< প্ৰকাশিত বাক্য 14 >
1 ১ তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।
ᏫᏓᏆᎧᎾᏅᎩᏃ, ᎠᎴ ᎬᏂᏳᏉ ᎤᏃᏕᎾ ᎠᎩᎾ ᏌᏯᏂ ᎣᏓᎸ ᎦᏙᎬᎩ, ᎠᎴ ᎤᎾᎵᎪᏒᎩ ᎠᏍᎪᎯᏧᏈ ᏅᎦᏍᎪᎯ ᏅᎩᎦᎵ ᎢᏯᎦᎵ ᎢᏯᏂᏛ, ᎾᏍᎩ ᎤᏙᏓ ᏚᏙᎥ ᏚᏃᏪᎸᎩ ᏗᏂᎬᏓᎨᏂ.
2 ২ মই স্বৰ্গৰ পৰা এটা মাত শুনিলো, সেই মাত অগাধ জলৰ দৰে আৰু প্ৰৱল মেঘ-গৰ্জ্জনৰ শব্দৰ নিচিনা আছিল৷ মই শুনা সেই মাত, বীণা বজাওঁতা সকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল৷
ᎠᎴ ᎠᏆᏛᎦᏅᎩ ᎩᎶ ᎧᏁᎬ ᎦᎸᎳᏗ ᏅᏓᏳᏓᎴᏅᎯ, ᎠᎹ ᎤᏣᏘ ᏥᏚᏍᏆᏃᏴᎪ ᎾᏍᎩᏯᎢ, ᎠᎴ ᎾᏍᎩᏯ ᎠᏴᏓᏆᎶᏍᎩ ᎤᏣᏘ ᏧᏍᏆᏃᏴᎪᎢ; ᎠᎴ ᏗᏂᏃᎩᏍᎩ ᏗᎧᏃᎩᏍᏙᏗ ᏗᏂᏃᎩᏍᏗᏍᎬ ᎤᏃᏴᎬ ᎠᏆᏛᎦᏅᎩ.
3 ৩ তেওঁলোকে সেই সিংহাসনৰ সন্মূখত থকা সেই চাৰি প্ৰাণী আৰু পৰিচাৰক সকলৰ আগত এটা নতুন গীত গালে; পৃথিৱীৰ পৰা কিনি লোৱা এই এক লাখ চৌৱাল্লিশ হাজাৰ লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে।
ᎠᎴ ᎢᏤ ᏥᏓᏂᏃᎩᏍᎪ ᎾᏍᎩᏯ ᎨᏒᎩ ᎢᎬᏱᏗᏢ ᎦᏍᎩᎸᎢ, ᎠᎴ ᏅᎩ ᎢᏯᏂᏛ ᏗᏅᏃᏛ ᏄᎾᏛᏅ ᎢᎬᏱᏗᏢ, ᎠᎴ ᏧᎾᏛᏐᏅᎯ ᏄᎾᏛᏅᎢ; ᎥᏝ ᎠᎴ ᎩᎶ ᎬᏩᏕᎶᏆᏍᏗ ᏱᎨᏎ ᎾᏍᎩ Ꮎ ᏗᎧᏃᎩᏍᏗ Ꮎ ᎤᏅᏒ ᎠᏍᎪᎯᏧᏈ ᏅᎦᏍᎪᎯ ᏅᎩᎦᎵ ᎢᏯᎦᏴᎵ ᎢᏯᏂᏛ, ᎾᏍᎩ ᎡᎶᎯ ᎨᎪᏣᎴᏛ ᎨᎦᎫᏴᏛ ᎨᏒᎢ.
4 ৪ তেওঁলোক তিৰোতা সকলৰ সঙ্গত কলুষিত হোৱা নাই; কাৰণ তেওঁলোক অমৈথুন। সেই মেৰ-পোৱালি য’লৈকে যায়, তেওঁলোকো তেওঁৰ পাছে পাছে তালৈ যায়৷ ঈশ্বৰৰ সেই মেৰ-পোৱালিৰ উদ্দেশ্যে প্ৰথম ফল হিচাপে তেওঁলোকক মনুষ্য সকলৰ মাজৰ পৰা কিনি লোৱা হ’ল।
ᎯᎠ ᎾᏍᎩ Ꮎ ᎠᏂᎨᏴ ᎦᏓᎭ ᎢᎬᏩᏅᏁᎸᎯ ᏂᎨᏒᎾ; ᎤᎾᏓᏅᎦᎸᏛᏰᏃ ᎨᏒᎩ ᎾᏍᎩ. ᎯᎠ ᎾᏍᎩ Ꮎ ᎤᏃᏕᎾ ᎠᎩᎾ ᏥᎬᏩᏍᏓᏩᏗᏙᎭ ᏂᎦᎥ ᎡᏙᎲᎢ. ᎯᎠ ᎾᏍᎩ ᏴᏫ ᎠᏁᎲ ᎨᎪᏣᎴᏛ ᎨᎦᎫᏴᏛ, ᎢᎬᏱ ᎬᏩᎾᏓᏓᏁᎸᎯ ᎢᏳᎾᎵᏍᏔᏅᎯ ᏥᎩ ᎤᏁᎳᏅᎯ ᎠᎴ ᎤᏃᏕᎾ ᎠᎩᎾ.
5 ৫ তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ’ল; তেওঁলোক নিৰ্দোষী।
ᎠᎴ ᎾᏍᎩ ᏗᏂᎰᎵ ᎨᏒ ᎥᏝ ᎦᎶᏄᎮᏛ ᎬᏩᏛᏗ ᏱᎨᏎᎢ; ᎾᏂᏍᎦᏅᎾᏰᏃ ᎤᏁᎳᏅᎯ ᎤᏪᏍᎩᎸ ᎢᎬᏱᏗᏢ ᏄᎾᏛᏅᎢ.
6 ৬ পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷ (aiōnios )
ᎠᎴ ᏅᏩᏓᎴ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎥᏥᎪᎥᎩ ᎦᎸᎶᎢ ᎠᏰᎵ ᎨᏒ ᎦᏃᎯᎵᏒᎩ, ᎠᎵᏍᏆᏗᏍᎩ ᏂᎨᏒᎾ ᎣᏍᏛ ᎧᏃᎮᏛ ᎦᏁᎲᎩ ᏧᎵᏥᏙᏁᏗ ᎾᏍᎩ Ꮎ Ꮎ ᎡᎶᎯ ᎠᏁᎯ, ᎠᎴ ᏂᎦᏗᏳ ᎤᎾᏓᏤᎵᏛ ᏓᏁᏩᏗᏒ ᏴᏫ, ᎠᎴ ᏗᏂᎳᏍᏓᎳᏩᏗᏒᎢ, ᎠᎴ ᏧᏓᎴᏅᏛ ᏗᏂᏬᏂᏍᎩ ᎨᏒᎢ, ᎠᎴ ᏧᎾᏓᎴᏅᏛ ᏴᏫ, (aiōnios )
7 ৭ তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।”
ᎯᎠ ᏂᎦᏪᏍᎬᎩ ᎠᏍᏓᏯ ᎧᏁᎬᎩ, ᎤᏁᎳᏅᎯ ᎡᏥᎾᏰᏍᎨᏍᏗ, ᎠᎴ ᎾᏍᎩ ᎡᏥᎸᏉᏗᏍᎨᏍᏗ; ᎾᎯᏳᏰᏃ ᏧᏭᎪᏙᏗ ᎨᏒ ᎠᎵᏰᎢᎶᎦ; ᎠᎴ ᎡᏣᏓᏙᎵᏍᏓᏏ ᎾᏍᎩ Ꮎ ᎦᎸᎶᎢ ᎤᏬᏢᏅᎯ, ᎠᎴ ᎡᎶᎯ, ᎠᎴ ᎠᎺᏉᎯ, ᎠᎴ ᎠᎹ ᏕᎦᏄᎪᎬᎢ.
8 ৮ তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।”
ᏅᏩᏓᎴᏃ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎠᎵᏍᏓᏩᏗᏒᎩ, ᎯᎠ ᏂᎦᏪᏍᎬᎩ, ᏓᏓᎶᏂ ᎠᏲᎩ, ᎠᏲᎩ, ᎾᏍᎩ Ꮎ ᎡᏆ ᏥᎦᏚᎲᎩ, ᏅᏓᎦᎵᏍᏙᏓ ᏂᎦᏗᏳ ᎤᎾᏓᏤᎵᏛ ᏴᏫ ᏓᏁᏩᏗᏒ ᎤᎾᏗᏔᏍᏗᏱ ᏂᏚᏩᏁᎸ ᎩᎦᎨ-ᎠᏗᏔᏍᏗ ᎤᏔᎳᏬᎯᏍᏗ ᎨᏒ ᎤᏓᏑᏱ ᎤᏕᎵᏛ ᏚᏂᏏᏂᏙᎸ ᎢᏳᏩᏂᏌᏛ.
9 ৯ পাছত আন এজন তৃতীয় স্বৰ্গৰ দূতে, তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক’লে, “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত ছাব লয়,
ᏦᎢᏁᏃ ᎨᏒ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎤᏂᏍᏓᏩᏛᏒᎩ, ᎯᎠ ᏂᎦᏪᏍᎬᎩ ᎠᏍᏓᏯ ᎧᏁᎬᎩ, ᎢᏳᏃ ᎩᎶ ᎾᏍᎩ Ꮎ ᏅᎩ-ᏗᎦᏅᏌᏗ ᎠᏓᏙᎵᏍᏓᏁᎮᏍᏗ, ᎠᎴ ᎾᏍᎩ ᏣᎦᏟᎶᏍᏔᏅᎯ, ᎠᎴ ᎠᎬᏓᎨᏂ ᎠᎴ ᎤᏬᏰᏂᏉ ᎠᎪᏪᎵᏍᎨᏍᏗ,
10 ১০ তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
ᎾᏍᎩ ᎤᏗᏔᏍᏗ ᎨᏎᏍᏗ ᎨᎦᎨᎠᏗᏔᏍᏗ ᎤᏁᎳᏅᎯ ᎤᏔᎳᏬᎯᏍᏗ ᎨᏒ ᎤᏓᏑᏱ, ᎾᏍᎩ ᎠᎹ ᎾᏑᏴᎾ ᎦᏐᏅᏴᎯ ᏥᎩ, ᎾᏍᎩ ᎤᎿᎭᎸᏒ ᎠᏩᏘᏍᎩ ᎤᎵᏍᏈᏗᎯ ᎠᏢᎯ ᏥᎩ; ᎠᎴ ᎾᏍᎩ ᎠᏥᎸ ᎠᎴ ᏌᎪᏂᎨ ᎠᏓᏪᎳᎩᏍᎩ ᎠᏥᎩᎵᏲᎢᏍᏙᏗ ᎨᏎᏍᏗ ᎨᏥᎸᏉᏗ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ ᎠᏂᎦᏔᎲᎢ, ᎠᎴ ᎤᏃᏕᎾ-ᎠᎩᎾ ᎠᎦᏔᎲᎢ;
11 ১১ তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই। (aiōn )
ᎠᎴ ᎾᏍᎩ ᎠᏂᎩᎵᏲᎬ ᏚᎦᏒᏍᏛ ᏓᎴᎲᏍᎦ ᏂᎪᎯᎸ ᎠᎴ ᏂᎪᎯᎸᎢ; ᎠᎴ ᎥᏝ ᎬᏩᎾᏣᏪᏐᎸᏍᏙᏗ ᏱᎩ, ᎢᎦ ᎠᎴ ᏒᏃᏱ, ᎾᏍᎩ Ꮎ ᏅᎩ-ᏗᎦᏅᏌᏗ ᎠᎾᏓᏙᎵᏍᏓᏁᎯ ᎠᎴ ᎾᏍᎩ ᏣᎦᏟᎶᏍᏔᏅᎯ, ᎠᎴ ᎾᏂᎥᏉ ᎩᎶ ᎾᏍᎩ ᏚᏙᎥ ᎨᎪᏪᎶᏔᏅᎯ. (aiōn )
12 ১২ ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”
ᎠᏂ ᎬᏂᎨᏒ ᏂᎦᎵᏍᏗᎭ ᏗᏅᏂᏗᏳ ᎨᏒ ᎤᎾᏓᏅᏘ; ᎠᏁ ᎠᏁᎭ ᏗᏂᏍᏆᏂᎪᏗᏍᎩ ᏗᎧᎿᎭᏩᏛᏍᏗ ᎤᏁᎳᏅᎯ ᏧᏤᎵᎦ, ᎠᎴ ᎪᎯᏳᏗ ᎨᏒ ᏥᏌ ᎤᏤᎵᎦ.
13 ১৩ পাছত এই আকাশ-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”
ᎠᎴ ᎠᏆᏛᎦᏅᎩ ᎩᎶ ᎧᏁᎬ ᎦᎸᎳᏗ ᏛᏓᎴᎲᏍᎬᎩ ᎯᎠ ᏅᏛᎩᏪᏎᎲᎩ, ᎰᏪᎸᎩ, [ ᎯᎠ ᏅᎦ, ] ᎣᏏᏳ ᎢᏳᎾᎵᏍᏓᏁᏗ ᏧᏂᏲᎱᏒᎯ ᎾᏍᎩ ᎤᎬᏫᏳᎯ ᏚᎾᏁᎶᏛ ᏗᏂᏲᎱᏍᎩ ᎪᎯ ᎢᏳᏓᎴᏅᏛ; ᎤᏙᎯᏳᎯ ᎠᏗᎭ ᎠᏓᏅᏙ ᎾᏍᎩ ᎬᏩᎾᏣᏪᏐᎸᏍᏙᏗ ᎢᏳᎵᏍᏙᏗᏱ ᏚᏂᎸᏫᏍᏓᏁᎸᎢ; ᎠᎴ ᏚᏂᎸᏫᏍᏓᏁᎸ ᏓᏳᏂᏍᏓᏩᏕᏏ.
14 ১৪ পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।
ᎠᎴ ᏫᏓᏆᎧᎾᏅᎩ, ᎠᎴ ᎬᏂᏳᏉ ᎤᏁᎬ ᎤᎶᎩᎸᎩ, ᎠᎴ ᎤᎶᎩᎸ ᎩᎶ ᎤᏬᎸᎩ ᏴᏫ ᎤᏪᏥ ᎾᏍᎩᏯᎢ, ᎤᎵᏍᏚᎸᎩ ᎠᏕᎸ-ᏓᎶᏂᎨ ᎪᏢᏔᏅᎯ ᎠᎵᏍᏚᎶ, ᎠᎴ ᎪᏍᏓᏯ ᎠᏍᎫᏕᏍᏗ ᎦᏁᎲᎩ.
15 ১৫ পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷”
ᎠᎴ ᏅᏩᏓᎴ ᏗᎧᎿᎭᏩᏗᏙᎯ ᏗᎦᎳᏫᎢᏍᏗᏱ ᎢᏳᏄᎪᏨᎩ ᎠᏍᏓᏯ ᎤᏪᎷᎬᎩ ᎯᎠ ᏂᎦᏪᏎᎲᎩ ᎤᎶᎩᎸ ᎤᏬᎵ, ᎠᏍᎫᏕᏍᏗ ᎲᏓ ᎠᎴ ᎯᏍᎫᏛᎦ; ᏣᏍᎫᏕᏍᏗᏱᏰᏃ ᎨᏒ ᎿᎭᏉ ᎠᏍᏆᎸᎯᎦ; ᎡᎶᎯᏰᏃ ᎠᏍᎫᏕᏍᏗᏱ ᎨᏒ ᎤᎦᏛᎾᏨ.
16 ১৬ তেতিয়া মেঘত বহি থকা জনে পৃথিৱীত কাচি লগালে; তাতে পৃথিৱীৰ শস্য দোৱা হ’ল।
ᎤᎶᎩᎸᏃ ᎤᏬᎵ ᎠᏍᎫᏕᏍᏗ ᎤᏤᎵ ᎤᏮᏔᏅᎩ; ᎠᎴ ᎡᎶᎯ ᎤᏍᎫᏕᏐᏅᎩ.
17 ১৭ পাছত স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাল; তেওঁৰ হাততো এখন চোকা কাচি আছিল।
ᎠᎴ ᏅᏩᏓᎴ ᏗᎧᎿᎭᏩᎯᏙᎯ ᏗᎦᎳᏫᎢᏍᏗᏱ ᎦᎸᎳᏗ ᏨᏗᏓᏁᎸ ᏓᏳᏄᎪᏨᎩ, ᎾᏍᎩ ᎾᏍᏉ ᎦᏁᎲᎩ ᎪᏍᏓᏯ ᎠᏍᎫᏕᏍᏗ.
18 ১৮ পাছত আন এজন স্বৰ্গৰ দূত যজ্ঞবেদিৰ পৰা ওলাল, জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল৷ তেওঁ সেই চোকা কাচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “তোমাৰ চোকা কাচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোকবোৰ কাটি গোটোৱা; কিয়নো তাৰ গুটি ভালকৈ পকিল।”
ᎠᎴ ᏅᏩᏓᎴ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎠᏥᎸᎨᎳᏍᏗᏱ ᎾᎥ ᏓᏳᏄᎪᏨᎩ, ᎾᏍᎩ ᎤᎲᎩ ᎠᏓᏅᏖᏍᎬᏉ ᎢᏳᏩᏗᏱ ᎠᏥᎸ; ᎠᎴ ᎠᏍᏓᏯ ᎤᎵᏍᏓᏁᎸᎩ ᎪᏍᏓᏯ ᎠᏍᎫᏕᏍᏗ ᎦᏁᎯ, ᎯᎠ ᏂᎦᏪᏍᎬᎩ, ᎠᏍᎫᏕᏍᏗ ᏣᏤᎵ ᎪᏍᏓᏯ ᎲᏓ, ᎠᎴ ᎯᏟᏌ ᏖᎸᎳᏗ ᎡᎶᎯ ᎤᏛᏒᎯ; ᏖᎸᎳᏗᏰᏃ ᎿᎭᏉ ᎤᏅᎾᏏᏌᏛ.
19 ১৯ তাতে সেই স্বৰ্গৰ দূতে পৃথিৱীত নিজৰ কাচি লগাই, পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই, ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে।
ᏗᎧᎿᎭᏩᏗᏙᎯᏃ ᎠᏍᎫᏕᏍᏗ ᎤᏤᎵ ᎤᏪᏂᏙᎸᎩ ᎡᎶᎯ, ᎠᎴ ᎤᏪᏟᏌᏅᎩ ᏖᎸᎳᏗ ᎡᎶᎯ ᎤᏛᏒᎯ, ᎠᎴ ᏭᏓᎢᏅᏒᎩ ᏭᎸᏅᎩ ᎤᏔᏅ ᏖᎸᎳᏗ-ᎦᏨᏩᏍᏙᏗᏱ ᎤᏁᎳᏅᎯ ᎤᏔᎳᏬᎯᏍᏗ ᎨᏒ ᎤᏤᎵᎦ.
20 ২০ নগৰৰ বাহিৰত সেই পেৰাশাল গচকাত, শালৰ পৰা তেজ ওলাই, ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ, দুশ মাইলতকে বিয়পি গ’ল।
ᏖᎸᎳᏗ-ᎦᏨᏩᏍᏙᏗᏱ ᎦᏚᎲ ᏙᏱᏗᏢ ᎤᎾᎳᏍᏓᎡᎸᎩ, ᎩᎬᏃ ᏓᏳᏨᏨᎩ ᏖᎸᎳᏗ-ᎦᏨᏩᏍᏙᏗᏱ, ᎠᎴ ᏐᏈᎵ ᏚᎾᏔᎾᎸ ᎢᏴᏛ ᏂᏚᏂᎶᏨᎩ, ᎾᏍᎩ ᏔᎵᏧᏈ ᎢᏳᏟᎶᏛ ᎢᎬᎾᏕᏅ.