< সামসঙ্গীত 60 >
1 ১ হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
Przedniejszemu śpiewakowi na Sussanedut złota pieśń Dawidowa do nauczania; Gdy walczył przeciw Syryjczykom Nacharaim, i przeciw Syryjczykom Soby; gdy się wrócił Joab, poraziwszy Edomczyków w dolinie solnej dwanaście tysięcy. Boże! odrzuciłeś nas, rozproszyłeś nas, i rozgniewałeś się; nawróćże się zasię do nas.
2 ২ তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
Zatrząsnąłeś był ziemią, i rozsadziłeś ją; uleczże rozpadliny jej, boć się chwieje.
3 ৩ তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;
Okazywałeś ludowi twemu przykre rzeczy, napoiłeś nas winem zawrotu.
4 ৪ যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া; যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে। (চেলা)
Ale teraz dałeś chorągiew tym, którzy się ciebie boją, aby ją wynieśli dla prawdy twej. (Sela)
5 ৫ তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
Aby byli wybawieni umiłowani twoi; zachowajże ich prawicą twoją, a wysłuchaj mię.
6 ৬ ঈশ্বৰে নিজৰ পবিত্র ঠাইত ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।
Bóg ci mówił w świętobliwości swojej; przeto się rozweselę, rozdzielę Sychem, i dolinę Sukkotską pomierzę.
7 ৭ গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;
Mojeć jest Galaad, mój i Manases, i Efraim moc głowy mojej; Juda zakonodawcą moim.
8 ৮ মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে দেশ, তুমি জয়ধ্বনি কৰা।”
Moab miednicą do umywania mego; na Edoma wrzucę buty moje; ty, Palestyno! wykrzykaj nademną.
9 ৯ কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”
Któż mię wprowadzi do miasta obronnego? kto mię przyprowadzi aż do Edom?
10 ১০ হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
Izali nie ty, o Boże! któryś nas był odrzucił, a nie wychodziłeś, Boże! z wojskami naszemi?
11 ১১ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
Dajże nam ratunek w utrapieniu; boć omylny ratunek ludzki.
12 ১২ ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।
W Bogu mężnie sobie poczynać będziemy, a on podepcze nieprzyjaciół naszych.