< প্ৰকাশিত বাক্য 14 >
1 ১ তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
ତେନ୍ଇଡ଼ିଂ ନିଂ ଙ୍କେକେ ଉଂମେଣ୍ଡା ସିୟୋନ କଣ୍ଡା ଆଡ଼ାତ୍ରା ତୁଆଁ ଲେଃକେ । ମେଁ ଏତେ ୧୪୪,୦୦୦ ରୁଆ ରେମୁଆଁ ଲେଃଆର୍ଗେ । ମେଁଇଂନେ କାପାଲେ ଉଂମେଣ୍ଡା ଆରି ମେଁନେ ଆବାଡ଼େନେ ମ୍ନି ଗ୍ନୁଆର୍ ଲେଃଗେ ।
2 ২ মই স্বৰ্গৰ পৰা এটা মাত শুনিলো, সেই মাত অগাধ জলৰ দৰে আৰু প্ৰৱল মেঘ-গৰ্জ্জনৰ শব্দৰ নিচিনা আছিল৷ মই শুনা সেই মাত, বীণা বজাওঁতা সকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল৷
ତେନ୍ଇଡ଼ିଂ ନିଂ ଙକେ ବୁରାଣ୍ଡିଆଃ ଆରି ଗଡ଼୍ଗଡ଼ି ସୁଗୁଆ କିତଂବାନ୍ ମୁଇଂ ସବ୍ଦ ପାଙ୍ଗ୍କେ । ବଗ୍ଡେଙ୍ଗ୍ରେଇଂ ବଗ୍ଡିଂକ୍ନେ ବିନା ସବ୍ଦ ସୁଗୁଆ ଣ୍ଡିଗ୍ ଆତେନ୍ ନ୍ନାଂଡିଂଗେ ।
3 ৩ তেওঁলোকে সেই সিংহাসনৰ সন্মূখত থকা সেই চাৰি প্ৰাণী আৰু পৰিচাৰক সকলৰ আগত এটা নতুন গীত গালে; পৃথিৱীৰ পৰা কিনি লোৱা এই এক লাখ চৌৱাল্লিশ হাজাৰ লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে।
ବାରି ଦର୍ତନିବାନ୍ ଚାକର୍ ଆତେନ୍ ୧୪୪,୦୦୦ କିତଂ ସିଂଆସନ ଅଁକ୍ଲିଗ୍ ଜିବ୍ ଆରି ମଣ୍ଡଲିନେ ବୟସ୍କ ନେତାଇଂନେ ଡାଗ୍ରା ତୁଆଁକେ । ମେଁଇଂ ତ୍ମି ଅସ୍ମାର୍ ସାର୍ ଡିଂଆର୍ଗେ । ଆମେଇଂକେ ଆନ୍ତାର୍ଚେ ବିନ୍ ଜାଣ୍ଡେ ଆତେନ୍ ଅସ୍ମାର୍ ସାର୍ନେ ୟା ଆଡିଂଆର୍ଗେ । କ୍ଲିଗ୍ଡାନେ ରେମୁଆଁ ଜାତି ବିତ୍ରେବାନ୍ ମୁଇଂ ଆତେନ୍ଣ୍ଡ୍ରେ ଉଦାର୍ ବାଲେଃଆର୍ଗେ ।
4 ৪ তেওঁলোক তিৰোতা সকলৰ সঙ্গত কলুষিত হোৱা নাই; কাৰণ তেওঁলোক অমৈথুন। সেই মেৰ-পোৱালি য’লৈকে যায়, তেওঁলোকো তেওঁৰ পাছে পাছে তালৈ যায়৷ ঈশ্বৰৰ সেই মেৰ-পোৱালিৰ উদ্দেশ্যে প্ৰথম ফল হিচাপে তেওঁলোকক মনুষ্য সকলৰ মাজৰ পৰা কিনি লোৱা হ’ল।
ମେଁଇଂ ସେଲାମ୍ବୁଏଇଂ ଏତେ ନିଜେ ନିଜ୍କେ ଅଡ଼ାରେଗ୍ ଡିଂ ଆବଆର୍ଗେ ଣ୍ଡୁ, ଡାଗ୍ଲା ମେଁଇଂ ପବିତ୍ର । ମେଁଇଂ କାଲାଆଃ ଉଂମେଣ୍ଡାନେ ପ୍ଲା ୱେଡିଂଆର୍ଗେ । ମେଁଇଂ ରେମୁଆଁଇଂନେ ବିତ୍ରେବାନ୍ ପର୍ତୁମ୍ ଉଦାର୍ ବାଚେ ଇସ୍ପର୍ ଆରି ଉଂମେଣ୍ଡାନେ ଡାଗ୍ରା ଡୁସ ଲେଃଆର୍କେ ।
5 ৫ তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ’ল; তেওঁলোক নিৰ্দোষী।
ମେଁଇଂ ଅଃନାଡିଗ୍ ନାଲେ ବାସଙ୍ଗ୍ନେ ତ୍ନା ଆଲେଆର୍ଗେ ମେଁଇଂନେ ଦସ୍ ଣ୍ଡୁ ।
6 ৬ পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷ (aiōnios )
ତେନ୍ଇଡ଼ିଂ ନିଂ ବାରି ଙ୍କେକେ ଆରି ମୁଇଂ କିତଂଦୁତ୍ କିତଂନ୍ନିଆ ଜବର୍ ତିଆର୍ ୱାଲେଃ ୱାଲେଃ ଦର୍ତନିନେ ସର୍ତେ ଜାତି ରେମୁଆଁ ବାସାଣ୍ଡ୍ରେ ଆରି ଦେସ୍ନେ ରେମୁଆଁଇଂ ଡାଗ୍ରା ଇସ୍ପର୍ନେ ଆତେନ୍ ମାଡାନେ ନିମାଣ୍ଡାସାମୁଆଁ ବାସଙ୍ଗ୍ଡିଂକେ । (aiōnios )
7 ৭ তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।”
ମେଁ ମାଲେ ୱାସାର୍ଚେ ବାସଙ୍ଗ୍ଡିଂଗେ, “ଇସ୍ପର୍କେ ବୁଟପା ମେଁନେ ଗୌରବ୍ନେ ପ୍ରସଂସା ଡିଂପା, ଡାଗ୍ଲା ରେମୁଆଁନେ ବିଚାର୍ ବେଲା ପେଙ୍ଗ୍ଚାଡିଂକେ । କିତଂ ଦର୍ତନି କେଣ୍ଡିଆଃ ଆରି ସର୍ତେ ଣ୍ଡିଆଃଇଂନେ ଆରେଣ୍ଡ୍ରେକେ ପୁଜା ଡିଂପା ।”
8 ৮ তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।”
ଆତେନ୍ ପର୍ତୁମ୍ ଦୁତ୍ନେ ପ୍ଲାଃ ପ୍ଲାଃ ଆରି ମୁଇଂ ଦୁତ୍ ପାଙ୍ଗ୍ଚେ ବାସଙ୍ଗ୍କେ “ଆତେନ୍ ବିନସ୍ଟ ଡିଂଲେଃକେ । ମ୍ନାଃ ବାବିଲୋନ୍ନେ ସାପା ଜାତି ଗୁଣ୍ଡ୍ଗୁଣ୍ଡା ଡିଂଲେଃକେ । ମେଁ ମେଁନେ ଦଦ୍ୟା କାମ୍ ରକମ୍ନେ ସୁରା ଆଉଗ୍ଚେ ସାପାରେକେ ଆଃବୁସା ବଗେ ।”
9 ৯ পাছত আন এজন তৃতীয় স্বৰ্গৰ দূতে, তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক’লে, “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত ছাব লয়,
ଆକେନ୍ ଦୁତ୍ନେ ଇଡ଼ିଂ ଆରି ମୁଇଂ ଦୁତ୍ ପାଙ୍ଗ୍ଚେ ଜବର୍ ୱାସାର୍ଚେ ବାସଙ୍ଗ୍ନେ ମୁଲେକେ “ଜା ଜଦି ପସୁ ଆରି ମେଁନେ ମୁର୍ତ୍ତିକେ ପୁଜା ଡିଂଏ ଆରି ନିଜର୍ କାପାଲ୍ ଣ୍ଡୁଲା ନ୍ତିନ୍ନିଆ ମେଁନେ ଚିନା ଗୁଆର୍ ବଏ
10 ১০ তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
ମେଁ ଇସ୍ପର୍ନେ ଗିସେ ରକମ୍ନେ ଙ୍କୁଇନ୍ନିଆ କିଗ୍ ଲେଃକ୍ନେ ମେଁନେ ମାଲେ ଗିସେକ୍ନେ ସୁରା ଉଗ୍ଆର୍ଏ । ଜାଣ୍ଡେଇଂ ଆକେନ୍ କାମ୍ ଡିଂଆର୍ଏ ମେଁଇଂ ସାପାରେ ଉଂମେଣ୍ଡା ଆରି ପବିତ୍ର କିତଂ ଦୁତ୍ଇଂନେ ଡାଗ୍ରା ସୁଆ ଆରି ଗନ୍ଦ୍ଗୁଲାନ୍ନିଆ ଡଣ୍ଡ୍ ବାଆର୍ଏ ।
11 ১১ তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই। (aiōn )
ଆତେନ୍ କସ୍ଟନେ ମାଃସ ଜୁଗ୍ ଜୁଗ୍ ମାଃସ ଲେଃଏ । ଜାଣ୍ଡେଇଂ ପସୁ ଆରି ମେଁ ମୁର୍ତ୍ତିନେ ପୁଜା ଡିଂଆର୍ଏ ଣ୍ଡୁଲା ମେଁନେ ମ୍ନିନେ ଚିନା ଗୁଆର୍ ବଆର୍ଏ, ମେଁଇଂ ସ୍ମି ମିଡିଗ୍ କାଲାଆଃ ଅସାନ୍ତି ବା ଲେଃଆର୍ଏ ।” (aiōn )
12 ১২ ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”
ଜାଣ୍ଡେଇଂ ଇସ୍ପର୍ନେ ସାମୁଆଁ ମାନେଃ ଆର୍ଏ ଆରି ଜିସୁନେ ଆଡ଼ାତ୍ରା ବିସ୍ବାସ୍ ଡିଂଆର୍ଏ ଇସ୍ପର୍ନେ ଆତେନ୍ ରେମୁଆଁଇଂନେ ପାକା ସମ୍ବାଲେ ଲେଃନେ ଡିଲାଡିଗ୍ ଦର୍କାର୍ ।
13 ১৩ পাছত এই আকাশ-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”
ତେନ୍ଇଡ଼ିଂ ନିଂ ଙକେ କିତଂବାନ୍ ମୁଇଂ ସାମୁଆଁ ନ୍ନାଂକେ; “ଆକେନ୍ ସାମୁଆଁ ଗୁଆର୍: ଜାଣ୍ଡେଇଂ ଏକେବାନ୍ ମାପ୍ରୁନେ ଜତନ୍ ଡିଂଚେ ଗୁଏଃଆର୍ଏ ମେଁଇଂ ଦନ୍ୟ ।” ବାରି ନିଂ ଙକେ ପରମାତ୍ମା ବାସଙ୍ଗ୍ଡିଂକେ “ଆକେନ୍ ସତେଆଃ ଗଟେଏ । ଜବର୍ କସ୍ଟକାମ୍ ଏତେ ସେବାନେ ଚୁଚୁ ରକମ୍ ମେଇଂ ସୁସ୍ତା ବାଆର୍ଏ ।”
14 ১৪ পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।
ତେନ୍ଇଡ଼ିଂ ନିଂ ଙ୍କେକେ ଇତୁଡ଼ା ତୁଲୁଏ ତ୍ରିଗ୍ଡିଆ ଆରି ମେଁ ଆଡ଼ାତ୍ରା କଲେଃକେ ମାପ୍ରୁ ଉଂଡେ ରକମ୍ ମୁଇଂଡା; ମେଁନେ ବାଆଃନ୍ନିଆ ସୁନା ମୁକୁଟ୍ ଆରି ନ୍ତିନ୍ନିଆ ମୁଇଂ ଗଜ୍ୟା ନ୍ସଗ୍ ଲେଃଗେ ।
15 ১৫ পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷”
ମୁଇଂଡା ଦୁତ୍ ମନ୍ଦିର୍ବାନ୍ ତାର୍ଚେ ତ୍ରିଗ୍ଡିଆଃ ଡାକ୍ନେ ରେମୁଆଁକେ ଜବର୍ ୱାସାର୍ଚେ ବାସଙ୍ଗ୍କେ, “ନାଁନେ ନ୍ସଗ୍ ସାଃଚେ କିଆଉଁଆଃ ୱେଃ । ଦର୍ତନିନେ କିଆଉଁଆଃ ୱେଃ ନ୍ସା ଟିକ୍ ବେଲା ପେଙ୍ଗ୍ଚାଲେଃକେ ।”
16 ১৬ তেতিয়া মেঘত বহি থকা জনে পৃথিৱীত কাচি লগালে; তাতে পৃথিৱীৰ শস্য দোৱা হ’ল।
ଆକେନ୍ ଅଁଚେ ତ୍ରିଗ୍ଡିଆଃ ଡାକ୍ନେ ରେମୁଆଁ ମେଁନେ ନ୍ସଗ୍ ଆଚାଲେକେ ଆରି ଦର୍ତନିନେ କିଆଉଁଆଃ ସାପା ଗୁଆଃଚେ ରାଃସିଙ୍ଗ୍କେ ।
17 ১৭ পাছত স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাল; তেওঁৰ হাততো এখন চোকা কাচি আছিল।
ତେନ୍ଇଡ଼ିଂ ନିଂ ଙ୍କେକେ, ଆରି ମୁଇଂ ଦୁତ୍ କିତଂନେ ମନ୍ଦିର୍ବାନ୍ ପାଙ୍ଗ୍ଡିଂକେ; ମେଁନେ ନ୍ତିନ୍ନିଆ ଣ୍ଡିଗ୍ ମୁଇଂ ଡିଗ୍କ୍ନେ ନ୍ସଗ୍ ଲେଃଗେ ।
18 ১৮ পাছত আন এজন স্বৰ্গৰ দূত যজ্ঞবেদিৰ পৰা ওলাল, জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল৷ তেওঁ সেই চোকা কাচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “তোমাৰ চোকা কাচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোকবোৰ কাটি গোটোৱা; কিয়নো তাৰ গুটি ভালকৈ পকিল।”
ତେନ୍ଇଡ଼ିଂ ବେଦିନେ ସୁଆ ଦାଇତ୍ରେ ଲେଃକ୍ନେ ମୁଇଂ ଦୁତ୍ ନ୍ସଗ୍ ସାଲେଃକ୍ନେ ଦୁତିୟ ଦୁତ୍କେ ୱାସାର୍ଚେ ବାସଙ୍ଗ୍କେ “ନ୍ସଗ୍ ସାଚେ ଦର୍ତନିନେ ଅଙ୍ଗୁର୍ ଡୁଗ୍ଡିବାନ୍ ଅଙ୍ଗୁର୍ ସାପା ଗୁଆ ବିଃପା; ତେନ୍ଇଂ ବ୍ଲେ ୱେଲେଃକେ ।”
19 ১৯ তাতে সেই স্বৰ্গৰ দূতে পৃথিৱীত নিজৰ কাচি লগাই, পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই, ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে।
ତେନ୍ସା ଦୁତ୍ ଦର୍ତନି ଆଡ଼ାତ୍ରା ମେଁନେ ନ୍ସଗ୍ ସାଚେ ଅଙ୍ଗୁର୍ ସ୍ଲାଇଂବାନ୍ ଅଙ୍ଗୁର୍ ଗୁଆଃ ଜଗ୍ତ୍ଲାଗ୍ଆର୍କେ ବାରି ଆତେନ୍ଇଂ ଇସ୍ପର୍ନେ ମ୍ନାଃ ଗିସେନେ ଅଙ୍ଗୁର୍ପେସେନେ କୁଣ୍ଡ୍ନ୍ନିଆ ତ୍ଲାଗ୍ ବିକେ ।
20 ২০ নগৰৰ বাহিৰত সেই পেৰাশাল গচকাত, শালৰ পৰা তেজ ওলাই, ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ, দুশ মাইলতকে বিয়পি গ’ল।
ଇନି ବାଏରେ ଲେଃକ୍ନେ ଆତେନ୍ କୁଣ୍ଡ୍ନ୍ନିଆ ଅଙ୍ଗୁର୍ଇଂ ପେସେଆର୍କେ ଆରି ଆତ୍ବାନ୍ ମିଆଁ ତାର୍ଚେ ଗୋଡ଼ାଇଂନେ ଲାଗାମ୍ ଜାକ ଡେଃଚେ ୩୦୦ କିଲମିଟର୍ ମ୍ନାଃ ଆରି ଡିଂଲେଃଏ ୨ ମିଟର୍ ତିଆର୍ ଜାକ ମ୍ମ୍ୟାଁନେ ବୁରାଣ୍ଡିଆ ଜରିଆକେ ।