< সামসঙ্গীত 54 >
1 ১ হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।
Dem Sangmeister, mit Saitenspielbegleitung. Eine Betrachtung Davids.
2 ২ হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।
Als die Sifiter gekommen waren und Saul gemeldet hatten: "David hält sich bei uns verborgen."
3 ৩ কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। (চেলা)
Elohim, hilf mir durch deinen Namen, / Durch seine Stärke schaffe mir Recht!
4 ৪ কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
Elohim, höre doch mein Gebet, / Horch auf die Worte meines Mundes!
5 ৫ তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।
Denn Fremde erheben sich wider mich, / Und Grausame trachten mir nach dem Leben, / Sie haben Gott nicht vor Augen. (Sela)
6 ৬ মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
Wahrlich, mein Helfer ist Elohim, / Adonái ist meines Lebens Halt.
7 ৭ কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।
Das Böse muß fallen auf meine Feinde — / Nach deiner Treue vernichte sie! Dann bring ich dir freiwillige Opfer, / Deinem Namen, o Jahwe, dank ich, daß er so hold. Denn er hat mich errettet aus aller Not, / Und an meinen Feinden erfreut sich mein Auge.