிபதந்தி தேஷாம் ஏகைகஸ்ய கரயோ ர்வீணாம்’ ஸுக³ந்தி⁴த்³ரவ்யை: பரிபூர்ணம்’ ஸ்வர்ணமயபாத்ரஞ்ச திஷ்ட²தி தாநி பவித்ரலோகாநாம்’ ப்ரார்த²நாஸ்வரூபாணி|
9 ৯ আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
அபரம்’ தே நூதநமேகம்’ கீ³தமகா³யந், யதா², க்³ரஹீதும்’ பத்ரிகாம்’ தஸ்ய முத்³ரா மோசயிதும்’ ததா²| த்வமேவார்ஹஸி யஸ்மாத் த்வம்’ ப³லிவத் சே²த³நம்’ க³த: | ஸர்வ்வாப்⁴யோ ஜாதிபா⁴ஷாப்⁴ய: ஸர்வ்வஸ்மாத்³ வம்’ஸ²தே³ஸ²த: | ஈஸ்²வரஸ்ய க்ரு’தே (அ)ஸ்மாந் த்வம்’ ஸ்வீயரக்தேந க்ரீதவாந்|
10 ১০ আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব”।
அஸ்மதீ³ஸ்²வரபக்ஷே (அ)ஸ்மாந் ந்ரு’பதீந் யாஜகாநபி| க்ரு’தவாம்’ஸ்தேந ராஜத்வம்’ கரிஷ்யாமோ மஹீதலே||
11 ১১ তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷
அபரம்’ நிரீக்ஷமாணேந மயா ஸிம்’ஹாஸநஸ்ய ப்ராணிசதுஷ்டயஸ்ய ப்ராசீநவர்க³ஸ்ய ச பரிதோ ப³ஹூநாம்’ தூ³தாநாம்’ ரவ: ஸ்²ருத: , தேஷாம்’ ஸம்’க்²யா அயுதாயுதாநி ஸஹஸ்ரஸஹஸ்த்ராணி ச|
12 ১২ তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।
தைருச்சைரித³ம் உக்தம்’, பராக்ரமம்’ த⁴நம்’ ஜ்ஞாநம்’ ஸ²க்திம்’ கௌ³ரவமாத³ரம்’| ப்ரஸ²ம்’ஸாஞ்சார்ஹதி ப்ராப்தும்’ சே²தி³தோ மேஷஸா²வக: ||
13 ১৩ আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”। (aiōn )
அபரம்’ ஸ்வர்க³மர்த்த்யபாதாலஸாக³ரேஷு யாநி வித்³யந்தே தேஷாம்’ ஸர்வ்வேஷாம்’ ஸ்ரு’ஷ்டவஸ்தூநாம்’ வாகி³யம்’ மயா ஸ்²ருதா, ப்ரஸ²ம்’ஸாம்’ கௌ³ரவம்’ ஸௌ²ர்ய்யம் ஆதி⁴பத்யம்’ ஸநாதநம்’| ஸிம்’ஹஸநோபவிஷ்டஸ்²ச மேஷவத்ஸஸ்²ச க³ச்ச²தாம்’| (aiōn )
14 ১৪ আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।
அபரம்’ தே சத்வார: ப்ராணிந: கதி²தவந்தஸ்ததா²ஸ்து, ததஸ்²சதுர்விம்’ஸ²திப்ராசீநா அபி ப்ரணிபத்ய தம் அநந்தகாலஜீவிநம்’ ப்ராணமந்|