< সামসঙ্গীত 54 >
1 ১ হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।
Au maître-chantre. — Avec instruments à cordes. Hymne de David, lorsque les Ziphiens vinrent dire à Saül: «David se tient caché parmi nous.» Dieu, sauve-moi par la vertu de ton nom, Et fais-moi justice par ta puissance!
2 ২ হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।
Dieu, écoute ma prière! Prête l'oreille aux paroles de ma bouche!
3 ৩ কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। (চেলা)
Car des étrangers se sont levés contre moi. Et des hommes violents en veulent à ma vie: Ils éloignent Dieu de leurs pensées. (Pause)
4 ৪ কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
Oui, Dieu est mon secours; Le Seigneur est parmi ceux qui soutiennent mon âme.
5 ৫ তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।
Il fera retomber le mal sur mes ennemis. Dans ta fidélité, détruis-les!
6 ৬ মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
Je t'offrirai des sacrifices volontaires; Je célébrerai ton nom, ô Éternel; car tu es bon:
7 ৭ কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।
Tu m'as délivré de toutes mes détresses, Et mon oeil a contemplé la confusion de mes ennemis.