< সামসঙ্গীত 23 >
1 ১ যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
En psalm av David. HERREN är min herde, mig skall intet fattas,
2 ২ তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।
han låter mig vila på gröna ängar; han för mig till vatten där jag finner ro,
3 ৩ তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
han vederkvicker min själ; han leder mig på rätta vägar, för sitt namns skull.
4 ৪ এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
Om jag ock vandrar i dödsskuggans dal, fruktar jag intet ont, ty du är med mig; din käpp och stav, de trösta mig.
5 ৫ তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।
Du bereder för mig ett bord i mina ovänners åsyn; du smörjer mitt huvud med olja och låter min bägare flöda över.
6 ৬ অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
Godhet allenast och nåd skola följa mig i alla mina livsdagar, och jag skall åter få bo i HERRENS hus, evinnerligen.