< প্ৰকাশিত বাক্য 11 >
1 ১ পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ’ল; আৰু মোক কোৱা হ’ল, “উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদি আৰু সেইবোৰক প্ৰণিপাত কৰা সকলক জোখা।
ତା ପାଚେ ଇନେର୍ ରୱାନ୍ ଲାଚ୍ନି ବେଡ୍ଗା ଲାଗ୍ଦି ର କୁତା ବାଡ୍ଗା ନାଂ ହିଜ଼ି ଇଞ୍ଚାନ୍, “ହାଲା, ଇସ୍ୱର୍ତି ମନ୍ଦିର୍ ଆରି ଗାର୍ଣି ଲାଚା ଆରି ମନ୍ଦିର୍ତ ପାର୍ତାନା କିନାକାରିଂ ଗାଣା କିୟା ।
2 ২ কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা; কিয়নো তাক অনা-ইহুদী সকলক দিয়া হ’ল৷ তাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব।
ମାତର୍ ମନ୍ଦିର୍ନି ବାର୍ତ ମାନି ହାକ୍ଡ଼ିତିଂ ଲାଚ୍ମାଟ୍ । ଇନେକିଦେଂକି, ହେଦାଂ ପାର୍ତିକିୱି ଜିହୁଦିରିଂ ଦାନ୍ ହିତାର୍ନା । ହେୱାର୍ ରିକଡ଼ି ଦୁଇ ୪୨ ମାସ୍ ପାତେକ୍ ଇ ପୁଇପୁୟା ଗାଡ଼୍ଦିଂ ପାନା ତାରେନ୍ କିଜ଼ି ଇଟ୍ନାର୍ ।
3 ৩ মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”
ହାରୁ ବାସ୍ତା ଉସ୍ପାତାକାର୍ ନା ରିଆର୍ ସାକିରିଂ ଆନ୍ ପକ୍ତାନାଂ । ହେୱାର୍ ୧,୨୬୦ ଦିନ୍ ପାତେକ୍ ବେଣ୍ବାକ୍ଣାୟ୍କିନାନ୍ ।”
4 ৪ তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ।
ହେୱାର୍ ପୁର୍ତିନି ସାକି ମାପ୍ରୁତି ମୁମ୍ଦ ନିଲ୍ଚିମାଚି ରିଣ୍ଡି ଜିତ୍ମାର୍ ଆରି ରିଣ୍ଡି ବଇଟା ଲାକେ ।
5 ৫ তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।
ଜଦି ଇନେର୍ ହେୱାର୍ତି ବୁଡାୟ୍ କିଦେଙ୍ଗ୍ ସେସ୍ଟା କିତାର୍, ତେବେ ହେୱାର୍ତି ୱେଇଦାଂ ନାଣି ହସି ସାତ୍ରୁରିଂ ନାସ୍ କିନିକ୍ । ଏଲେଙ୍ଗ୍ ଜେ ଇନେନ୍ ହେୱାର୍ତି ବୁଡାୟ୍ କିଦେଙ୍ଗ୍ ହନାତ୍, ହେୱାନ୍ ବୁଡାନାନ୍ ।
6 ৬ তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।
ଇସ୍ୱର୍ତି କାବୁର୍ ସୁଣାୟ୍ କିନି ୱେଡ଼ାଲିଂ ଆକାସ୍ତିଂ ମୁନାକିଜ଼ି ବାର୍ହା ଆଦେଂ ବନ୍ଦ୍ କିଦେଙ୍ଗ୍ କେମ୍ତା ହେୱାକ୍କାଂ ହିୟାତାତ୍ନା । ଏସ୍ ଜାରାଣିକାଂ ନେତେର୍ତ ମେହାୟ୍ କିଦେଙ୍ଗ୍ ଆରି ଜାର୍ ଇଚା ଇସାବ୍ରେ ପୁର୍ତିତ ବାର୍ବାର୍ ମାର୍ଡି ଉବ୍ଜାୟ୍ କିଦେଙ୍ଗ୍ ହେୱାରିଂ ଆଦିକାର୍ ମାନାତ୍ ।
7 ৭ তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব। (Abyssos )
ହେୱାର୍ତି ସାକି ୱିସ୍ତି ପାଚେ ପାତାଲ୍ କୁଣ୍ଡ୍ତାଂ ର ପସୁ ନିଙ୍ଗ୍ଜି ୱାଜ଼ି ହେୱାର୍ତି ବିରୁତ୍ତାଂ ଜୁଜ୍ କିନାତ୍ । (Abyssos )
8 ৮ তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।
ହେୱାନ୍ ହେୱାକ୍କାଂ ଆରାୟ୍ କିଜ଼ି ଟୁଣାତ୍ ଆରି ଇମ୍ଣି ଗାଜା ଗାଡ଼୍ଦିଂ, ଆତ୍ମିକ୍ ବାବ୍ରେ ସଦମ୍ ଆରି ମିସର୍ ଇଞ୍ଜି ଇନ୍ୟାନାତ୍, ରାଜାର୍ ହାସ୍ଦ ମାପ୍ରୁ କ୍ରୁସ୍ ଇଡ଼ିୟା ଆଜ଼ି ମାଚାନ୍, ହେବେ ହେୱେକ୍ତି ମାଡ଼ା ଆର୍ଜି ମାନ୍ଗାନାତ୍ । ହେ ବସ୍ତିତ ସଦମ୍ କି ମିସର୍ ଇଞ୍ଜି ଇନ୍ୟାନାତ୍ ।
9 ৯ নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।
ୱିଜ଼ୁ ଦେସ୍, କୁଟୁମ୍, ବାସାକିନାକାର୍ ଆରି ଜାତିର୍ ମାନାୟ୍ ତିନି ଦିନ୍ ଆଦା ପାତେକ୍ ହେ ମାଡ଼ାତିଂ ହୁଡ଼୍ନାର୍ ଆରି ହେୱାକାଂ ମୁଚ୍ଚେଂ କାଜିଂ ପିସ୍ତି ହିଉର୍ ।
10 ১০ আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল।
ହେ ରିୟାରିଂ ହାକି କାଜିଂ ପୁର୍ତିନି ମାନାୟାର୍ ୱାର୍ୟାନାର୍, ସାର୍ଦା ଗିଆଣ୍ କିଜ଼ି ହାରି ଲାଗାୟ୍ ଦାନ୍ ପପ୍କାନାର୍; ଇନେକିଦେଂକି, ହେ ବେଣ୍ବାକ୍ଣାୟ୍କିନାର୍ ଲାଗିଂ ପୁର୍ତିନିକାର୍ ବେସି ହର୍ବର୍ ଆଜ଼ି ମାଚାର୍ ।
11 ১১ চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।
ମାତର୍ ତିନି ଦିନ୍ ଅଦା ପାଚେ ଇସ୍ୱର୍ତାଂ ଜିବୁନ୍ ଡ଼ୁଇ ୱାଜ଼ି ହେୱାର୍ ଗାଗାଡ଼୍ତ ହଟାତ୍ ଆରି ହେୱାର୍ ନିଂଜି ନିଲ୍ତାର୍ । ଇମ୍ଣାକାର୍ ଇ ଗଟ୍ଣା ହୁଡ଼୍ଜି ମାଚାର୍, ହେୱାର୍ ପାଣ୍ଡ୍ରା ଆତାର୍ ।
12 ১২ পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশ-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা”! তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷
ଆରେ, ହେ ରିୟାର୍ ବେଣ୍ବାକ୍ଣାୟ୍କିନାକାର୍ ହେୱାରିଂ ସାର୍ଗେତାଂ ଗାଜା କାଟ୍ତାଂ ଇ କାତା ଇଞ୍ଜିମାନାକା ର କାବୁର୍ ୱେଚାର୍; “ଇବେ ୱାଡ” ହେୱାର୍ତି ସାତ୍ରୁର୍ ହୁଡ଼ୁ ହୁଡ଼ୁ ହେୱାର୍ ବାଦାଡ଼୍ ବିତ୍ରେ ଆଜ଼ି ସାର୍ଗେତ ଦୁମ୍ତାର୍ ।
13 ১৩ সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই প্ৰায় সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
ହେ ସମୁତ ବେସି ମେଦ୍ନିଦାଲ୍କାତାତ୍, ଗାଡ଼୍ନି ଦସ୍ ବାଗ୍ତାଂ ର ବାଗ୍ ଦୁଡ଼ିତ ମେହାତାତ୍, ଆରି ମେଦ୍ନିଦାଲ୍କାତିଲେ ସାତ୍ ହାଜାର୍ ମାନାୟାର୍ ହାତାର୍ । ଜିଜ଼ିମାନି ମାନାୟାର୍ ପାଣ୍ଡ୍ରା ଆଜ଼ି ସାର୍ଗେନି ଇସ୍ୱର୍ତି ସବୁମେଙ୍ଗ୍ତି ଜାଜ୍ମାଲ୍ ଏତ୍ନାନ୍ଦ୍ କିତାର୍ ।
14 ১৪ এই দ্বিতীয় সন্তাপ হৈ গ’ল, চোৱা! তৃতীয় সন্তাপ বেগাই আহিছে।
ଜେତି ଦୁକ୍ ୱିସ୍ତାତ୍; ତିନିଗଟା ଦୁକ୍ ବେଗି ୱାନାତା ।
15 ১৫ পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”। (aiōn )
ସାତ୍ ଦୁତ୍ ମରିକାଟ୍ କିତିଲେ ସାର୍ଗେ ରାଜିନି ଗାଜା ସବଦ୍ ଲାହାଙ୍ଗ୍ ଇ ବେଣ୍ ଆତାତ୍, ଜଗତ୍ ଜପି ରାଜ୍କିନାକା ମା ମାପ୍ରୁତି ଆରି ତା ମସିୟା କେଇଦହାଚାକା, ଆରେ ହେୱାନ୍ ଜୁଗ୍ ଜୁଗ୍ ରାଜ୍ କିନାନ୍ । (aiōn )
16 ১৬ আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি,
ହେବେ ଇସ୍ୱର୍ତି ମୁମ୍ଦ ଜାର୍ ଜାର୍ ଗାଦିତ କୁଚ୍ଚି ୨୪ ପ୍ରାଚିନାର୍ ମେଣ୍ଡାକୁନ୍ଦିକିଜ଼ି ଇସ୍ୱର୍ତିଂ ଜୱାର୍ କିଜ଼ି
17 ১৭ তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।
ଇଚାର୍ ଏ “ମାପ୍ରୁ, ସବୁତିଂ ସାକ୍ତି କାଟି ଇସ୍ୱର୍, ନଙ୍ଗ୍ୟ୍ ଆରି ପାଚେନିକାୟ୍ ଜେ ଏନେଙ୍ଗ୍, ଆପ୍ ନିଙ୍ଗ୍ ଜୁୱାର୍ କିଦ୍ନାପା, ଇନେକିଦେଂକି ଏନ୍ ଜାର୍ ଗାଜାସାକ୍ତି ଆଜ଼ି କିଜ଼ି ରାଜ୍ କିନାକା ଇଡ଼୍ତାୟ୍ନା ।
18 ১৮ আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
ପାର୍ତିକିୱି ଜିହୁଦିର୍ ନାସ୍କି ଆତାର୍ଣ୍ଣା; ଇନେକିଦେଂକି, ମି ରିସାନି ସମୁ ଏକାୱାତାତ୍, ହାତାକାର୍ ନଙ୍ଗ୍ ବିଚାର୍ କିୟାନାର୍ । ମି ଆଡ଼ିଏନ୍ ବେଣ୍ବାକ୍ଣାୟ୍କିନାକାର୍, ଆରି ଇମ୍ଣାକାର୍ ମିଙ୍ଗେଙ୍ଗ୍ ପାଣ୍ଡ୍ରା ଆଦ୍ନାର୍, ଗାଜାହାରୁ ୱିଜ଼ାର୍ ପୁଇପୁୟାତାଂ ନିର୍ମଲ୍ ଆନାର୍ ଆରି ଇମ୍ଣାକାର୍ ପୁର୍ତିତିଂ ନାସ୍ କିତାର୍, ହେୱାର୍ ପା ନାସ୍ ଆନାର୍ ।”
19 ১৯ পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
ହେ ଏଚେକାଡ଼୍ଦ ସାର୍ଗେତ ମାନି ଇସ୍ୱର୍ତି ମନ୍ଦିର୍ତ ମାନି ଦୁୱେର୍ ଜେୟାତାତ୍ ଆରି ମନ୍ଦିର୍ନି ନିୟମ୍ ସିନ୍ଦୁକ୍ ପେଡ଼ି ମାନାକା ଚଞ୍ଜିୟା ଆତାତ୍ । ତା ପାଚେ ବିଜ୍ଲି, ଇଡ଼୍ତାତ୍, ବାଦାଡ଼୍ ଗାର୍ଜାନାକା, ମେଦ୍ନିଦାଲ୍କାନାକା ଆରି ଗାଜା ଆଞ୍ଜ୍ଗା ବାର୍ହା ଆତାତ୍ ।